Home Knowledge ভাৰতৰ বিভিন্ন ৰাজ্যৰ জাতীয় প্রাণী। National Animals of Indian States

ভাৰতৰ বিভিন্ন ৰাজ্যৰ জাতীয় প্রাণী। National Animals of Indian States

0

ভাৰতৰ বিভিন্ন ৰাজ্যৰ জাতীয় প্রাণী । National Animals of Indian States. ভাৰতৰ বিভিন্ন ৰাজ্যৰ জাতীয় প্রাণী আৰু তেওঁলোকৰ বৈজ্ঞানিক নামসহ এক স্পষ্ট, সহজ আৰু তথ্যসমৃদ্ধ তালিকা। বিদ্যালয়ৰ পাঠ্য, সাধাৰণ জ্ঞান আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি উপযোগী।

ভাৰতৰ বিভিন্ন ৰাজ্যৰ জাতীয় প্রাণী । National Animals of Indian States

ভাৰতৰ বিভিন্ন ৰাজ্যৰ জাতীয় প্রাণী । National Animals of Indian States

ৰাজ্যৰ নাম—- প্রাণী ৰ নাম—-বৈজ্ঞানিক নাম

অসম—-এশিঙ্গীয়া গঁড—-Rhinoceros unicornis

মণিপুৰ—-থামিন—-Cervus eldi

নাগালেণ্ড—-গোধাফুটুকী বাঘ—-Neofelis nebulasa

অৰুণাচল প্ৰদেশ—-য়াক—-Bos mutus

পশ্চিম বংগ—-ভাৰতীয় হাতী—-Elephas maximus

মেঘালয়—-বিন্টুৰঙ—-Arctietis binturong

ত্ৰিপুৰা—-চশমা চকুৱা বান্দৰ—-Presbytes phayrei

মিজোৰাম—-সোণালী মেকুৰী—-Felis temminchei

বিহাৰ—-শ্লথ ভালুক—-Merussus ussinus

উত্তৰ প্ৰদেশ—-নাহৰ ফুটুকী বাঘ—-Panthera pardus

হিমাচল প্ৰদেশ—-কস্তুৰী মৃগ—-Moschus moschiferus

পঞ্জাৱ—-কৃষ্ণষাড়—-Antilope cervicapra

গুজৰাট—-ভাৰতীয় সিংহ—-Panthera leo persica

মহাৰাষ্ট্ৰ—-মেঠোন—-Bos gaurus

তামিলনাডু—-নীলগিৰি থৰ—-Hemitragus hylocrius

অন্ধ্ৰপ্ৰদেশ—-চাৰিশিঙ্গীয়া হৰিণ—-Tetraceros quadricornis

দিল্লী—-হনুমান বান্দৰ—-Presbyttis entellus

ৰাজস্থান—-ছিংকাৰা গেজেল—-Gazella gazella

উৰিষ্যা—-শৰপহু—-Cervus unicolor

মধ্যপ্ৰদেশ—-দল হৰিণ—-Cervus duvauceli

হাৰিয়ানা—-নীলগাই—-Hemitragus hylocrius

চিকিম—-ৰঙা পাণ্ডা—-Ailurus falgens

জম্বু-কাশ্মীৰ—-কাশ্মীৰ ষ্টেগ / হেঙ্গুল—-Cervus eldi eldi

কেৰালা—-সিংহনেজীয়া বান্দৰ—-Macca silenus.   ০ ০ ০

ভাৰতৰ বিভিন্ন ৰাজ্যৰ জাতীয় প্রাণী, National Animals of Indian States

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here