Home Biography ৰাব্বি মছৰুৰ চমু পৰিচয় | Rabbi Masrur

ৰাব্বি মছৰুৰ চমু পৰিচয় | Rabbi Masrur

0

ৰাব্বি মছৰুৰ চমু পৰিচয়

ৰাব্বি মছৰুৰ চমু পৰিচয়  Rabbi Masrur

ৰাব্বি মছৰুৰ চমু পৰিচয়

নাম: ৰাব্বি মছৰুৰ

নামৰ অৰ্থ: ‘ৰাব্বি’ অর্থ শিক্ষক বা পণ্ডিত আৰু ‘মছৰুৰ’ অর্থ আনন্দিত।

ঠিকনা: গাঁও: কমলপুৰ, ডাক: কমলপুৰ, জিলা: বৰপেটা, ৰাজ্য: অসম (ভাৰত) পিন: ৭৮১৩৫২

ৱেবছাইট: www.masrur360.com

ইমেইল: [email protected]

পিতৃৰ নাম: এ ৰহমান

মাতৃৰ নাম: শ্ৰীমতী ডালিমা

পত্নীৰ নাম: শ্ৰীমতী চাহেৰা

সন্তান: আদিদ শ্বাহৰিয়াৰ (পুত্ৰ) আৰু মিছ ছামিমা ( কন্যা)

জন্ম তাৰিখ: ১ জানুৱাৰী, ১৯৭২

শৈক্ষিক অৰ্হতা: ইংৰাজী বিষয়ত স্নাতকোত্তৰ (গুৱাহাটী বিশ্ববিদ্যালয়)

বৃত্তি: লিখা-মেলা, শিক্ষকতা।

অভিৰুচি: গছ-গছনি ৰোৱা, ভ্ৰমণ।

ধৰ্ম: একেশ্বৰবাদ

প্ৰিয় শব্দ: ঈশ্বৰ, মা। 

প্ৰিয় ভূমিঃ অসম (ভাৰত)।

প্ৰিয় খাদ্য: ভাত ৰাব্বি মছৰুৰ চমু পৰিচয় 

প্ৰিয় পানীয়: গাখীৰ

প্ৰিয় পোছাক: বগা চাৰ্ট, ক’লা পেণ্ট

আদৰ্শ ব্যক্তি: হজৰত মহম্মদ, শ্ৰীশংকৰদেৱ, এৰিষ্টটল, কনফুচিয়াছ।

আদৰ্শ বিপ্লৱী: মহাত্মা গান্ধী

আদৰ্শ প্ৰশাসক: হাজৰত ওমৰ।

আদৰ্শ ব্যক্তি: মাদাৰ টেৰেছা

আদৰ্শ চিন্তাবিদ: চক্ৰেটিছ, এডাম স্মিথ

প্ৰিয় কবি: উইলিয়াম শ্বেক্সপীয়েৰ, ইংৰাজী মেটাফিজিক্যাল কবিসকল ।

প্ৰিয় ঔপন্যাসিক: চাৰ্লছ ডিকেন্স, হিতেশ ডেকা।

প্ৰিয় গল্পকাৰ: গ্য ডি  মোফাছা , অ’ হেনৰী, এণ্টন চেখভ

মোৰ প্ৰিয় শাস্ত্ৰ: পবিত্ৰ কুৰাণ আৰু  বেদসমূহ।

প্ৰিয় কবিতা পুথি: শ্বেক্সপীয়েৰৰ ‘দ্য ছনেটছ’, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘গীতঞ্জলি’।

প্ৰিয় সম্পূৰ্ণ সাহিত্য  ৰচনা: উইলিয়াম শ্বেক্সপীয়েৰৰ সম্পূৰ্ণ ৰচনা

জীৱনৰ লক্ষ্য: এজন পূর্ণ মানৱ হোৱা।

মই বেয়া পোৱা ব্যক্তি: মই তিনিজন ব্যক্তিক বেয়া পাওঁ: প্ৰথম, যিয়ে নিজৰ কৰ্তব্যৰ প্ৰতি গাফিলতি কৰে; দ্বিতীয়তে, যিয়ে উৎকোচ লয়, আৰু তৃতীয় যিয়ে নাৰীৰ লগত দুৰ্ব্যৱহাৰ কৰে।

মই ভালপোৱা ব্যক্তি: মই এনে লোকক ভাল পাওঁ যিজন সৎ আৰু ধাৰ্মিক।

শ্ৰেষ্ঠ বিনোদন: কবিতা পাঠ।

শ্ৰেষ্ঠ অনুভূতি: মোৰ অতীতৰ দিনবোৰৰ স্মৃতি।

মই জনা ভাষাবোৰ: ইংৰাজী, অসমীয়া, বাংলা, হিন্দী, সংস্কৃত, উৰ্দু, আৰু আৰবী।

মোৰ লেখাৰ মাধ্যম: অসমীয়া।

মই কিয় লিখোঁ: মই মানৱ শান্তি, ভাতৃত্ববোধ, অনুশাসন, সতীৰ্থ অনুভূতি আৰু পাৰস্পৰিক বুজাবুজিৰ প্ৰসাৰৰ বাবে লিখোঁ। ০ ০ ০.

ৰাব্বি মছৰুৰ চমু পৰিচয়

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here