Home Ass Grammar অসমীয়া কবি সাহিত্যিকসকলৰ উপাধি

অসমীয়া কবি সাহিত্যিকসকলৰ উপাধি

0

অসমীয়া কবি সাহিত্যিকসকলৰ উপাধি। অসমীয়া কবি-সাহিত্যিকসকলৰ উপাধি বিষয়ক এই অসমীয়া প্ৰবন্ধত অসমৰ প্ৰসিদ্ধ কবি আৰু সাহিত্যিকসকলক প্ৰদান কৰা বিভিন্ন উপাধি, সেই উপাধিৰ পটভূমি আৰু সাহিত্যিক গুৰুত্ব সহজ আৰু তথ্যভিত্তিক ভাষাত উপস্থাপন কৰা হৈছে।

অসমীয়া কবি সাহিত্যিকসকলৰ উপাধি

অসমীয়া কবি সাহিত্যিকসকলৰ উপাধি

সাহিত্যিকৰ নাম ———- প্ৰাপ্ত উপাধি

ৰঘুনাথ চৌধাৰী——বিহগী কবি

নীলমণি ফুকন—— বাগ্মীবৰ। ককা

প্ৰসন্নলাল চৌধুৰী——বিদ্ৰোহী কবি

যতীন্দ্ৰ নাথ দুৱৰা——বনফুলৰ কবি

আনন্দিৰাম দাস—— বনকোঁৱৰ

আনন্দ চন্দ্ৰ বৰুৱা——প্ৰেম আৰু ৰ’দালিৰ কবি

শ্ৰীমন্ত শংকৰদেৱ——জগত গুৰু । মহাপুৰুষ

লক্ষ্মীনাথ বেজবৰুৱা——ৰসৰাজ। সাহিত্যৰথী

কমলাকান্ত ভট্টাচাৰ্য——অগ্নিকবি

ব্রজনাথ শৰ্মা——অভিনয়াচাৰ্য

অম্বিকাগিৰি ৰায় চৌধুৰী——অসম কেশৰী

হেম বৰুৱা——অসম গৌৰৱ

নলিনীবালা দেৱী——অতীন্দ্ৰিয়বাদী কবি

ভবানন্দ ৰাজখোৱা——খৰিকাজাঁইৰ কবি

মতিৰাম বৰা——লোকপ্ৰাণ

অমিয় কুমাৰ দাস——লোকনায়ক

মাধৱ কন্দলী——অপ্ৰমাদী কবি

কনকলতা——বীৰবালা 

ৰজনীকান্ত বৰদলৈ——উপন্যাস সম্ৰাট

চৈয়দ আব্দুল মালিক ——গল্প সম্ৰাট        

ৰুদ্ৰ বৰুৱা——লুইত কোঁৱৰ

জ্যোতি প্ৰসাদ আগৰৱালা——ৰূপ কোঁৱৰ

আনন্দ চন্দ্ৰ আগৰৱালা——ভাঙনি কোঁৱৰ                 

যজ্ঞেশ্বৰ শৰ্মা——সাহিত্যাচাৰ্য

অতুল চন্দ্ৰ হাজৰিকা——সাহিত্যাচাৰ্য                         

কৃষ্ণকান্ত সন্দিকৈ——পণ্ডিত প্ৰবৰ। প্ৰাচ্যৰ পণ্ডিত

লক্ষ্মীনাথ ফুকন——প্ৰেমৰ কবি

অম্বেশ্বৰ চেতিয়া ফুকন——কবিতা কোঁৱৰ

দেৱেশ্বৰ শৰ্মা——জননায়ক

পাৰ্বতী প্ৰসাদ বৰুৱা——গীতিকবি

বিষ্ণু প্ৰসাদ ৰাভা——কলাগুৰু

নবীন চন্দ্ৰ বৰদলৈ——কৰ্মবীৰ

অতুল চন্দ্ৰ হাজৰিকা——তপোবনৰ কবি

দেৱকান্ত বৰুৱা——কলংপৰীয়া কবি

কৃষ্ণকান্ত সন্দিকৈ——সদস্য মহীয়ান

মহেশ্বৰ নেওগ——সদস্য মহীয়ান

পৰাগধৰ চলিহা——সেউজ কোঁৱৰ

হীৰেন ভট্টাচাৰ্য——সুগন্ধি পখিলাৰ কবি

তৰুণৰাম ফুকন——দেশভক্ত

হেমচন্দ্ৰ বৰুৱা——ত্যাগবীৰ

মফিজুদ্দিন হাজৰিকা——জ্ঞান-মালিনীৰ কবি

ভূপেন হাজৰিকা——সঙ্গীত সূৰ্য

শৈলধৰ ৰাজখোৱা——নিজৰাৰ কবি

সত্য প্ৰসাদ বৰুৱা——নাট্য প্ৰভাকৰ

ফণী শৰ্মা——নটসূৰ্য

বিনন্দ চন্দ্ৰ বৰুৱা——ধবনি কবি

লক্ষ্মীধৰ শৰ্মা——দেশপ্ৰাণ

হেম বৰুৱা——কাব্যভানু

পদ্মধৰ চলিহা——ফুলনিৰ কবি

ৰত্নকান্ত বৰকাকতি——শেৱালি কবি

চন্দ্ৰ কুমাৰ আগৰৱালা——প্ৰতিমাৰ খনিকৰ

গণেশ চন্দ্ৰ গগৈ—— পাপৰিৰ কবি। ০ ০ ০

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here