Home Knowledge ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তসকল

ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তসকল

0

ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তসকল: ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তসকল সম্পৰ্কে এই অসমীয়া প্ৰবন্ধটোত ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তসকলৰ নাম, কাৰ্যকাল, দায়িত্ব আৰু নিৰ্বাচনী ব্যৱস্থাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা স্পষ্টভাৱে আলোচনা কৰা হৈছে।

ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তসকল

ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তসকল

নাম—————-কাৰ্যকাল

সুকুমাৰ সেন—-1950-1958

কে বি কে সুন্দৰম—-1958-1968

এছ পি সেন বাৰ্মা—-1967-1972

নগেন্দ্ৰ সিং—-1972-1973

টি স্বামীনাথন—-1973-1977

এছ এল ছদকৰ—-1977-1982

আৰ কে ত্রিবেদী—-1982-1985

পেৰী শাস্ত্ৰী—-1986-1990

ভি এছ ৰামদেৱী—-1990-1990

টি এন শেষাণ—-1990-1996

এম এছ গিল—-1996-2001

জে এম লিংডু—-2001-2004

টি এছ কৃষ্ণমূৰ্তি—-2004-2005

বি বি টেণ্ডন—-2005-2006

এন গোপালাস্বামী—- 2006-2009

নবীন চাওলা—-2009-2010

এ. ওৱাই কোৰেইছী—-2010 – 2012

ভি এছ সমপথ—-2012- 2015

এইচ. এছ. ব্রহ্ম—-2015 – 2015

নাছিম জাইদি—-2015 – 

০ ০ ০

ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তসকল, Chief Election Commissioners of India

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here