Home Amplification যিবিলাক ৰীতি-নীতি নৰৰ গঠিত সকলোতে ভাবি চোৱা স্বাৰ্থ বিৰাজিত

যিবিলাক ৰীতি-নীতি নৰৰ গঠিত সকলোতে ভাবি চোৱা স্বাৰ্থ বিৰাজিত

যিবিলাক ৰীতি-নীতি নৰৰ গঠিত সকলোতে ভাবি চোৱা স্বাৰ্থ বিৰাজিত

0

মানুহৰ দ্বাৰা ৰচিত ৰীতি-নীতি যে বহু সময়ত ভূল বা স্বাৰ্থান্বেষী হয় সেই কথাষাৰকেই উক্ত কথাফাঁফিৰ দ্বাৰা বুজোৱা হৈছে।

সমাজত মানুহে শান্তি-শৃঙ্খলা, নৈতিকতা, মানৱতা আদি বজাই ৰাখিবলৈ প্ৰয়োজন অনুসাৰে বহুতো ৰীতি-নীতি, আইন-কানুন গঢ়ি  তোলা হয় আৰু সেই ৰীতি-নীতিবোৰ মানি চলিবলৈ সকলোকে বাধ্যও কৰোৱা হয়। কাৰণ সকলোবোৰ ৰীতি-নীতি, আইন-কানুন আদিৰ নেপথ্যত মানুহৰ কল্যাণৰ উদ্দেশ্য নিহিত থাকে। কিন্তু বাস্তৱত দেখা যায় যে বহু সময়ত সেই ৰীতি-নীতিবোৰে মানুহৰ কল্যাণ সাধন নকৰি অকল্যাণ বা অহিত সাধন কৰে। ইয়াৰ কাৰণ গমি চালেই দেখা যায় যে কোনো কর্তৃপক্ষৰ দ্বাৰা সৃষ্টি কৰা ৰীতি-নীতি বা আইন-কানুনৰ পটভূমি বা নেপথ্যত কৰ্তৃপক্ষৰ কোনো উদ্দেশ্য লুকাই থাকে। ফলত সি পিছলৈ হিতৰ বিপৰীতে যায়। উদাহৰণ স্বৰুপে ইংৰাজসকলে প্ৰৱৰ্তন কৰা প্ৰতিটো আইনৰ নেপথ্যত সিহঁতৰ স্বাৰ্থ লুকাই আছিল। ফলত ইংৰাজসকলৰ আইন-কানুন ভাৰতীয়সকলৰ স্বাৰ্থৰ বিৰুদ্ধে গৈছিল। মানৱ সভ্যতাৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে যিবোৰ  ৰীতি-নীতি আগতে প্ৰচলিত আছিল সেইেবাৰৰ বেছিভাগেই বৰ্তমান অন্ধবিশ্বাস বা ভুল বুলি প্ৰমাণিত হৈছে।

সেয়ে কোৱা হয় যে মানৱ ৰচিত প্ৰতিটো ৰীতি-নীতিত ব্যক্তি  স্বাৰ্থ  জড়িত হৈ থাকে। 0 0 0

যিবিলাক ৰীতি-নীতি নৰৰ গঠিত সকলোতে ভাবি চোৱা স্বাৰ্থ বিৰাজিত

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here