টেনিছ কুইজ
টেনিছ কুইজ
প্ৰঃ টেবুল টেনিছ খেলৰ উদ্ভাৱক কাক কোৱা হয়?
উঃ জেমছ গিব।
প্ৰঃ উইম্বলডন প্ৰতিযোগিতা কোন দেশত অনুষ্ঠিত হয়?
উঃ ইংলণ্ড।
প্ৰঃ টেবুল টেনিছৰ প্ৰকৃত নাম কি?
উঃ পিং পং।
প্ৰঃ কোনজন খেলুৱৈয়ে এ টি পি ৰেংকিঙত একেৰাহে 6 বছৰ প্ৰথম স্থানত থকাৰ অভিলেখ গঢ়িছে?
উঃ পীট ছাপ্ৰাছ।
প্ৰঃ প্ৰথম ফ্রান্স অ’পেন প্ৰতিযোগিতা কেতিয়া অনুষ্ঠিত হৈছিল?
উঃ 1891 চনত।
টেনিছ কুইজ
প্ৰঃ আন্তৰ্জাতিকভাৱে স্বীকৃত টেনিছ ক’ৰ্ট এখনৰ ৰ্দ্ঘ্যৈ আৰু প্ৰস্থ কিমান?
উঃ 78 ফুট ✖ 78 ফুট।
প্ৰঃ আন্তৰ্জাতিক টেনিছ ফেডাৰেচন (পেৰিচত) কেতিয়া স্থাপন কৰা হয়?
উঃ 1913 চনত।
প্ৰঃ আন্তৰ্জাতিক লন টেনিছ ফেডাৰেচন কেতিয়া গঠন কৰা হৈছিল?
উঃ 1913 চনত।
প্ৰঃ প্ৰথম উইম্বলডন টুৰ্ণামেন্ট কেতিয়া আৰম্ভ কৰা হৈছিল?
উঃ 1877 চনৰ 19 জুলাই।
প্ৰঃ কোন গৰাকী ভাৰতীয় টেনিছ খেলুৱৈয়ে 2000 চনৰ ‘পদ্মশ্ৰী’ বঁটা লাভ কৰিছিল?
উঃ ছানিয়া মিৰ্জা।
প্ৰঃ কিমান চনত উইম্বলডন চিডিং পদ্ধতি আৰম্ভ কৰা হয়?
উঃ 1927 চনত।
প্ৰঃ কোনজন ভাৰতীয় টেনিছ খেলুৱৈয়ে 1954 চনত উইম্বলডনৰ জুনিয়ৰৰ খিতাপ দখল কৰিছিল?
উঃ ৰামানাথন কৃষ্ণান।
প্ৰঃ উইম্বলডন টুৰ্ণামেন্টত অংশ গ্ৰহণ কৰা প্ৰথম গৰাকী ভাৰতীয় কোন?
উঃ হৰজিৎ সিং।
প্ৰঃ টেনিছ কেৰিয়াৰত ন বাৰ উইম্বলডন খিতাপ দখল কৰা মহিলা টেনিছ খেলুৱৈ গৰাকী কোন?
উঃ মাৰ্টিনা নাভ্ৰাটিলোভা।
প্ৰঃ মাৰ্টিনা হিংগিছ টেনিছ খেলুৱৈ গৰাকী কোন দেশৰ?
উঃ চুইজাৰলেণ্ড।
প্ৰঃ মাৰাট ছাফিন কোন দেশৰ লোক?
উঃ ৰাছিয়া।
টেনিছ কুইজ
প্ৰঃ মউৰিণ ক’নোলিৰ ছদ্ম নাম ‘লিটল ম’ ইয়াৰ অন্তৰালত থকা কাৰণ কি?
উঃ ইয়াৰ কাৰণ তেওঁ টেনিছ ক’ৰ্টত মিচউৰি’ নামৰ যুদ্ধ জাহাজৰ দৰে যুযুৎসু কৌশল প্ৰদৰ্শন কৰি খেলিব পাৰিছিল।
প্ৰঃ পাঁচবাৰ উইম্বলডন খিতাপ দখল কৰা প্ৰথম মহিলা গৰাকীৰ নাম কি?
উঃ চাৰ্লচ ডোডা।
প্ৰঃ কোনখন গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাত সেউজীয়া আৰু বেঙুনীয়াক ষ্টেণ্ডাৰ্ড ৰং হিচাপে ব্যৱহাৰ কৰা হয়?
উঃ উইম্বলডন।
প্ৰঃ অৰ্জুন বঁটা লাভ কৰা টেনিছ খেলুৱৈ গৰাকী কোন?
উঃ ৰামানাথন কৃষ্ণান।
প্ৰঃ প্ৰথম মহিলা উইম্বলডন চেম্পিয়ন গৰাকীৰ নাম কি?
উঃ বড ৱাডচন।
প্ৰঃ প্ৰথম পুৰুষ উইম্বলডন চেম্পিয়ন গৰাকীৰ নাম কি?
উঃ স্পেনছাৰ গ’ৰ।
প্ৰঃ ভাৰতত ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপ ক’ত অনুষ্ঠিত হৈছিল?
উঃ ক’লকাতা।
প্ৰঃ ‘বিয়র্ন বৰ্গ’ টেনিছত এটা বিখ্যাত নাম। তেওঁ কোন দেশৰ লোক?
উঃ চুইডেন।
প্ৰঃ চিনিয়ৰ গ্ৰেণ্ডশ্লাম খিতাপ দখল কৰা প্ৰথম ভাৰতীয় টেনিছ খেলুৱৈ গৰাকীৰ নাম কি?
উঃ মহেশ ভূপতি।
প্ৰঃ অৰ্জুন বঁটা, পদ্মশ্ৰী, ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰা একমাত্ৰ ভাৰতীয় টেনিছ খেলুৱৈ জনৰ নাম কি?
উঃ লিয়েণ্ডাৰ পে জ।
প্ৰঃ ৰেক্স বেলামি টেনিছ জগতৰ লগত জড়িত এজন প্ৰখ্যাত ব্যক্তি। তেওঁ টেনিছ জগতৰ লগত কেনেদৰে জড়িত?
উঃ তেওঁ টেনিছ সম্বন্ধীয় স্তম্ভ লেখক।
টেনিছ কুইজ
প্ৰঃ টেনিছত ‘ষ্ট্ৰেবৰী চাৰ্কিট’ বুলিলে কি বুজায়?
উঃ ফ্রেন্স, উইম্বলডন আৰু ইটালীয়ান চেম্পিয়নশ্বিপক একেলগে ‘ষ্ট্ৰেবৰী চাৰ্কিট’ বুলি কোৱা হয়।
প্ৰঃ কোনজন টেনিছ খেলুৱৈৰ উপনাম ‘জেন্টেলমেন টিম’?
উঃ টিম মেয়’টি।
প্ৰঃ টেনিছ শব্দটো এটি ফৰাচী শব্দৰ পৰা উদ্ভৱ হৈছে। শব্দটো কি?
উঃ টেনেজ’।
প্ৰঃ লন টেনিছৰ উদ্ভাৱনৰ সফলতা কোনজন খেলুৱৈয়ে পায়?
উঃ মেজৰ স্প্ৰীংফিল্ড।
প্ৰঃ আন্দ্ৰে আগাছীৰ উপনাম কি?
উঃ দা পানিশ্বাৰ।
টেনিছ কুইজ
প্ৰঃ 2005 চনৰ উইম্বলডনৰ মিক্সড ডাবলছৰ ফাইনেলত মহেশ ভূপতি আৰু কোন খেলুৱৈৰ যুটিয়ে পল হেনলী আৰু টাটিয়ানা পেৰে বাইনিছৰ যুটিক পৰাস্ত কৰে?
উঃ মেৰী পিয়েৰৰ্চ।
প্ৰঃ ATP -ৰ সম্পূৰ্ণ ৰূপটো কি?
উঃ Associated Tennis Professionals.
প্ৰঃ কোনজন টেনিছ তাৰকাৰ আত্মজীৱনীৰ নাম A Rage for Perfection?
উঃ জন মেকেনৰ’।
প্ৰঃ ‘The Voice of Tennis’ বুলি কাক কোৱা হয়?
উঃ ডেন মাস্কেল, (এজন টেনিছ ধাৰা ভাষ্যকাৰ)।
প্ৰঃ ‘The Breaker and Break Point’ নামৰ গ্ৰন্থখন কোনজন টেনিছ খেলুৱৈয়ে লিখিছিল?
উঃ লি নাচটেচ।
প্ৰঃ ‘My Aches, My Faults’ আত্মজীবনীখনৰ লিখক কোন?
উঃ নিক বলিটাৰি।
প্ৰঃ ‘ Woodies’ শব্দটিয়ে দুজন বিখ্যাত টেনিছ খেলুৱৈক বুজায়। তেওঁলোক দুজনৰ নাম কি?
উঃ টড উদব্রিজ আৰু মাৰ্ক উদফ’ৰ্ড।
প্ৰঃ ‘deco’ ৰ পৃ‡ভাগত অনুষ্ঠিত গ্ৰেণ্ডশ্লাম টেনিছ টুৰ্ণামেন্টখনৰ নাম কি?
উঃ ইউ এছ অেপন।
প্ৰঃ কোনজন টেনিছ তাৰকা বিশ্বৰ প্ৰথমজন পেছাদাৰী টেনিছ খেলুৱৈ হিচাপে জনাজাত?
উঃ সুজান লেংলেন।
টেনিছ কুইজ
প্ৰঃ উইম্বলডনত ভাগ লোৱা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি?
উঃ দিলীপ বসু।
প্ৰঃ প্ৰথম প্ৰয়াসতে তিনিটা উইম্বলডন খিতাপ লাভ কৰি পুনৰায় খেলত অংশ গ্ৰহণ নকৰা টেনিছ খেলুৱৈজনৰ নাম কি?
উঃ ববি ৰিগছ।
প্ৰঃ এগৰাকী টেনিছ খেলুৱৈ 15 বছৰ 9 মাহ বয়সত উইম্বলডনৰ খিতাপ দখল কৰিছিল। তেওঁৰ নাম কি?
উঃ লটি ড’ড।
প্ৰঃ 1973 চনত বিজয় অমৃতৰাজে তেওঁৰ প্ৰথম গ্ৰেণ্ড পিক্স খিতাপ ক’ত দখল কৰিছিল?
উঃ হংকং।
প্ৰঃ ‘Bijoy Amritaraj: An Autobiography’ নামৰ আত্মজীৱনীখনৰ বিজয় অমৃতৰাজৰ সহযোগী লিখকজনৰ নাম কি?
উঃ ৰিচাৰ্ড ইভানছ।
প্ৰঃ উইম্বলডন মিক্সড ডাবলছৰ শাখাত বিজয়ী হোৱা প্ৰথম ভায়েক-ভনীয়েকৰ যুটিটোৰ নাম কি?
উঃ জন আষ্টিন, ট্ৰেচ আষ্টিন।
প্ৰঃ কিমান চনত মহিলা য পুৰুষ ডাবলছ্ প্ৰতিযোগিতা উইম্বলডনত অন্তৰ্ভূক্ত কৰা হৈছিল?
উঃ 1884 চনত।
প্ৰঃ উইম্বলডনৰ খিতাপ দখল কৰা প্ৰথম বাওঁহতীয়া টেনিছ খেলুৱৈজনৰ নাম কি?
উঃ ন’মেন ব্রোকছ্।
প্ৰঃ গ্ৰেণ্ডশ্লাম অৰ্জন কৰা প্ৰথম টেনিছ খেলুৱৈ গৰাকীৰ নাম কি?
উঃ ড’নাল্ড বাজ।
প্ৰঃ ইউ এছ টেবুল টেনিছ এচ’ছিয়েশ্বন কেতিয়া গঠন কৰা হয়?
উঃ 1933 চনত।
প্ৰঃ টেবুল টেনিছ টুৰ্ণামেন্টৰ পথাৰখনৰ জোখ কিমান?
উঃ দীঘ 9 ফুট প্ৰস্থ 5 ফুট।
প্ৰঃ এজন আমেৰিকান টেনিছ খেলুৱৈৰ উপনাম ‘পিষ্টল’। আচল নাম কি?
উঃ পীট ছাম্প্ৰাছ।
প্ৰঃ টেবুল টেনিছৰ ৰেকেটত দুটা বিশেষ ৰং ব্যৱহাৰ কৰা হয়। এই ৰং দুটা কি কি?
উঃ ৰঙা আৰু ক’লা।
প্ৰঃ এ টি পি ৰেংকিঙত প্ৰথম স্থান অধিকাৰ কৰা প্ৰথম ভাৰতীয় যুটিটোৰ নাম কি?
উঃ মহেশ ভূপতি আৰু লিয়েণ্ডাৰ পেজ।
প্ৰঃ টেনিছ খেলুৱৈ বৰিছ বেকাৰৰ জনপ্ৰিয় নাম কি?
উঃ লায়ন অব লেইমেন।
প্ৰঃ ইউ এছ অ’পেন ৰ পুৰুষৰ ছিংগলছ খিতাপ অৰ্জন কৰা কনিষ্টতম টেনিছ খেলুৱৈ গৰাকীৰ নাম কি?
উঃ পীট ছাম্প্ৰাছ।
প্ৰঃ ক্লে ক’ৰ্টত অনুষ্ঠিত গ্ৰেণ্ডশ্বাম টুৰ্ণামেন্টখনৰ নাম কি?
উঃ ফ্রেন্স অপেন।
প্ৰঃ পেছাদাৰী তথা অপেচাদাৰী খেলুৱৈ হিচাপে ডাবল গ্ৰেন্ড শ্লাম সম্পূৰ্ণ কৰা একমাত্ৰ খেলুৱৈ গৰাকীৰ নাম কি?
উঃ ৰ’ড লেভাৰ।
টেনিছ কুইজ
প্ৰঃ কোন গৰাকী মহিলা টেনিছ খেলুৱৈয়ে 1920 চনৰ এণ্টাৰ্প অলিম্পিকত দুটা সোণৰ আৰু এটা ব্রঞ্জৰ পদক লাভ কৰিছিল?
উঃ সুজানে লেংলেন।
প্ৰঃ উইম্বলডনত মহিলাৰ ছিংগলছৰ খিতাপ লাভ কৰা কনিষ্টতম খেলুৱৈ গৰাকীৰ নাম কি?
উঃ মাৰ্টিনা হিংগিছ।
প্ৰঃ বিখ্যাত আন্তৰ্জাতিক টেনিছ তাৰকা গুষ্টাভ কুৱেৰটেনৰ উপনাম কি?
উঃ গুগা।
প্ৰঃ চাৰিখন গ্ৰেণ্ডশ্লেম টুৰ্ণামেন্ট বিভিন্ন ক’ৰ্টত অনুষ্ঠিত হয়। ইয়াৰ তিনিখন হ’ল ঘাঁহৰ ক’ৰ্ট, ৰিবাউণ্ড এছ আৰু ক্লে ক’ৰ্ট। চতুৰ্থখনৰ নাম কি?
উঃ ডেক’টাৰ্ফ।
প্ৰঃ ৱৰ্ল্ড টেবুল টেনিছ চেম্পিয়নশ্বিপৰ লগতে ইউম্বলডনত পুৰুষৰ ছিংগলছ খিতাপ অৰ্জন কৰা একমাত্ৰ খেলুৱৈ গৰাকী কোন?
উঃ ফ্রেড পেৰী।
প্ৰঃ 1966 চনৰ পৰা 1968 চনৰ ভিতৰত এগৰাকী আমেৰিকান মহিলা টেনিছ খেলুৱৈয়ে একেৰাহে তিনিবাৰকৈ উইম্বলডনৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছিল। তেওঁৰ নাম কি?
উঃ বিলি জিন কিং।
প্ৰঃ যদি এজন খেলুৱৈয়ে ৰলেণ্ড গেৰছত খেলি থকা বুলি কোৱা হয়, তেন্তে তেওঁ কোনখন গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতা খেলি আছে বুলি ক’ব লাগিব?
উঃ ফ্রেন্স অপেন।
প্ৰঃ 1997 চনত লিয়েণ্ডাৰ পেজ আৰু মহেশ ভূপতিয়ে কোনখন টুৰ্ণামেন্টত প্ৰথম এ টি পি দাবলছৰ খিতাপ দখল কৰে?
উঃ গ’ল্ড ফ্লেক অপেন’
প্ৰঃ কোনখন গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতা পূৰ্বতে ৱ’ৰ্পল ৰোডত অনুষ্ঠিত হৈছিল?
উঃ উইম্বলডন।
প্ৰঃ বিখ্যাত টেনিছ তাৰকা চেবাষ্টিয়ান লেৰিউ কোন দেশৰ লোক?
উঃ কানাডা।
প্ৰঃ 1998 চনত জুৰিকত অনুষ্ঠিত ইউৰোপীয়ান ইনদ’ৰ চেম্পিয়নশ্বিপত এগৰাকী আমেৰিকান মহিলা টেনিছ খেলুৱৈয়ে প্ৰতি ঘন্টাত 127.4 মিটাৰ বেগেৰে দ্ৰুততম চাৰ্ভকাৰী হিচাপে অভিলেখ গঢ়ে। এই গৰাকী খেলুৱৈৰ নাম কি?
উঃ ভেনাচ উইলিয়ামছ।
প্ৰঃ প্ৰথম স্থানত সৰ্বাধিক 377 সপ্তাহ থকাৰ অভিলেখ গঢ়া টেনিছ তাৰকা গৰাকীৰ নাম কি?
উঃ ষ্টেফি গ্ৰাফ।
প্ৰঃ কোনখন অলিম্পিকৰ পৰা টেনিছ খেলে পূৰ্ণ পৰ্যায়ৰ অলিম্পিক ক্ৰীড়া হিচাপে পুনৰুজ্জীৱিত হয়?
উঃ ছিউল অলিম্পিক।
প্ৰঃ প্ৰাচীনতম গ্ৰেন্ড শ্লাম প্ৰতিযোগিতাৰ নাম উল্লেখ কৰা।
উঃ উইম্বলডন।
প্ৰঃ লন টেনিছ অৱসৰ লোৱা মাৰ্টিনা নাভ্ৰাটিলোভাই শেহতীয়া তথ্যমতে যিকোনো পুৰুষ আৰু মহিলা খেলুৱৈতকৈ অধিক সংখ্যক খিতাপ দখল কৰিছে। তেওঁ মুঠতে কিমানটা ছিংগলছৰ খিতাপ দখল কৰিছে?
উঃ 167 টা।
প্ৰঃ উইম্বলডনৰ পুৰুষৰ ছিংগলছত বিজয়ীক দিয়া ট্ৰফীটোৰ নাম কি?
উঃ কিং জৰ্জ ভি কাপ।
প্ৰঃ ভাৰতে প্ৰথম কেতিয়া ডেভিছ কাপ খেলে?
উঃ 1921 চনত।
প্ৰঃ 1939 চনত এজন পুৰুষ আৰু মহিলা খেলুৱৈয়ে এক ব্যতিক্ৰমী অভিলেখ গঢ়ে। এই দুগৰাকী খেলুৱৈয়ে ছিংগলছ আৰু ডাবলছত বিজয় সাব্যস্ত কৰে। দুয়োজনৰ যুটিয়ে মিক্সড দাবলছতো বিজয়ী হয়। খেলুৱৈ দুগৰাকীৰ নাম কি?
উঃ ববি ৰিগছ আৰু এলিছ মাৰ্বল।
প্ৰঃ উইম্বলডনৰ মিক্সড ডাবলছ খিতাপ দখল কৰা একমাত্ৰ পতি-পত্নী যুটিটোৰ নাম কি?
উঃ এল এ গডফ্রে আৰু তেওঁৰ পত্নী কিটি গডফ্রে।
প্ৰঃ ক’ত আৰু কেতিয়া অল ইণ্ডিয়া লন টেনিছ এছ’চিয়েশ্বন গঠন হৈছিল?
উঃ 1920 চনত, লাহোৰত।
প্ৰঃ একেটা বৰ্ষতে চাৰিবাৰ গ্ৰেণ্ডশ্লাম প্ৰতিযোগিতাৰ এখনো খেলত পৰাজিত নোহোৱা প্ৰথম মহিলা টেনিছ খেলুৱৈ গৰাকীৰ নাম কি?
উঃ মওৰিন কন’লি।
প্ৰঃ 1900 চনত ডেভিছ কাপ ট্ৰফীটো কোনে দান কৰে?
উঃ ডুয়ইট ডেভিছ।
প্ৰঃ এটাও পইন্ট নোহোৱাকৈ 6-0 ছেটত বিজয় সাব্যস্ত কৰা একমাত্ৰ টেনিছ খেলুৱৈজনৰ নাম কি?
উঃ বিল স্কেনলন। ০ ০ ০
Tennis Quiz
Q. Who is considered the inventor of the game of table tennis?
A. James Gibb.
Q. Wimbledon is held in which country?
A. England.
Q. What is the real name of table tennis?
A. Ping Pong.
Q. Which player holds the record of 6 consecutive years at number one in the ATP rankings?
A. Pete Sapras.
Q. When was the first French Open held?
A. In 1891.
Tennis Quiz
Q. What is the length and width of an internationally recognized tennis court?
A. 78 feet 78 feet.
Q. When was the International Tennis Federation (in Paris) established?
A. In 1913.
Q. When was the International Lawn Tennis Federation formed?
A. In 1913.
Q. When was the first Wimbledon tournament started?
A. July 19,
Q. Which Indian tennis player won the Padma Shri in 2000?
A. Sania Mirza.
Q. In what year was the Wimbledon seeding system introduced?
A. In 1927.
Q. Which Indian tennis player won the Wimbledon junior title in 1954?
A. Ramanathan Krishnan.
Q. Who is the first Indian to compete in Wimbledon?
A. Harjit Singh.
Q. Who is the first female tennis player to win nine Wimbledon titles in her tennis career?
A. Martina Navratilova.
Q. Martina Hingis is a tennis player from which country?
A. Switzerland.
Q. Marat Safin is from which country?
A. Russia.
Tennis Quiz
Q. What is the reason behind Maureen Connolly’s pseudonym ‘Little Mo’?
A: This is because he could play on the tennis courts like a battleship called the Missouri.
Q. What is the name of the first woman to win five Wimbledon titles?
A. Charles Doda.
Q. Which Grand Slam tournament uses green and purple as standard colors?
A. Wimbledon.
Q. Who is the tennis player who won the Arjuna Award?
A. Ramanathan Krishnan.
Q. What is the name of the first female Wimbledon champion?
A. Bod Wadson.
Q. What is the name of the first male Wimbledon champion?
A. Spencer Gore.
Q. Where was the National Table Tennis Championship held in India?
A. Kolkata.
Q. Beern Borg is a famous name in tennis. What country is he from?
A. Sweden.
Q. What is the name of the first Indian tennis player to win a Senior Grand Slam title?
A. Mahesh Bhupathi.
Q. Who is the only Indian tennis player to receive the Arjuna Award, Padma Shri and Rajiv Gandhi Khel Ratna?
A. Leander Pay j.
Q. Rex Bellamy is a famous person in the tennis world. How is he involved in the world of tennis?
A: He is a tennis columnist.
Tennis Quiz
Q. What do you mean by ‘strawberry circuit’ in tennis?
A. The French, Wimbledon and Italian Championships are collectively called the Strawberry Circuit.
Q. Which tennis player is nicknamed ‘Gentleman Tim’?
A. Tim Mayotti.
Q. The word tennis comes from a French word. What is the sound?
A. Tenazzo.
Q. Which player succeeds in inventing lawn tennis?
A. Major Springfield.
Q. What is Andre Agassi’s nickname?
A. The Punisher.
Tennis Quiz
Q. Mahesh Bhupathi and which other player defeated Paul Henley and Tatiana Pere Binis in the 2005 Wimbledon mixed doubles final?
A. Mary Pierce.
Q. What is the full form of ATP?
A. Associated Tennis Professionals.
Q. Which tennis star’s autobiography is called A Rage for Perfection?
A. John McEnroe.
Q. Who is called ‘The Voice of Tennis’?
A. Dan Maskell, (a tennis genre commentator).
Q. Which tennis player wrote the book ‘The Breaker and Break Point’?
A. Lee Nachtesch.
Q. Who is the author of the autobiography ‘My Aches, My Faults’?
A. Nick Bolitari.
Q. The word ‘Woodies’ refers to two famous tennis players. What are the names of the two of them?
A. Todd Woodbridge and Mark Woodford.
Q. What is the name of the Grand Slam tennis tournament held on the surface of ‘deco’?
A. US Open.
Q. Which tennis star is known as the first professional tennis player in the world?
A. Susan Langlen.
Tennis Quiz
Q. What is the name of the first Indian to compete in Wimbledon?
A. Dilip Basu.
Q. What is the name of the tennis player who won three Wimbledon titles in his first attempt and never played again?
A. Bobby Riggs.
Q. A tennis player won the Wimbledon title at the age of 15 years and 9 months. What is his name?
A. Lottie Dodd.
Q. Where did Vijay Amritraj win his first Grand Pix title in 1973?
A. Hong Kong.
Q. What is the name of the co-author of the autobiography ‘Bijoy Amritaraj: An Autobiography’?
A. Richard Evans.
Q. What is the name of the first brother-sister pair to win the Wimbledon Mixed Doubles category?
A. John Austin, Trace Austin.
Q. In which year was the men’s and women’s doubles tournament included in Wimbledon?
A. In 1884.
Tennis Quiz
Q. What is the name of the first left-handed tennis player to win a Wimbledon title?
A. Noman Brooks.
Q. What is the name of the first tennis player to win a Grand Slam?
A. Donald Buzz.
Q. When was the US Table Tennis Association formed?
A. In 1933.
Q. What is the size of the table tennis tournament field?
A. It is 9 feet long and 5 feet wide.
Q. An American tennis player’s nickname is ‘Pistol’. What’s your real name?
A. Pete Sampras.
Q. Two special colors are used in table tennis racquets. What are these two colors?
A. Red and black.
Q. What is the name of the first Indian pair to top the ATP rankings?
A. Mahesh Bhupathi and Leander Page. 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
টেনিছ কুইজ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






