Home Quiz ৰসায়ন বিজ্ঞান কুইজ

ৰসায়ন বিজ্ঞান কুইজ

1

ৰসায়ন বিজ্ঞান কুইজ

ৰসায়ন বিজ্ঞান কুইজ

 

ৰসায়ন বিজ্ঞান কুইজ

ৰসায়ন বিজ্ঞান কুইজ

প্ৰঃ পৃথিৱীত এতিয়ালৈকে কিমানবিধ মৌল আৱিষ্কাৰ হৈছে।

উঃ 118 বিধ।

প্ৰঃ পৰমাণুবাদ সূত্ৰৰ আৱিষ্কাৰ কোনে কৰিছিল?

উঃ জন ডেল্টন।

প্ৰঃ পৰমাণুৰ কোনটো উপাদান (কণিকাই) পৰমাণুৰ আকাৰ নিৰ্ণয় কৰে?

উঃ ইলেক্ট্রন ।

প্ৰঃ আটাইতকৈ গধুৰ মৌলবিধ কি?

উঃ ইউৰেনিয়াম।

প্ৰঃ পৃথিৱীৰ খোলাটোত সৰ্বাধিক পৰিমাণে উপলব্ধ ধাতুটোৰ নাম কি?

উঃ এলুমিনিয়াম।

প্ৰঃ কোনবিধ গেছক নিক্ৰিয় গেছ বুলি কোৱা হয়?

উঃ আৰ্গন গেছক।

প্ৰঃ আটাইতকৈ সক্ৰিয় ধাতু কি?

উঃ পটাছিয়াম।

ৰসায়ন বিজ্ঞান কুইজ

প্ৰঃ কাক অধাতু মৌল বুলি কোৱা হয়?

উঃ কাৰ্বন মৌলক।

প্ৰঃ আটাইবোৰ  সজীৱ পদাৰ্থৰ প্ৰয়োজনীয় মুখ্য মৌলটো কি?

উঃ কাৰ্বন।

প্ৰঃ আটাইতকৈ পাতল মৌলটো কি?

উঃ হাইড্ৰ’জেন।

প্ৰঃ লোত মামৰে ধৰিবলৈ কিহৰ আৱশ্যক হয়?

উঃ অক্সিজেন আৰু পানী।

প্ৰঃ বিশ্বব্রহ্মাণ্ডত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা মৌলটোৰ নাম কি?

উঃ হাইড্ৰ’জেন।

প্ৰঃ দহনত সহায়কাৰী বায়ুৰ উপাদানটো কি?

উঃ অক্সিজেন।

প্ৰঃ কিহৰ উপস্থিতিৰ বাবে  মাটিৰ বৰণ ৰঙা হয়?

উঃ আইৰণ।

প্ৰঃ অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা গেছবিধৰ নাম কি?

উঃ কাৰ্বন-ডাই- অক্সাইড।

প্ৰঃ উৰাজাহাজৰ অংশ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সংকৰ ধাতুবিধ কি?

উঃ ডুৰ এলুমিন।

ৰসায়ন বিজ্ঞান কুইজ

প্ৰঃ কাৰ্বন পৰমাণুবোৰে  পৰস্পৰে পৰস্পৰক শৃংখলযুক্ত কৰাৰ ক্ষমতাক কি বোলে?

উঃ কেটিনেছন।

প্ৰঃ পানীত অদ্ৰৱনীয় যৌগটো কি?

উঃ নেফ্‌থেলিন।

প্ৰঃ বায়ুমণ্ডলৰ চাপ হঠাতে কমি যোৱাটোৱে কি সূচায়?

উঃ ধুমুহা বতাহ।

প্ৰঃ পৰমাণু নিউক্লিয়াছত কি থাকে?

উঃ নিউট্ৰ’ন আৰু প্ৰ’টন।

প্ৰঃ প্রেট্ৰ’লিয়াম গেছৰ মুখ্য উপাদান কি?

উঃ বিউটেন।

প্ৰঃ মটৰ গাড়ী আৰু ৰেলৰ ডবাৰ খিড়িকীত কোনবিধ কাচ ব্যৱহাৰ কৰা হয়?

উঃ নিৰাপদ কাচ।

প্ৰঃ নাইট্ৰ’জেন অণু আৰু নাইট্ৰ’জেন পৰমাণুৰ ভিতৰত কোনটো বেছি সুস্থিৰ?

উঃ নাইট্ৰ’জেন অণু।

প্ৰঃ আটাইতকৈ বেছি বিদ্যুৎ ঋণাত্মক মৌলটো কি?

উঃ ফ্লোৰিণ।

প্ৰঃ শিখাৰ কোনটো মণ্ডলে সৰ্বাধিক তাপ উৎপন্ন কৰে?

উঃ দীপ্তিহীন মণ্ডলে।

প্ৰঃ কমেও এটা ত্ৰি-বান্ধনি থকা হাইড্ৰ’কাৰ্বনক কি বুলি কোৱা হয়?

উঃ এল কাইন।

ৰসায়ন বিজ্ঞান কুইজ

প্ৰঃ উচ্চ আণৱিক ভৰৰ জৈৱ যৌগ এটাত তাপ প্ৰয়োগ কৰি ভঙা প্ৰক্ৰিয়াক কি  বুলি কোৱা হয়?

উঃ ক্ৰেকিন।

প্ৰঃ নাইট্ৰ’জেনৰ অণুৰ কি বান্ধনি থাকে?

উঃ ত্ৰি সহযোগী বান্ধনি।

প্ৰঃ হহুঁৱা গেছৰ ৰাসায়নিক সংকেত কি?

উঃ N2O

প্ৰঃ কেলছিয়াম ক্ল’ৰ’হাইপ’ক্ল’ৰাইটক সাধাৰণতে কি বুলি জনা যায়?

উঃ ব্লিচিং পাউডাৰ।

প্ৰঃ মুক্ত শৃংখল সংপৃক্ত হাইড্ৰ’কাৰ্বনবোৰক কি বুলি কোৱা হয়?

উঃ পে ৰাফিন।

প্ৰঃ বগা ৰঙৰ প্ৰলেপ দিবলৈ ব্যৱহাৰ কৰা যৌগটো কি?

উঃ শুকান চূণ।

প্ৰঃ TNT ক সচৰাচৰ কি হিচাপে ব্যৱহাৰ কৰা হয়?

উঃ বিস্ফুৰক।

প্ৰঃ এম’নিয়াৰ পণ্য উৎপাদনত ব্যৱহৃত গেছ বিধৰ নাম কি?

উঃ শুকান চূণ।

প্ৰঃ প্ৰডিউচাৰ গেছৰ দুটা প্ৰধান উপাদান কি কি?

উঃ নাইট্ৰ’জেন আৰু কাৰ্বন মন’ক্সাইড।

প্ৰঃ প্ৰ’টিনৰ পুনৰাবৃত্ত এককক কি বোলা হয়?

উঃ এমাইড বা পেপ্‌টাইড্‌।

প্ৰঃ ডাঠ বেৰিয়াম ক্ৰাউন কাচত কি থাকে?

উঃ বেৰিয়াম অক্সাইড, জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড।

প্ৰঃ এল. জি. পি. ক কিহত সংৰক্ষণ কৰা হয়?

উঃ উচ্চ চাপত।

ৰসায়ন বিজ্ঞান কুইজ

প্ৰঃ প্রেট্ৰ’লৰ এটা গুৰুত্বপূৰ্ণ উপাদান কি?

উঃ অক্টেন।

প্ৰঃ জিংক অক্সাইডৰ পৰা জিংক ধাতু বিজাৰণৰ পদ্ধতিটোক কি বোলা হয়?

উঃ থিয়ৰিটৰ্ট পদ্ধতি।

প্ৰঃ ঔদ্যোগিক গেচ হিচাপে কোনবিধ গেছৰ পোষকতা কৰা হয়?

উঃ  হাইড্ৰ’জেন গেছ।

প্ৰঃ  বহু নিযুত বছৰ আগতে মাটিৰ তলত উদ্ভিদ আৰু প্ৰাণী পোত গৈ কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়?

উঃ অংগাৰীকৰণ।

প্ৰঃ জৈৱ গেছত মুখ্য উপাদান কি?

উঃ মিথেন।

প্ৰঃসাধাৰণতে কোনবিধ ইন্ধনৰ কেলৰি মান আটাইতকৈ কম?

উঃ গোটা ইন্ধনৰ।

প্ৰঃ পাৰাৰ অন্য নাম কি?

উঃ কুইক ছিলভাৰ।

প্ৰঃ বিদ্যুৎ বৈশ্লেষিক পদ্ধতিৰে কোনটো ধাতু শোধন কৰা হয়?

উঃ তাম।

ৰসায়ন বিজ্ঞান কুইজ

প্ৰঃ তাপৰ সুপৰিবাহী অধাতুটো কি?

উঃ হাইড্ৰ’জেন।

প্ৰঃ মিথেন কি?

উঃ এবিধ বৰনহীন, গোন্ধহীন গেছ। ই পানীত অদ্ৰৱনীয় আৰু বায়ুতকৈ পাতল।

প্ৰঃ মুক্ত অৱস্থাত পোৱা ধাতুটোৰ নাম কি?

উঃ গ’ল্ড।

প্ৰঃ কোনবিধ বৰ্গৰ মৌলবোৰ আটাইতকৈ ধাতবীয়?

উঃ 1 বৰ্গৰ।

প্ৰঃ ধাতুৰ সক্ৰিয়তা শ্ৰেণীৰ আটাইতকৈ কম সক্ৰিয় ধাতুটোৰ নাম কি?

উঃ প্লেটিনাম।

প্ৰঃ সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো কি?

উঃ পাৰা।

প্ৰঃ সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি?

উঃ  ছডিয়াম ক্লৰাইড।

প্ৰঃ আধুনিক ৰসায়ন বিজ্ঞানৰ পিতৃ কোন ?

উঃ এন্টনি লেভয়চিয়েৰ।

প্ৰঃ আটাইতকৈ পাতল গেছ হাইড্ৰ’জেন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ হেনৰী কেভিণ্ডিছে। (1776 চনত)

প্ৰঃ নেপচুন গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল?

উঃ গেলিলিঅ’য়ে।

প্ৰঃ 18 কেৰেট সোণৰ কিমান শতাংশ বিশুদ্ধ সোণ থাকে?

উঃ 75% ।

ৰসায়ন বিজ্ঞান কুইজ

প্ৰঃ ধাতুবোৰৰ ভিতৰত বিদ্যুতৰ উত্তম পৰিবাহী কোনটো?

উঃ ছিলভাৰ।

প্ৰঃ পিতল কি ধাতুৰ সমষ্টি?

উঃ তাম আৰু দস্তা।

প্ৰঃ অক্সিজেনৰ উতলাংক কিমান থাকে?

উঃ 182.976⁰ ছেন্টিগ্ৰেড।

প্ৰঃ মানুহে এবাৰ নিশাহত কিমান পৰিমাণৰ কাৰ্বন-ডাই অক্সাইড গেছ এৰি দিয়ে?

উঃ প্ৰায় 3.7 ভাগ।

প্ৰঃ আটাইতকৈ বিষাক্ত গেছবিধ কি?

উঃ কাৰ্বন মনোক্সাইড।

প্ৰঃ দৈ বা গাখীৰত সৃষ্টি হোৱা এচিডবিধ কি?

উঃ লেকটিক  এচিড।

প্ৰঃ আদিতে ৰাসায়নিক শাস্ত্ৰ চৰ্চাক কি নামেৰে জনা গৈছিল?

উঃ এলকেমি।

প্ৰঃ ব্রঞ্জ কি ধাতুৰ মিশ্ৰণ?

উঃ টিন আৰু তামৰ।

প্ৰঃ কাঁহ কি ধাতুৰ সংমিশ্ৰণ ?

উঃ তাম আৰু টিনৰ।

প্ৰঃ সোণ গলাব পৰা এচিড দুবিধৰ নাম কি?

উঃ নাইট্ৰিক এচিড আৰু হাইড্ৰ’ক্লৰিড এচিড।

প্ৰঃ কেলছিয়াম আৰু পটেছিয়ামৰ আৱিষ্কাৰক কোন?

উঃ ছাৰ হামফ্রে ডেভি।

প্ৰঃ খাৰ-বাৰুদ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদার্থবোৰৰ নাম কি?

উঃ পটেছিয়াম নাইেট্ৰট, এঙাৰ আৰু ছালফাৰ।

প্ৰঃ কাঠ পেঞ্চিলৰ কলা পদাৰ্থবিধ কি?

উঃ কাৰ্বন আৰু ক্লেৰে সৃষ্ট গ্ৰেফাইট।

প্ৰঃ ব্লিচিং পাউডাৰত থকা মূল দ্ৰব্য বিধৰ নাম কি?

উঃ আয়োডিন।

প্ৰঃ কোনবোৰ ধাতুক ‘কিং মেটাল’ বুলি কোৱা হয়?

উঃ সোণ, পাৰা আৰু প্লেটিনাম ।

প্ৰঃ জুইশলা বাকচৰ দুয়োপিনে থকা প্ৰলেপ কিহেৰে প্ৰস্তুত কৰা হয়?

উঃ ৰঙা ফছফৰাছ আৰু এন্টিমনি-ছালফাইডৰ প্ৰলেপ।

প্ৰঃ কাৰ্বন-ডাই অক্সাইড গেছৰ আৱিষ্কাৰক কোন?

উঃ  ভন হেলমোঁ।

ৰসায়ন বিজ্ঞান কুইজ

প্ৰঃ কৰ্পূৰৰ ৰাসায়নিক সংকেত কি?

উঃ C10 H16O

প্ৰঃ কিমান ডিগ্ৰী ছেন্টিগ্ৰেডত সোণ গলাব পাৰি?

উঃ প্ৰায় 1063⁰ ছেন্টিগ্ৰেডত।

প্ৰঃ ছ’ডা পানীত কি এচিড থাকে?

উঃ কাৰ্বলিক এচিড।

প্ৰঃ বৈজ্ঞানিক গৱেষণাগাৰ এটাত ৰঙা, সেউজীয়া আৰু হালধীয়া ৰঙ তিনিটাৰ কোন বিধে বিপদ সংকেত বুজায়?

উঃ হালধীয়া ৰঙে ।

প্ৰঃ স্বচ্ছ কাঁচক সেউজীয়া বৰণ কৰিবলৈ কি মিহলোৱা হয়?

উঃ কপাৰ অক্সাইড।

প্ৰঃ কাপোৰ ধোৱা ছ’ডাৰ ৰাসায়নিক নাম কি?

উঃ ছডিয়াম কাৰ্বনেট।

প্ৰঃ এছিড আৰু পাৰাৰ বিক্ৰিয়াত কি সৃষ্টি হয়?

উঃ পানী আৰু নিমখ।

প্ৰঃ ফছফৰাছ পুৰিলে ওলোৱা বগা ৰঙৰ ধোৱা বিধৰ নাম কি?

উঃ ফছফৰাছ পেন্ট’ক্সাইড।

প্ৰঃ ক্ল’ৰফৰ্মৰ আৱিষ্কাৰক কোন?

উঃ চিম্পচন।

প্ৰঃ চেনি কি?

উঃ এক প্ৰকাৰৰ কাৰ্ব’হাইড্ৰেট।

প্ৰঃ কি কি উপাদানৰ পৰা কাঁচ তৈয়াৰ কৰা হয়?

উঃ বালি, চূণ আৰু ছোডা মিহলাই।

প্ৰঃ বস্তু পৰিষ্কাৰ কৰিব পৰা ক্লিনিং এজেন্টক ৰসায়ন বিজ্ঞানত কি বুলি কোৱা হয়?

উঃ ডিটাৰজেন্ট।

ৰসায়ন বিজ্ঞান কুইজ

প্ৰঃ চিমন্টেত কিমান ভাগ চূণ থাকে?

উঃ শতকৰা 62.0 ভাগ।

প্ৰঃ বৰণ আৰু গোন্ধ নথকা গেছবিধ কি?

উঃ অক্সিজেন।

প্ৰঃ ৰূপৰ উতলাংক কিমান?

উঃ 960.5⁰ ছেন্টিগ্ৰেড।

প্ৰঃ কোনে কেতিয়া নাইট্ৰ’জেন গেছ আৱিষ্কাৰ কৰিছিল?

উঃ ডেনিয়েল ৰুবাৰ ফৰ্ডে, 1772 চনত।

প্ৰঃ পানী, গাখীৰ, কেৰাচিন তেল, তাৰ্পিন তেল– এই কেইটাৰ ভিতৰত কোন বিধত অ’জন গেছ সহজে দ্ৰৱীভূত হয়?

উঃ তাৰ্পিন তেলত।

প্ৰঃ স্বচ্ছ কাঁচক বেঙুনীয়া বৰণ কৰিবলৈ কি মিহলোৱা হয়?

উঃ মেংগানিজ অক্সাইড।

প্ৰঃ গন্ধক কিহত দ্ৰৱীভূত হয়?

উঃ কাৰ্বন ডাই ছালফাইডত।

প্ৰঃ তৰল অক্সিজেনৰ ৰং কেনেকুৱা?

উঃ ঈষৎ নীলা।

প্ৰঃ কোনে অক্সিজেন গেছ আৱিষ্কাৰ কৰিছিল?

উঃ জোছেফ প্ৰিষ্টলি আৰু কাৰ্ল স্কিলি।

প্ৰঃ সৌন্দৰ্য চৰ্চাৰ বাবে ব্যৱহাৰ কৰা পাউডাৰত কি থাকে?

উঃ মেগনেছিয়াম ছিলিকেট।

প্ৰঃ ভিনেগাৰ কি?

উঃ এছিটিক এছিডৰ জুলীয়া দ্ৰৱণ।

প্ৰঃ থাৰ্মোমিটাৰৰ নলীডাল কি কাঁচেৰে সজা হয়?

উঃ বোৰো ছিলিকেট কাঁচেৰে।

প্ৰঃ চিন্টেথিক ৰবৰত কি থাকে?

উঃ পলিমাৰ বুটা ডাইন আৰু ষ্টাইৰিন।

প্ৰঃ অতি উজ্জ্বল হোৱা সত্বেও হীৰাক ধাতু নুবুলি অধাতু বোলা হয় কিয়?

উঃ হীৰাই কেতিয়াও ইলেক্ট্রন বৰ্জন কৰি আয়নৰ সৃষ্টি নকৰে বাবে।

প্ৰঃ ক্ল’ৰ’ফৰ্ম কি?

উঃ ইথাইল এলক’হল আৰু ব্লিচিং পাউডাৰৰ মিশ্ৰণ।

প্ৰঃ পানীতকৈ পাতল ধাতুবিধ কি?

উঃ ছ’ডিয়াম।

প্ৰঃ পলিয়েষ্টাৰ দৰাচলতে কি?

উঃ এলকহল আৰু এছিডৰ সংযোগ।

প্ৰঃ বাযুত শতকৰা কিমান ভাগ অক্সিজেন মিহলি হৈ থাকে?

উঃ শতকৰা 21 ভাগ।

ৰসায়ন বিজ্ঞান কুইজ

প্ৰঃ কিমান ডিগ্ৰী উত্তাপত বায়ুক জুলীয়া অৱস্থালৈ নিব পাৰি?

উঃ 200⁰ ছেন্টিগ্ৰেড উত্তাপত।

প্ৰঃ তাম আৰু ৰূপৰ ভিতৰত কোনবিধ ধাতু বেছি গধুৰ?

উঃ ৰূপ।

প্ৰঃ নীলা আইনা এখন গৰম কৰিলে কেনে ৰঙৰ ধোঁৱাৰ সৃষ্টি হয়?

উঃ ৰঙা।

প্ৰঃ তামোল-পাণৰ দোকানবোৰত পাণ ৰঙা কাপোৰেৰে ঢাকে কিয়?

উঃ পাণবোৰ  সতেজ কৰিবলৈ কাৰণ ৰঙা ৰঙৰ ৰাসায়নিক বিক্ৰিয়া অইন ৰঙতকৈ বহু গুণে কম।

প্ৰঃ সাধাৰণ কটা-ছিঙাত ব্যৱহাৰ হোৱা ‘টিটিংছাৰ আয়োডিন’ কিহৰ দ্বাৰা তৈয়াৰ কৰা হয়?

উঃ এলক’হলত আয়োডিনৰ দ্ৰৱ মিহলাই।

প্ৰঃ প্ৰাকৃতিক ৰবৰ কি গছৰ আঠাৰ পৰা প্ৰস্তুত কৰা হয়?

উঃ হিভিয়া নামৰ গছৰ আঠাৰ পৰা।

প্ৰঃ ডিটাৰজেন্ট অণুৰ মূৰৰ অংশ, নেজৰ অংশ দুটাৰ বিশেষ নাম আছে। নাম দুটা কি?

উঃ ডিটাৰজেন্ট অনু এটাৰ মূৰৰ অংশৰ নাম হাইড্ৰ’ফিলিক মূৰ আৰু নেজৰ অংশৰ নাম হাইড্ৰ’ফ’ৰিক নেজ।

প্ৰঃ প্লাষ্টিকৰ মূল ভাগ দুটা কি কি?

উঃ থাৰ্মো প্লাষ্টিক আৰু থাৰ্মোছেটিং প্লাষ্টিক।

প্ৰঃ নিষ্কলংক তীখা কি ধাতুৰ দ্বাৰা তৈয়াৰ কৰা হয়?

উঃ নিকেল, লো আৰু ক্ৰ’মিয়ামৰ সংমিশ্ৰণ কৰি  নিষ্কলংক তীখা প্ৰস্তুত কৰাহয়।

প্ৰঃ ৰবৰক টান কৰিবলৈ কি ব্যৱহাৰ কৰা হয়?

উঃ গন্ধক।

প্ৰঃ চেলুলয়েড কিদৰে তৈয়াৰ কৰা হয়?

উঃ নাইট্রোচেলুলুজ আৰু কৰ্পূৰ মিহলাই।

প্ৰঃ মেথিলেটেড স্পিৰিট কি?

উঃ ইথাইল এলক’হল আৰু মিথাইল এলক’হলৰ মিশ্ৰণ।

প্ৰঃ গেলি-পচি যোৱা মাছ আৰু কণীৰ পৰা বেয়া গোন্ধ ওলায় কিয়?

উঃ পচনৰ ফলত মাছ আৰু কণীত ছালফাৰ H2S উৎপন্ন হয়। সেইবাবে বেয়া গোন্ধ ওলায়।

ৰসায়ন বিজ্ঞান কুইজ

প্ৰঃ ৰেফ্রিজাৰেটৰ কম্পেছাৰত ব্যৱহাৰ কৰা তৰলবিধৰ নাম কি?

উঃ ফ্রিওন।

প্ৰঃ ডিটাৰজেন্টেৰে কাপোৰ ধোৱাৰ সময়ত এবিধ বিশেষ বিদ্যুত শক্তিৰ সৃষ্টি হয় যিয়ে কাপোৰৰ মলি দূৰ কৰে। বিদ্যুত বিধ কি?

উঃ স্থিৰ বিদ্যুত।

প্ৰঃ কফি গছে কিমান বছৰলৈ ফল দিয়ে?

উঃ তিনি বছৰলৈ।

প্ৰঃ ছিন্থেটিক ডিটাৰজেন্ট কিহেৰে তৈয়াৰ কৰা হয়?

উঃ এলকিন বেনজিনৰ পৰা।

প্ৰঃ চিমেন্টত থকা বিভিন্ন পদাৰ্থসমূহ কি কি?

উঃ চিমেন্টত ছিলিকা 22 শতাংশ, আইৰণ অক্সাইড 2.5 শতাংশ, এলুমিনা 2.5 শতাংশ আৰু চূণ 62.0 শতাংশ থাকে।

প্ৰঃ ভালকানাইজড ৰাবাৰ কি?

উঃ ৰবৰ গছৰ আঠাৰ লগত চালফাৰ মিহলাই ভালকানাইজড ৰাবাৰ প্ৰস্তুত কৰা হয়।

প্ৰঃ হালধীৰ ৰং হালধীয়া কিয়?

উঃ হালধীত ‘কাৰকুমিন’ নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থকা বাবে হালধীৰ ৰঙ হালধীয়া হয়।

প্ৰঃ কি ৰাসায়নিক পদাৰ্থ থকা বাবে গোলাপ ফুল ইমান সুগন্ধি হয়?

উঃ গোলাপ ফুলৰ পাপৰিত ফিনাইল ইথাইল এলক’হল নামৰ ৰাসায়নিক পদাৰ্থ থকা বাবে।

প্ৰঃ জীৱৰ শৰীৰৰ বাবে বিপদজনক সূৰ্যৰ অতিবেঙুনী ৰশ্মি কি কাঁচৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে?

উঃ ক্ৰ’ক কাঁচৰ মাজেৰে।

প্ৰঃ টেৰিলিন কাপোৰ কিহেৰে তৈয়াৰী?

উঃ গ্লাইকল আৰু টেৰিথ্যালিক এছিডক একোডাল মালাৰ দৰে সজাই টেৰিলিন কাপোৰ তৈয়াৰ কৰা হয়।

প্ৰঃ আদা জ্বলা লাগে কিয়?

উঃ আদাত জিনগেৰ’ল নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে বাবে ই জ্বলা লাগে।

প্ৰঃ চাগুদানা উৎপন্ন কৰা গছবিধৰ নাম কি?

উঃ ট্যাপিওকা।

ৰসায়ন বিজ্ঞান কুইজ

প্ৰঃ কি কি ৰাসায়নিক পদাৰ্থৰ সংযোগত নাইলন তৈয়াৰ কৰা হয়?

উঃ পঞ্চাশটা এডিপিক এছিড আৰু পঞ্চাশটা হেক্সামিথিলিন-ডাই- এমিনৰ সংযোগত।

প্ৰঃ কৰ্পূৰ গছৰ কোন অংশৰ পৰা কৰ্পূৰ তৈয়াৰ কৰা হয়?

উঃ কৰ্পূৰ গছৰ যিকোনো অংশৰ পৰা।

প্ৰঃ মুখ চোৱা দাপোণৰ পিছফালে কিহেৰে প্ৰলেপ দিয়া হয়?

উঃ ৰেড লিড নামৰ ৰাসায়নিক পদাৰ্থৰ প্ৰলেপ।

প্ৰঃ তৰল পদাৰ্থ অথবা গেছত পানী থকা বা নথকা জানিবলৈ কি ব্যৱহাৰ কৰা হয়?

উঃ অনাৰ্দ্ৰ কপাৰ ছালফেট।

প্ৰঃ এমোনিয়া গেছৰ নামাকৰণ কৰা বিজ্ঞানীজনৰ নাম কি?

উঃ প্ৰিষ্টলি।

প্ৰঃ কাঁচত ছবি আঁকিবলৈ কি এছিড ব্যৱহাৰ কৰা হয়?

উঃ হাইড্ৰ’ক্ল’ৰিক এছিড।

প্ৰঃ আয়োডিনক বাষ্পলৈ ৰূপান্তৰিত কৰিলে তেনে বাষ্পৰ ৰং কেনেকুৱা হয়?

উঃ বেঙুনীয়া। ০ ০ ০

ৰসায়ন বিজ্ঞান কুইজ

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰসায়ন বিজ্ঞান কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here