Home Knowledge অসম সাহিত্য সভাৰ সম্পাদকসকল

অসম সাহিত্য সভাৰ সম্পাদকসকল

0

অসম সাহিত্য সভাৰ সম্পাদকসকল। অসম সাহিত্য সভাৰ সম্পাদকসকল বিষয়ক এই অসমীয়া প্ৰবন্ধত সভাৰ প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈকে সকলো সম্পাদকৰ নাম, কাৰ্যকাল আৰু অসমীয়া ভাষা–সাহিত্য উন্নয়নত তেওঁলোকৰ অৱদান সহজ আৰু তথ্যসমৃদ্ধ ভাষাত উপস্থাপন কৰা হৈছে।

অসম সাহিত্য সভাৰ সম্পাদকসকল

অসম সাহিত্য সভাৰ সম্পাদকসকল

স্থান———–প্ৰধান সম্পাদক —— কাৰ্যকাল 

শিৱসাগৰ—-শৰৎ চন্দ্ৰ গোস্বামী—-1917-18

গোৱালপাৰা—-পদ্মনাথ গোহাঞি বৰুৱা—-1918-19

বৰেপটা—-সত্যনাথ বৰা—-1919-20

তেজপুৰ —-শৰৎ চন্দ্ৰ গোস্বামী—-1920-23

যোৰহাট—-শৰৎ চন্দ্ৰ গোস্বামী—-1923-24

ডিবৰু গড়—-শৰৎ চন্দ্ৰ গোস্বামী—-1924

গুৱাহাটী —-শৰৎ চন্দ্ৰ গোস্বামী—-1924-25

নগাওঁ—-শৰৎ চন্দ্ৰ গোস্বামী—-1924-25

ধুবুৰী—- শৰৎ চন্দ্ৰ গোস্বামী—-1926-27

গোৱালপাৰা—-পূৰ্ণানন্দ শৰ্মা পাঠক—-1927

যোৰহাট—-পূৰ্ণানন্দ শৰ্মা পাঠক —-1928-30

গোলাঘাট—-কমলাকান্ত বৰুৱা—-1930-31

শিৱসাগৰ—-দেৱেশ্বৰ চলিহা—-1932-33

উত্তৰ লক্ষীমপুৰ—-দেৱেশ্বৰ চলিহা—-1933-34

মঙ্গলদৈ—-চন্দ্ৰধৰ বৰুৱা—-1934-36

তেজপুৰ —-দেৱানন্দ শৰ্মা—-1936-37

গুৱাহাটী —-ৰামেশ্বৰ বৰুৱা—-1937-39

যোৰহাট—-পূৰ্ণানন্দ শৰ্মা পাঠক —-1940-42

যোৰহাট—- ৰামেশ্বৰ বৰুৱা —-1942-44

শিৱসাগৰ—-ডিম্বেশ্বৰ নেওগ—-1944-47

ডিব্রোগড—-মুক্তানাথ বৰুৱা—-1947-50

মাৰ্ঘেৰিটা—-কেশৱ নাৰায়ণদত্ত—-1950-53

শ্বিলং—-অতুল চন্দ্ৰ হাজৰিকা—-1953-54

যোৰহাট—-অতুল চন্দ্ৰ হাজৰিকা—-1954

গুৱাহাটী —-অতুল চন্দ্ৰ হাজৰিকা—-1955-56

ধুবুৰী—- পৰাগধৰ চলিহা—-1956-58

তিনিচুকীয়া—-বিনন্দ চন্দ্ৰ বৰুৱা—-1958-59

নগাওঁ—-যতীন্দ্ৰ নাথ গোস্বামী—-1959-60

মিৰ্জা—-মহেশ্বৰ নেওগ—-1960-61

গোৱালপাৰা—-মহেশ্বৰ নেওগ—-1961-63

নাজিৰা—-মহেশ্বৰ নেওগ—-1963-64

ডিগবৈ—-মহেশ্বৰ নেওগ—-1964-65

নলবাৰী—-হৰিপ্ৰসাদ নেওগ—-1965-66

উত্তৰ লক্ষীমপুৰ—-হৰিপ্ৰসাদ নেওগ—-1966-667

ডিব্রোগড়—-হৰিপ্ৰসাদ নেওগ—-1967-68

তেজপুৰ—-হৰিপ্ৰসাদ নেওগ—-1968-69

বৰপেটা—-চৈয়দ আব্দুল মালিক—-1969-70

ধিং—-যতীন্দ্ৰ নাথ গোস্বামী—-1970-71

মাকুম—-যতীন্দ্ৰ নাথ গোস্বামী—-1971-72

ধুবুৰী—-যতীন্দ্ৰ নাথ গোস্বামী—-1972-73

ৰঙিয়া—-নগেন শইকীয়া—-1973-74

মঙ্গলদৈ—-নগেন শইকীয়া—-1974-75

তিতাবৰ—-নগেন শইকীয়া—-1975-76

টিহু—-হেমন্ত কুমাৰ শৰ্মা—-1976-77

অভয়াপুৰী—-আব্দুছ চাত্তাৰ—-1977-78

গোলাঘাট—-লীলা গগৈ—-1978-79

শুৱালকুছি—-লীলা গগৈ—-1979-80

ৰহা—-নগেন শইকীয়া—-1980-81

তিনিচুকীয়া—-দুৰ্গেশ্বৰ শৰ্মা—-1981-82

ডিফু—-নগেন শইকীয়া—-1982-83

বঙাইগাওঁ—-নগেন শইকীয়া—-1984-85

বিহপুৰীয়া—-প্ৰফুল্ল চন্দ্ৰ ভট্টাচাৰ্য—-1985-86

কামপুৰ—-অমল ৰাজখোৱা—-1986-87

পাঠশালা—-অমল ৰাজখোৱা—-1987-88

হাইলাকান্দি—-অমল ৰাজখোৱা—-1988-89

ডুমডুমা—-সতীশ চন্দ্ৰ চৌধুৰী—-1989-90

বিশ্বনাথ চাৰিআলি—-সতীশ চন্দ্ৰ চৌধুৰী—-1990-91

দুধনৈ—-নাহেন্দ্ৰ পাদুন—-1991-92

গোৰেশ্বৰ—-ৰামচৰণ ঠাকুৰীয়া—-1992-93

শিৱসাগৰ—-ৰামচৰণ ঠাকুৰীয়া—-1993-94

মৰিগাওঁ—-সতীশ চন্দ্ৰ চৌধুৰী—-1994-95

সৰ্থেবাৰী—-সতীশ চন্দ্ৰ চৌধুৰী—-1995-96

বোকাখাত—-সতীশ চন্দ্ৰ চৌধুৰী—-1996-97

বিলাসীপাৰা—-শৈলেন দাস—-1997-98

হাওৰাঘাট—-শৈলেন দাস—-1998-99

হাজো—-বসন্ত কুমাৰ গোস্বামী—-1999-2001

ডিব্রোগড—-বসন্ত কুমাৰ গোস্বামী—-2001-03

লক্ষিমপুৰ—-জগদ্বীশ পাটগিৰি—-2003-05

ছিপাঝাৰ —-জগদ্বীশ পাটগিৰি—-2005-07

চাপৰ—-প্ৰদীপ ভূঞা—-2007-09

ধেমাজী—-পৰমানন্দ ৰাজবংশী—-2009-11

দেৰগাওঁ—-পৰমানন্দ ৰাজবংশী—-2011-13

বৰেপটা ৰোড—-প্ৰাদ তাছা—-2013-15 । 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here