Home Knowledge ভিন ভিন ক্ষেত্ৰত প্ৰথম অসমীয়া মহিলা

ভিন ভিন ক্ষেত্ৰত প্ৰথম অসমীয়া মহিলা

0

ভিন ভিন ক্ষেত্ৰত প্ৰথম অসমীয়া মহিলা। ভিন ভিন ক্ষেত্ৰত প্ৰথম অসমীয়া মহিলা বিষয়ক এই অসমীয়া প্ৰবন্ধত শিক্ষা, ৰাজনীতি, ক্ৰীড়া, সাহিত্য আৰু সমাজজীৱনৰ বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰা প্ৰথম অসমীয়া মহিলাসকলৰ নাম, অবদান আৰু ঐতিহাসিক গুৰুত্ব সহজ ভাষাত উপস্থাপন কৰা হৈছে।

ভিন ভিন ক্ষেত্ৰত প্ৰথম অসমীয়া মহিলা

ভিন ভিন ক্ষেত্ৰত প্ৰথম অসমীয়া মহিলা

বিষয় ———————– ব্যক্তি

অসম সাহিত্য সভাৰ সভাপতি—–নলিনীবালা দেৱী (1954)।

ইংলণ্ডত চিকিৎসা শিক্ষা লাভ কৰা প্ৰথম মহিলা—–নিৰ্মল প্ৰভা চলিহা।

প্ৰথম এম. বি. পাছ মহিলা—–ৰজনী প্ৰভা শইকীয়া।

অৰ্জুন বঁটা লাভ কৰোঁতা প্ৰথম মহিলা—–মনালিছা বৰুৱা (1987)

ক্ষুদ্ৰ উদ্যোগিক ৰাষ্ট্ৰীয় বঁটা লাভ কৰোঁতা—–নিৰুপমা বৰুৱা (1993)।

কথা পুৰস্কাৰ বঁটা লাভ কৰোঁতা—–মামণি ৰয়চম গোস্বামী (1993)।অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট—–সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা।

অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ—–ৰজনী প্ৰভা শইকীয়া।

ভাৰত সেৱা বঁটা লাভ কৰোঁতা—–শাস্ত্ৰীয় নৃত্য শিল্পী পুষ্পা ভূঞা    (1994)।

অসম সাহিত্য সভাৰ উপাধি লাভ কৰোঁতা—–ধৰ্মেশ্বৰী দেৱী বৰুৱানী  (কাব্য ভাৰতী)।

স্বাধীনতাৰ বাবে কাৰাবাস খাটোতা—–গুণেশ্বৰী দেৱী, মুক্তেশ্বৰী দেৱী।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্রেষ্ঠা অভিনেত্ৰী—–মলয়া গোস্বামী (‘ফিৰিঙতি’ ছবিত)।

পূৰ্ব পাকিস্থানৰ কথাছবিত অভিনয়—–ইভা আচাও।

ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্দ্যোগ বঁটা লাভ কৰেঁতা—–নিৰুপমা বৰুৱা (1939)।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ—–মীৰা শৰ্মা (1989 চন)।

‘যমুনা লাল বাজাজ’ বঁটা লাভ কৰোঁতা—–অমল প্ৰভা সাদ (1980)।

অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী—–চৈয়দা আনোৱাৰা টাইমূৰ (1980)।

কলেজৰ মহিলা অধ্যক্ষা—–ৰাজবালা দাস।

এন. চি. এচ.—–শুচিব্রতা ৰায় চৌধুৰী।

বিধান সভাৰ মন্ত্ৰী—–মেভিচ ডেন।

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য স্বাস্থ্য বিষয়া—–ডাক্তৰ বাণী ভট্টাচাৰ্য।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা—–লীলা দেৱী।

ভূগোলত পি. এইচ. ডি—–দ্বীপ্তি দাস।

সাহিত্য একাডেমী বঁটা লাভ কৰেঁতা—–নলিনীবালা দেৱী।

প্ৰথম মহিলা গ্ৰন্থকাৰ—– পদ্মাৱতী দেৱী ফুকননী।

মাতৃভূমিৰ স্বাধীনতাৰ বাবে শ্বহীদ—–কনকলতা বৰুৱা।

ৰণক্ষেত্ৰলৈ যোৱা বীৰাঙ্গনা—–মূলা গাভৰু।

অসমৰ প্ৰথম মহিলা আই. এ. এচ.—–পাৰুল দাস (1974)।

লণ্ডনত পি. এইচ. ডি লাভ—–ড⁰ তিলোত্তমা গগৈ।

ফ্রান্সত পি. এইচ. ডি লাভ—–ড⁰ কমলা ৰায়।

কেন্দ্ৰীয় মন্ত্ৰী—–ৰেণুকা দেৱী বৰকটকী (শিক্ষা সমাজ কল্যাণ)।

প্ৰথম ‘পদ্মশ্ৰী’ উপাধি লাভ কৰোঁতা—–নলিনীবালা দেৱী।  0 0 0

ভিন ভিন ক্ষেত্ৰত প্ৰথম অসমীয়া মহিলা, Assamese Women First in Different Fields

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

ভিন ভিন ক্ষেত্ৰত প্ৰথম অসমীয়া মহিলা 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here