Home Quiz বিজ্ঞান কুইজ | Science Quiz

বিজ্ঞান কুইজ | Science Quiz

0

আপুনি যদি বিজ্ঞান কুইজ | Science Quiz বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । ইয়াত বিজ্ঞান কুইজ | Science Quizবোৰ বিভিন্ন উৎসৰ পৰা আমি সংগ্রহ কৰিছোঁ আমি আশাবাদী যে পাঠকসমাজে কুইজবোৰ ভাল পাব ।

বিজ্ঞান কুইজ  Science Quiz

বিজ্ঞান কুইজ,  Science Quiz

বিজ্ঞান কুইজ | Science Quiz

প্ৰঃ পৃথিৱীত কিমান বিধ উদ্ভিদ আছে?

উঃ  3, 35,000 বিধ।

প্ৰঃ নেমুটেঙাত থকা এছিড বিধৰ নাম কি?

উঃ  চাইট্ৰিক এচিড।

প্ৰঃ সুস্থ মানুহ এজন শৰীৰৰ তাপ কিমান?

উঃ  98.4 ডিগ্ৰি ফাৰেনহাইট বা 36. 8 ডিগ্ৰি ছেন্টিগ্ৰেড।

প্ৰঃ মানুহৰ মুখমণ্ডলত কিমান হাড় থাকে?

উঃ  22 ডাল।

প্ৰঃ এজন মানুহৰ শৰীৰত মুঠ কিমান হাড় থাকে?

উঃ  206 ডাল।

প্ৰঃ পূৰ্ণ বয়স্ক মানুহ এজনৰ মস্তিষ্কৰ ওজন কিমান?

উঃ  পুৰুষৰ প্ৰায় 1,400 গ্ৰাম আৰু মহিলাৰ প্ৰায় 1,300 গ্ৰাম।

প্ৰঃ পৃথিৱীত মুঠ কিমান বিধ প্ৰাণী আছে?

উঃ  9,600 বিধ।

প্ৰঃ মানুহৰ দৈহিক লক্ষণ বহন কৰা জিন বিলাক কিহেৰে গঠিত?

উঃ  ডি, এন, এ।

প্ৰঃ প্ৰাথমিক ৰং কেইটা আৰু কি কি?

উঃ  প্ৰাথমিক ৰং তিনিটা, যথা ঃ ৰঙা, নীলা আৰু সেউজীয়া।

প্ৰঃ পদাৰ্থৰ ক্ষুদ্ৰতম কণাটোৰ নাম কি?

উঃ  অণু।

প্ৰঃ চিনকোনা গছৰ পৰা কি ঔষধ তৈয়াৰ কৰা হয়?

উঃ  কুইনাইন।

প্ৰঃ কোনবিধ উদ্ভিদে ভ্ৰমণ কৰিব পাৰে?

উঃ  ক্লেমাডিম’নাছ আৰু ইউগ্লেনা নামৰ উদ্ভিদে।

প্ৰঃ প্ৰ’টন কি?

উঃ  পদাৰ্থৰ পৰমাণুত থকা ধনাত্মক আধানযুক্ত কণিকা।

প্ৰঃ আটাইতকৈ পাতল গেছ কোনটো?

উঃ  হাইড্ৰ’জেন।

প্ৰঃ শক্তিৰ প্ৰধান উৎস কি?

উঃ  সূৰ্য।

প্ৰঃ মানুহৰ শৰীৰত কেইডাল পেশী আছে?

উঃ  639 ডাল।

প্ৰঃ কোনবিধ স্তন্যপায়ী প্ৰাণী উৰিব পাৰে?

উঃ  বাদুলি

প্ৰঃ বিশ্বৰ প্ৰথম টেষ্ট টিউব শিশুটোৰ নাম কি?

উঃ  দুৰ্গা (1996, 6 আগষ্টত জন্ম হয়)।

প্ৰঃ মানুহৰ মূৰটোত কিমান নিউৰণ থাকে?

উঃ  প্ৰায় 1400 কৌটি।

প্ৰঃ কোনবিধ মাছ অতি দ্ৰুতগামী?

উঃ  চেইল ফিচ (প্ৰতি ঘন্টাত 109.7 কিলোমিটাৰ)।

বিজ্ঞান কুইজ,  Science Quiz

প্ৰঃ মানুহৰ শৰীৰত সাধাৰণতে কিমান পৰিমাণৰ তেজ থাকে?

উঃ  গড়ে 5 লিটাৰ।

প্ৰঃ কোনবিধ প্ৰাণীৰ চকু তিনিটা?

উঃ  টুয়াটৰো নামৰ এবিধ প্ৰাণীৰ।

প্ৰঃ আধুনিক ৰাসায়ন বিজ্ঞানৰ জনক কোন?

উঃ  এন্টনি লেভয়চিয়াৰ।

প্ৰঃ প্ৰাণীৰ দেহত হৰমোন সৃষ্টিকাৰী গ্ৰন্থিক কি বোলে?

উঃ  এণ্ডোক্ৰাইন গ্ৰন্থি।

প্ৰঃ জন্মৰ সময়ত এটা স্বাভাৱিক শিশুৰ ওজন কিমান?

উঃ  2.6 কিলোগ্ৰাম।

প্ৰঃ পৃথিৱীৰ তুলনাত সূর্য  কিমান ডাঙৰ?

উঃ  প্ৰায় 13 লাখ গুণ।

প্ৰঃ মানুহৰ তেজৰ ৰং   ৰঙা হয় কিয়?

উঃ  মানুহৰ তেজত থকা হেম’গ্লবিন নামৰ পদাৰ্থবিধৰ বাবে।

প্ৰঃ পৃথিৱীৰ ৰ্আটাইতকৈ ডাঙৰ প্ৰাণীবিধ কি?

উঃ  নীলা তিমি (30 মিটাৰ দীঘল, গড় ওজন 6500 কিলোগ্ৰাম)।

প্ৰঃ পৃথিৱীৰ আটাইতকৈ পুৰণি  উদ্ভিদ বিধ কি?

উঃ  শেলাই।

প্ৰঃ কোনে কুৱান্টাম সূত্ৰ আৱিষ্কাৰ কৰে?

উঃ  মেক্স প্লাংক ।

প্ৰঃ কোন প্ৰাণীয়ে ভয় পালে নেজডাল এৰি পলায়?

উঃ  জেঠী।

প্ৰঃ একমাত্ৰ কোনবিধ প্ৰাণীয়ে চিত হৈ শুব পাৰে?

উঃ  মানুহ।

প্ৰঃ এজন সুস্থ মানুহৰ দেহত তেজৰ গতিেবগ কিমান?

উঃ  ঘন্টাত প্ৰায় 11 কিলোমিটাৰ।

প্ৰঃ সূৰ্যৰ পোহৰত সাতোটা ৰং আছে বুলি কোনে প্ৰমাণ কৰে?

উঃ  চাৰ আইজাক নিউটন।

প্ৰঃ চোডা পানীৰ বৈজ্ঞানিক নাম কি?

উঃ  কাৰ্বনিক এচিড।

বিজ্ঞান কুইজ,  Science Quiz

প্ৰঃ কোনবিধ প্ৰাণীয়ে পানী নাখায়?

উঃ  কৃষ্ণষাড় মৃগই।

প্ৰঃ কোনবিধ প্ৰাণীৰ জীৱনকাল আটাইতকৈ বেছি?

উঃ  কাছ (120 বছৰ জীয়াই থাকে)।

প্ৰঃ কোনবিধ প্ৰাণীয়ে ভৰিৰে কণী উমনি দিয়ে?

উঃ  পেঙ্গুইনে।

প্ৰঃ আটাইতকৈ ডাঙৰ পক্ষী কোনবিধ?

উঃ  অষ্ট্ৰিচ (প্ৰায় 156 কিলোগ্ৰাম)।

প্ৰঃ কোন চৰায়ে পিছলৈয়ো উৰিব পাৰে?

উঃ  হামিংবাৰ্ড।

প্ৰঃ সমগ্ৰ জীৱজগতক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?

উঃ  দুটা- উদ্ভিদ আৰু প্ৰাণী।

প্ৰঃ জীৱ কাক কয়?

উঃ  যাৰ জীৱন আছে তাকে ‘জীৱ’ বুলি কোৱা হয়।

প্ৰঃ অক্সিজেনৰ উতলাংক কিমান?

উঃ  182,976 চেন্টিগ্ৰেড।

প্ৰঃ নিস্কিয় গেছ কোনবিধ?

উঃ  আৰ্গন।

প্ৰঃ লাফিং গেছ কি?

উঃ  নাইট্ৰচ অক্সাইড।

প্ৰঃ আটাইতকৈ পাতল পদাৰ্থ কি?

উঃ  লিথিয়াম।

প্ৰঃ আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি?

উঃ  প্লুটোনিয়াম। 

প্ৰঃ জীৱ বিৱৰ্তনৰ জনক কোন?

উঃ  চাৰ্লচ ডাৰউইন।

প্ৰঃ আটাইতকৈ গধুৰ পদাৰ্থ কি?

উঃ  ইউৰেনিয়াম। ০ ০ ০

Science Quiz

Q. How many kinds of plants are there in the world?

A. 3, 35,000 species.

Q. What is the name of the acid in lemon juice?

A. Citric acid.

Q. What is the body temperature of a healthy person?

A. 98.4 degrees Fahrenheit or 36. 8 degrees Celsius.

Q. How many bones does a person have in their face?

A. 22 branches.

Q. How many bones are there in a human body?

A. 206 branches.

Q. What is the weight of the brain of an adult?

A. About 1,400 grams for men and about 1,300 grams for women.

Q. How many species of animals are there in the world?

A. 9,600 species.

Q. What are the genes that carry human physical characteristics?

A. D, N, A.

Q. What are the other primary colors?

A. There are three primary colours, namely red, blue and green.

Q. What is the name of the smallest particle of matter?

A. Molecules.

Q. What medicine is made from the cinchona tree?

A. Quinine.

Q. Which plant can travel?

A. Chlamydia and Euglena.

Q. What is a proton?

A. Positively charged particles in the atoms of matter.

Q. Which is the thinnest gas?

A. Hydrogen.

Q. What is the primary source of energy?

A. The sun.

Q. How many muscles are there in the human body?

A. 639 branches.

Q. Which mammal can fly?

A. Bats

Q. What is the name of the world’s first test tube baby?

A. Durga (born 6 August 1996).

Q. How many neurons are there in the human head?

A. About Rs. 1,400 crore.

Q. Which fish is the fastest?

A. Sail fish (109.7 km per hour).

Q. How much blood is normally in the human body?

A. An average of 5 litres.

Q. Which animal has three eyes?

A. Of an animal called Tuatro.

Q. Who is the father of modern chemistry?

A. Anthony Levoisier.

Q. What is the gland that produces hormones in the body of an animal?

A. Endocrine glands.

Q. What is the weight of a normal baby at birth?

A. 2.6 kg.

Q. How large is the Sun compared to the Earth?

A. About 1.3 million times.

Q. Why is human blood red?

A. Because of the substance called hemoglobin in human blood.

Q. What is the largest animal on Earth?

A. Blue whale (30 m long, average weight 6500 kg).

নোট: যদি আপুনি উক্ত ‘বিজ্ঞান কুইজ | Science Quiz পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here