Home Amplification ৰাইজে নখ জোকাৰিলে নৈ বয় | Raije Nokh Jokarile Noi Boy

ৰাইজে নখ জোকাৰিলে নৈ বয় | Raije Nokh Jokarile Noi Boy

ৰাইজে নখ জোকাৰিলে নৈ বয়

1
ৰাইজে নখ জোকাৰিলে নৈ বয় | Raije Nokh Jokarile Noi Boy
ৰাইজে নখ জোকাৰিলে নৈ বয়

ৰাইজে নখ জোকাৰিলে নৈ বয় | Raije Nokh Jokarile Noi Boy

ৰাইজে নখ জোকাৰিলে নৈ বয়-ভাব সম্প্রসাৰণ

উক্ত উক্তিটো অসমীয়া ভাষাত বহুলভাৱে ব্যৱহাৰ হোৱা এটি প্ৰবচন। সমজুৱাভাৱে কাম কৰিলে যে জটিল কামো সহজে সমাধান কৰিব পাৰি তাকে  বুজাবলৈ  প্ৰবচনটি মতা হয়।

নদ-নদী সাধাৰণতে প্ৰাকৃতিক প্ৰক্ৰিয়াত সৃষ্টি হয়। মানুহে নৈ সৃষ্টি কৰাটো অসম্ভৱ। কিয়নো নৈ বৈ  যাবলৈ বহুত পানীৰ প্ৰয়োজন। এই পানী বৰষুণৰ উপৰিও বিভিন্ন উৎসই যোগান ধৰে। অৰ্থাৎ এটুপি এটুপিকৈ বহুত পানী লগ হৈ নৈ বৈ যায়। ঠিক তেনেকৈ আমাৰ এনে বহুতো কাম আছে যিবোৰ  আমি কোনো  ব্যক্তিয়ে অকলশৰীয়াভাৱে কৰিব নোৱাৰো। কিন্তু সেই কাম যদি সমাজৰ সকলোৱে মিলি-জুলি কৰো তেন্তে সি সহজ হৈ পৰে। সমাজৰ বহুত ডাঙৰ ডাঙৰ  কাম যেনে: শিক্ষানুষ্ঠান, ধর্মানুষ্ঠান, সাহাৰ্য শিবিৰ আদি সমূহ ৰাইজৰ দান বৰঙণিত  গঢ়ি  উঠে।

সেয়ে কোৱা হয় ৰাইজে ঐক্যবদ্ধ হৈ কাম কৰিলে নৈ বোওৱাৰ দৰে টান বা অসম্ভৱ কাম এটিও সহজে সমাধান কৰিব পাৰি। 0 0 0

ৰাইজে নখ জোকাৰিলে নৈ বয় Raije Nokh Jokarile Noi Boy

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here