আপুনি যদি ‘হজৰত শুৱাইব কুইজ‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘হজৰত শুৱাইব কুইজ‘ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
হজৰত শুৱাইব কুইজ
প্ৰঃ হজৰত শুৱাইব কোন আছিল?
উঃ মাদায়েনৰ অধিবাসী, হজৰত ইব্রাহিমৰ তৃতীয় স্ত্ৰী কাতুৰৰ গৰ্ভত জন্ম গ্ৰহণ কৰা মিদইয়ানৰ প্রপৌত্র আছিল।
প্ৰঃ মাদায়েন ক’ত অৱস্থিত?
উঃ ফিলিষ্টাইন আৰু আৰবৰ মধ্যৱৰ্তী অঞ্চলত।
প্ৰঃ হজৰত শুৱাইব (আঃ)ৰ দিনত মাদায়েনবাসীসকলে কাক পূজা কৰিছিল?
উঃ আইকাৰ নামৰ এক ধৰণৰ গছক পূজা কৰিছিল। ইয়াৰ উপৰিও সিহঁতে ক্ৰয়-বিক্ৰয় কৰোতে ওজনত ফাঁকি দিছিল।
প্ৰঃ কিদৰে মাদায়েনৰ অধিবাসীসকল ধবংস হৈছিল?
উঃ ভূমিকম্প আৰু অগ্নি বৃষ্টিত।
প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) য়ে শুৱাইব সম্পৰ্কে কি কৈছিল?
উঃ নবীসকলৰ বক্তা।
প্ৰঃ হজৰত শুৱাইব কিমান বছৰ বয়সত ক’ত ইন্তেকাল কৰে?
উঃ 225 বছৰ বয়সত, মক্কা নগৰত। 0 0 0
নোট: যদি আপুনি উক্ত ‘হজৰত শুৱাইব কুইজ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






