Home Knowledge লোকসভাৰ অধ্যক্ষসকলৰ তালিকা

লোকসভাৰ অধ্যক্ষসকলৰ তালিকা

0

লোকসভাৰ অধ্যক্ষসকলৰ তালিকা: সম্পৰ্কে এই অসমীয়া প্ৰবন্ধটোত ভাৰতৰ লোকসভাৰ অধ্যক্ষসকলৰ নাম, কাৰ্যকাল, দায়িত্ব আৰু সংসদীয় ব্যৱস্থাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা সংক্ষিপ্ত আৰু স্পষ্টভাৱে উপস্থাপন কৰা হৈছে।

লোকসভাৰ অধ্যক্ষসকলৰ তালিকা

লোকসভাৰ অধ্যক্ষসকলৰ তালিকা

নাম———————কাৰ্যকাল

জি ভি মাৱলঙ্কাৰ—-1952 – 1956

এম অনন্ত শয়নম আয়েঙ্গাৰ—-1956 – 1962

চৰ্দাৰ হুকুম সিং—-1962 – 1967

নীলম সঞ্জীৱ ৰেড্ডী—-1967 – 1969

গুৰু দয়াল সিং ধীলন—-1969 – 1975

বালি ৰাম ভগৎ—-1975 – 1977

নীলম সঞ্জীৱ ৰেড্ডী—-1977

কে এছ হেগৰে—-1977 – 1979

বলৰাম জাখাৰে —-1980 – 1989

ৰবি ৰয় —-1989 – 1991

শিৱৰাজ পাটিল—-1991 – 1996

পি এ চাংমা—-1996 – 1998

জি এম চি বালাযোগী—-1998 – 2002

মনোহৰ যোশী—-2002 – 2004

সোমনাথ চেটাজী—-2004 – 2009

মীৰা কুমাৰ—-2009 – 2014

সুমিত্ৰা মহাজন—-2014 –

0 0 0

List of Speakers of Lok Sabha

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here