অসম সাহিত্য সভাৰ সভাপতিসকল। অসম সাহিত্য সভাৰ সভাপতিসকল বিষয়ক এই অসমীয়া প্ৰবন্ধত সভাৰ প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈকে সকলো সভাপতিসকলৰ নাম, কাৰ্যকাল আৰু অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশত তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৱদান সহজ আৰু তথ্যসমৃদ্ধ ভাষাত উপস্থাপন কৰা হৈছে।
অসম সাহিত্য সভাৰ সভাপতিসকল
চন ———সভাপতি ———-সভা
১৯১৭— পদ্মনাথ গোহাঞি বৰুৱা—শিৱসাগৰ
১৯১৮—চন্দ্ৰধৰ বৰুৱা—গোৱালপাৰা
১৯১৯—কালিৰাম মেধি—বৰেপটা
১৯২০—হেমচন্দ্ৰ গোস্বামী—তেজপুৰ
১৯২৩—অমৃতভূষণ দেৱ অধিকাৰী—যোৰহাট
১৯২৪—কনকলাল বৰুৱা—ডিবৰুগড়
১৯২৪—লক্ষ্মীনাথ বেজবৰুৱা—গুৱাহাটী
১৯২৫–ৰজনীকান্ত বৰদলৈ—নগাওঁ
১৯২৬—বেণুধৰ ৰাজখোৱা—ধুবুৰী
১৯২৭—তৰুণৰাম ফুকন—গোৱালপাৰা
১৯২৯—কমলাকান্ত ভট্টাচাৰ্য— যোৰহাট
১৯৩০—মফিজুদ্দিন হাজৰিকা—গোলাঘাট
১৯৩১—নগেন্দ্ৰ নাৰায়ণ চৌধুৰী—শিৱসাগৰ
অসম সাহিত্য সভাৰ সভাপতিসকল
১৯৩৩—জ্ঞানদাভিৰাম বৰুৱা—উত্তৰ লক্ষীমপুৰ
১৯৩৪—আনন্দচন্দ্ৰ আগৰৱালা—মঙলদৈ
১৯৩৬—ৰঘুনাথ চৌধাৰী—তেজপুৰ
১৯৩৭—কৃষ্ণকান্ত সন্দিকৈ—গুৱাহাটী
১৯৪০—মইদুল ইছলাম বৰা—যোৰহাট
১৯৪৪—নীলমণি ফুকন—শিৱসাগৰ
১৯৪৭—নীলমণি ফুকন—ডিব্রুগড়
১৯৫০—অম্বিকাগিৰি ৰায় চৌধুৰী—মাৰ্ঘেৰিটা
১৯৫৩—সূৰ্যকুমাৰ ভুঞা—শ্বিলং
১৯৫৪—নলিনীৱালা দেৱী—যোৰহাট
১৯৫৫—যতীন্দ্ৰনাথ দুৱৰা—গুৱাহাটী
১৯৫৬—বেণুধৰ শৰ্মা—ধুবুৰী
১৯৫৮—পদ্মধৰ চলিহা—তিনিচুকীয়া
১৯৫৯—অতুলচন্দ্ৰ হাজৰিকা—নগাওঁ
১৯৬০—ত্ৰৈলোক্যনাথ গোস্বামী—মিৰ্জা, পলাশবাৰী
১৯৬১—ত্ৰৈলোক্যনাথ গোস্বামী—গোৱালপাৰা
১৯৬৩—ৰত্নকান্ত বৰকাকতি—নাজিৰা
১৯৬৪—মিত্ৰদেৱ মহন্ত—ডিগবৈ
১৯৬৫–ডিম্বেশ্বৰ বৰুৱা—নলবাৰী
১৯৬৬—বিনন্দ চন্দ্ৰ বৰুৱা—উত্তৰ লক্ষীমপুৰ
১৯৬৭—নকুল চন্দ্ৰ ভূঞা—ডিব্রোগড়
১৯৬৮—জ্ঞাননাথ বৰা—তেজপুৰ
১৯৬৯—আনন্দ চন্দ্ৰ বৰুৱা—বৰেপটা
১৯৭০—উপেন্দ্ৰনাথ লেখাৰু—ধিং
১৯৭১—তীৰ্থনাথ শৰ্মা —মাকুম, ডিব্রোগড়
১৯৭২—হেম বৰুৱা— ধুবুৰী
১৮৭৩—গিৰিধৰ শৰ্মা—ৰঙিয়া
১৯৭৪—মহেশ্বৰ নেওগ—মঙ্গলদৈ
১৯৭৫—সত্যেন্দ্ৰনাথ শৰ্মা—তিতাবৰ
১৯৭৬—যজ্ঞেশ্বৰ শৰ্মা—টিহু
অসম সাহিত্য সভাৰ সভাপতিসকল
১৯৭৭—চৈয়দ আব্দুল মালিক—অভয়াপুৰী
১৯৭৮—প্ৰসন্নলাল চৌধুৰী—গোলাঘাট
১৯৭৯—অতুলচন্দ্ৰ বৰুৱা—শুৱালকুছি
১৯৮০—যতীন্দ্ৰনাথ গোস্বামী—ৰহা
১৯৮১–সীতানাথ ব্রহ্মচৌধুৰী—তিনিচুকীয়া
১৯৮২—সীতানাথ ব্রহ্মচৌধুৰী—ডিফু
১৯৮৩—বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য—বঙাইগাওঁ
১৯৮৫—যোগেশ দাস—বিহপুৰীয়া
১৯৮৬—বীৰেণ বৰকটকী—কামপুৰ
১৯৮৭—মহেন্দ্ৰ বৰা— পাঠশালা
১৯৮৮—কীৰ্তিনাথ হাজৰিকা—হাইলাকান্দি
১৯৮৯—মহিম বৰা—ডুমডুমা
১৯৯০—নৱকান্ত বৰুৱা—বিশ্বনাথ চাৰিআলি
১৯৯১—নিৰ্মলপ্ৰভা বৰদলৈ—দুধনৈ
১৯৯২—লক্ষ্যধৰ চৌধুৰী—গোৰেশ্বৰ
১৯৯৩—ভূপেন হাজৰিকা—শিৱসাগৰ
১৯৯৪—লীলা গগৈ—মৰিগাওঁ
১৯৯৫—হিতেশ ডেকা —সৰ্থেবাৰী
১৯৯৬—লক্ষ্মীনন্দন বৰা—বোকাখাত
১৯৯৭—নগেন শইকীয়া—বিলাসীপাৰা
১৯৯৮—নগেন শইকীয়া—হাওৰাঘাট
১৯৯৯—চন্দ্ৰপ্ৰসাদ শইকীয়া—হাজো
(১৯৯৯ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিৰ কাৰ্যকাল দুবছৰীয়া কৰা হৈছে।)
২০০১—হোমেন বৰগোহাঞি—ডিব্রোগড়
২০০৩—বীৰেন্দ্ৰ নাথ দত্ত—লক্ষীমপুৰ
২০০৫—কনকসেন ডেকা—ছিপাঝাৰ
২০০৭—কনকসেন ডেকা—চাপৰ
২০০৯—ৰংবং তেৰাং—ধেমাজী
২০১১—ৰংবং তেৰাং—বৈঠালকুছি
২০১৩—ইমৰান ছাহ— বৰেপটা ৰোড
২০১৪—ইমৰান ছাহ— গুৱাহাটী
২০১৫—ধ্রুৱজ্যোতি বৰা—কালিয়াবৰ। ০ ০ ০
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






