অসমৰ মুখ্যমন্ত্ৰীসকল । অসমৰ মুখ্যমন্ত্ৰীসকল বিষয়ক এই অসমীয়া প্ৰবন্ধত অসম ৰাজ্য গঠনৰ পৰা বৰ্তমানলৈকে সকলো মুখ্যমন্ত্ৰীৰ নাম, কাৰ্যকাল, ৰাজনৈতিক পটভূমি আৰু ৰাজ্যৰ বিকাশত তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৱদান সহজ আৰু তথ্যসমৃদ্ধ ভাষাত উপস্থাপন কৰা হৈছে।
অসমৰ মুখ্যমন্ত্ৰীসকল
মুখ্যমন্ত্ৰীসকলৰ নাম ——– কাৰ্যকাল
চাৰ চৈয়দ মহম্মদ চাদুল্লা—-1937-1946
গোপীনাথ বৰদলৈ—-1938-1950
বিষ্ণুৰাম মেধি—-1950-1957
বিমলা প্ৰসাদ চলিহা—-1957-1970
মহেন্দ্ৰ মোহন চৌধুৰী—-1970-1972
শৰৎ চন্দ্ৰ সিংহ—-1972- 1978
গোলাপ বৰবৰা—-1978 – 1979
যোগেন্দ্ৰ নাথ হাজৰিকা—-1979- 1979
চৈয়দা আনোৱাৰা টাইমূৰ—-1980- 1981
কেশৱ চন্দ্ৰ গগৈ—-1982-1982
হিতেশ্বৰ শইকীয়া—-1983-1985
প্ৰফুল্ল কুমাৰ মহন্ত—-1985-1990
হিতেশ্বৰ শইকীয়া—-1991-1996
ভূমিধৰ বৰ্মণ (ভাৰপ্ৰাপ্ত)—-1996-1996
প্ৰফুল্ল কুমাৰ মহন্ত—-1996-2001
তৰুন গগৈ—-2001 – 2016
সৰ্বানন্দ সোণোৱাল—-2016- 2021.
হিমন্ত বিশ্ব শর্মা —-2021- 0 0 0.
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






