আপুনি যদি ‘হজৰত ইয়াকুব কুইজ‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘হজৰত ইয়াকুব কুইজ‘ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
হজৰত ইয়াকুব কুইজ
প্ৰঃ হজৰত ইয়াকুব (আঃ) কিমান বছৰ আগতে জন্ম গ্ৰহণ কৰিছিল?
উঃ আজিৰ পৰা প্ৰায় 4,000 বছৰ আগতে।
প্ৰঃ হজৰত ইয়াকুব (আঃ)ৰ আন নাম কি আছিল?
উঃ ইস্ৰাইল। ইব্রানি ভাষাত ‘ইস্ৰাইল’ শব্দৰ অৰ্থ আল্লাহৰ বান্দা। এই কাৰণে ইয়াকুবৰ বংশধৰসকলক বনী ইস্ৰাইল বুলি কোৱা হয়।
প্ৰঃ ইয়াকুব (আঃ)ৰ কিমানজন পুত্ৰ আছিল?
উঃ 12 জন।
প্ৰঃ ইয়াকুব (আঃ)য়ে তেখেতৰ কোন পুত্ৰক অধিক ভাল পাইছিল?
উঃ হজৰত ইউছুফ (আঃ)ক।
প্ৰঃ ইয়াকুব (আঃ) কিমান বছৰ বয়সত পুত্ৰ ইউছুফৰ লগত দেখা কৰিবলৈ যায়?
উঃ 130 বছৰবয়সত 67 জন সংগী লগত লৈ।
প্ৰঃ ইয়াকুব (আঃ) কিমান বছৰ জীয়াই আছিল?
উঃ 147 বছৰ।।
প্ৰঃ ইয়াকুব (আঃ) ক’ত ইছলাম প্ৰচাৰ কৰে?
উঃ কেনানত।
প্ৰঃ হজৰত ইয়াকুবৰ একমাত্ৰ কোন পুত্ৰ নবী হৈছিল?
উঃ হজৰত ইউছুফ (আঃ)। ০ ০ ০
নোট: যদি আপুনি উক্ত ‘হজৰত ইয়াকুব কুইজ‘ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






