আপুনি যদি ‘নৌকাচালনা কুইজ Rowing Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘নৌকাচালনা কুইজ Rowing Quiz’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব।
নৌকাচালনা কুইজ
প্ৰঃ নৌকা চালনা খেল কোন দেশত প্ৰথমে উদ্ভৱ হোৱা বুলি কোৱা হয়?
উঃ প্ৰাচীন গ্ৰীচত।
প্ৰঃ নৌকাচালনাৰ ‘স্কলাৰ’ মানে কি?
উঃ দুপাত বঠাৰ নৌকাচালনা কৰা নৌকাচালক।
প্ৰঃ 2004 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিকত কোনখন দেশে নৌকাচালনা ইভেন্টত সৰ্বাধিক স্বৰ্ণ পদক লাভ কৰিছিল?
উঃ ৰোমানিয়া।
প্ৰঃ 2000 বৰ্ষত জীৱনজোৰা অৰিহণাৰ বাবে কোনগৰাকী বিখ্যাত নৌকাচালকক সন্মানীয় অৰ্জুন বঁটা প্ৰদান কৰা হয়?
উঃ সুৰেন্দৰ সিং কানৱাচি।
প্ৰঃ বিখ্যাত নৌকাচালক ওলাফ টাফটে কোন দেশৰ নাগৰিক?
উঃ নৰৱে।
প্ৰঃ নৌকাচালনাৰ কেইটামান গুৰুত্বপূৰ্ণ ইভেন্টৰ নাম কোৱা।
উঃ ছিংগল স্কালছ, ডাবল স্কালছ, কক্সলেছ পেয়ৰছ, লাইটৱেট ডাবল স্কালছ আদি।
প্ৰঃ থেমছ নদীৰ পাৰত ইংলণ্ডৰ দুখন বিশ্ববিদ্যালয়ৰ মাজত বাৰ্ষিক নৌকাচালনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিশ্ববিদ্যালয় দুখনৰ নাম কি ?
উঃ অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু কেম্ৰিজ বিশ্ববিদ্যালয়।
প্ৰঃ 2004 চনত এথেন্স অলিম্পিকত পুৰুষৰ ছিংগলছ স্কালছত সোণৰ পদক অৰ্জন কৰা খেলুৱৈজনৰ নাম কি?
উঃ ওলাফ টাফলে। 0 0 0
নোট: যদি আপুনি উক্ত ‘নৌকাচালনা কুইজ Rowing Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
Rowing Quiz
Q. In which country is the sport of rowing said to have first originated?
A. In ancient Greece.
Q. What does it mean to be a ‘scholar’ in sailing?
A. A sailor who rows with two paddles.
Q. Which country won the most gold medals in the rowing event at the 2004 Summer Olympics?
A. Romania.
Q. Which famous sailor was awarded the prestigious Arjuna Award in 2000 for his lifetime contribution?
A. Surender Singh Kanwachi.
Q. The famous navigator Olaf Taft is a citizen of which country?
A. Norway.
Q. Name some important events in sailing.
A. Single sculls, double sculls, coxless pairs, lightweight double sculls, etc.
Q. An annual sailing competition is held on the banks of the River Thames between two universities in England. What are the names of the two universities?
A. University of Oxford and University of Cambridge.
Q. What is the name of the athlete who won the gold medal in the men’s singles sculls at the 2004 Athens Olympics?
A. Olaf Tafle.0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
নৌকাচালনা কুইজ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






