আপুনি যদি ‘মল্লযুদ্ধ কুইজ | Wrestling Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই মল্লযুদ্ধ কুইজ | Wrestling Quiz বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
মল্লযুদ্ধ কুইজ, Wrestling Quiz
মল্লযুদ্ধ কুইজ | Wrestling Quiz
প্ৰঃ পৃথিৱীৰ প্ৰাচীনতম ক্ৰীড়াবিধ কি?
উঃ মল্লযুদ্ধ।
প্ৰঃ মল্লযুদ্ধৰ ‘আখৰা’ মানে কি?
উঃ মল্লযোদ্ধাসকলে অনুশীলন কৰা স্থান।
প্ৰঃ কোন চনত মল্লযুদ্ধ অলিম্পিক খেলত অন্তৰ্ভূক্ত কৰা হৈছিল?
উঃ 1896 চনত।
প্ৰঃ আন্তৰ্জাতিক প্ৰতিযোগিতাবোৰত প্ৰচলিত মল্লযুদ্ধৰ দুটা ষ্টাইলৰ নাম উল্লেখ কৰা।
উঃ ফ্রী ষ্টাইল আৰু গ্ৰেকো-ৰোমান।
প্ৰঃ ‘ষ্টন ক’ল্ড’ উপনামেৰে খ্যাত বিশ্ব মল্লযুদ্ধ ফেডাৰেচনৰ সৈতে জড়িত ব্যক্তি গৰাকীৰ নাম কি?
উঃ ষ্টিভ অষ্টিন।
প্ৰঃ ভাৰতীয় মল্লযুদ্ধ ফেডাৰেছন কোন চনত স্থাপিত হৈছিল?
উঃ 1967 চনত।
প্ৰঃ মল্লযুদ্ধৰ সৈতে জড়িত ভাৰতৰ কেইটামান খিতাপৰ নাম কোৱা।
উঃ হিন্দ কেশৰী, ৰুস্তম-ই-পঞ্জাৱ, নাও শ্বেৰা, ৰুস্ত-ই-হিন্দ, ৰুস্তম-ই-জমানা আদি।
প্ৰঃ কোন দুটা চনৰ অলিম্পিক খেলত ভাৰতে মল্লযুদ্ধত ব্রঞ্জৰ পদক লাভ কৰিছিল?
উঃ 1952 চনত অনুষ্ঠিত হেলচিনকি আৰু 2008 চনৰ বেইজিং অলিম্পিকত।
মল্লযুদ্ধ কুইজ, Wrestling Quiz
প্ৰঃ কোন চনত এচিয়ান গেমছত মল্লযুদ্ধক অন্তৰ্ভূক্ত কৰা হৈছিল?
উঃ 1954 চনত।
প্ৰঃ গ্ৰেকো-ৰোমান প্ৰকাৰৰ মল্লযুদ্ধৰ বাবে এজন মল্লযোদ্ধাৰ ওজন কমেও কিমান হ’ব লাগে?
উঃ 55 কি.গ্ৰাঃ।
প্ৰঃ 2006 চনৰ বিশ্বকাপ ফ্রী ষ্টাইল মল্লযুদ্ধত কোনখন দেশ বিজয়ী হৈছিল?
উঃ ইৰাণ।
প্ৰঃ 2006 চনৰ মহিলাৰ বিশ্বকাপ মল্লযুদ্ধ ক’ত অনুষ্ঠিত হৈছিল?
উঃ নগয়া (জাপান)।
প্ৰঃ 1952 আৰু 2004 চনৰ অলিম্পিক খেলত কোন দুজন ভাৰতীয়ই মল্লযুদ্ধত ব্রঞ্জৰ পদক লাভ কৰিছিল?
উঃ কে ডি যাদৱ আৰু সুনীল কুমাৰ।
প্ৰঃ ‘উৱেৰ কাপ’ মল্লযুদ্ধৰ সৈতে জড়িত হয় নে?
উঃ নহয়।
প্ৰঃ এজন ৰাছিয়ান মল্লযুদ্ধাৰ নাম কোৱা।
উঃ এলেক্সি মিচাইন।
প্ৰঃ আজিৰ পৰা প্ৰায় চাৰি হাজাৰ বছৰ আগৰ ক’ত মল্ল যুজাৰু পুৰুষৰ চিত্ৰ অংকন কৰা আছে?
উঃ মিছৰৰ পিৰামিডৰ বেৰত। 0 0 0
Wrestling Quiz
Q. What is the oldest sport in the world?
A. Wrestling.
Q. What does wrestling ‘rehearsal’ mean?
A. A place where wrestlers practice.
Q. In which year was wrestling included in the Olympic Games?
A. In 1896.
Q. Name two styles of wrestling prevalent in international competitions.
A. Free style and Greco-Roman.
Q. What is the name of the person associated with the World Wrestling Federation nicknamed ‘Stone Cold’?
A. Steve Austin.
Q. In which year was the Wrestling Federation of India established?
A. In 1967.
Q. Name some of the titles associated with wrestling in India.
A. Hind Keshari, Rustam-i-Punjab, Naw Shera, Rust-i-Hind, Rustam-i-Zamana etc.
Q. In which two Olympic Games did India win bronze medals in wrestling?
A. In the 1952 Helsinki and 2008 Beijing Olympics.
Wrestling Quiz
Q. In which year was wrestling included in the Asian Games?
A. In 1954.
Q. At least how much should a wrestler weigh for the Greco-Roman type of wrestling?
A. 55 kg.
Q. Which country won the 2006 World Cup Freestyle Wrestling?
A. Iran.
Q. Where was the 2006 Women’s World Cup Wrestling held?
A. Nagaya (Japan).
Q. Which two Indians won bronze medals in wrestling in the 1952 and 2004 Olympic Games?
A. KD Yadav and Sunil Kumar.
Q. Is the Wear Cup associated with wrestling?
A. Not at all.
Q. Name a Russian wrestler.
A. Alexei Michain.
Q. Where are male wrestlers depicted about four thousand years ago?
A. On the walls of the Egyptian pyramids.0 0 0
নোট: যদি আপুনি উক্ত ‘মল্লযুদ্ধ কুইজ | Wrestling Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
মল্লযুদ্ধ কুইজ | Wrestling Quiz
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






