বিপ্লৱ | Biplov
বিপ্লৱ | Biplov
বিপ্লৱ
--ৰাব্বি মছৰুৰ
বিপ্লৱ মানে-
সহস্ৰ মধুমক্ষিকাৰ গুণ গুণ গুঞ্জণ
জোৰ কৰি জাপি দিয়া অন্ধকাৰ যামিনীৰ বিৰুদ্ধে
এমুঠি পো হৰৰ স্বতঃস্ফূর্ত অভিযান
ৰুৰোদ্যমান জনতাৰ তপত চকুলোৰ লেলিহান...
আকৌ প্ৰেমৰ স্তৱক | Akou Premor Stavak
আকৌ প্ৰেমৰ স্তৱক | Akou Premor Stavak
আকৌ প্ৰেমৰ স্তৱক | Akou Premor Stavak
আকৌ প্ৰেমৰ স্তৱক
--ৰাব্বি মছৰুৰ
মাথো আৰু এখোজ গ’লেই
ফৰকাল আকাশৰ চোতাল
মাথো এখোজ গ’লেই
হয়তো বাস্তৱ...
গোলাপ যেন সুন্দৰ | Golap Jen Sundar
গোলাপ যেন সুন্দৰ | Golap Jen Sundar
গোলাপ যেন সুন্দৰ
--ৰাব্বি মছৰুৰ
গোলাপ যেন সুন্দৰ
সপোনৰ জখলাৰে নামি আহিল এটি সাপ
পদুম ৰঙ্গী পাখি লগাই ৰক্তাক্ত দেহাৰে সি...
অন্তঃদ্বন্দ্ব | Antadanda
অন্তঃদ্বন্দ্ব | Antadanda
অন্তঃদ্বন্দ্ব
--ৰাব্বি মছৰুৰ
‘ব্যহত’ আৰু ‘অব্যহত’ শব্দ দুটিক লৈ বহুত দিন
মোৰ মনত চলি আছিল খেলিমেলিৰ অন্তঃদ্বন্দ্ব।
বহু সময়ত ব্যৱহৃত হৈছিল ‘ব্যহত’ৰ ঠাইত ‘অব্যহত’।
বহু সময়ত উচ্চাৰিত...
বৰ্ষা | Barsha
বৰ্ষা | Barsha
বৰ্ষা
--ৰাব্বি মছৰুৰ
শুকান ফাগুনৰ মধ্যাহ্নত
বৰ্ষা নামে মোৰ শব্দৰ পৃথিৱীত
আনন্দাপ্লুত দুচকুত দোৰোল খাই পৰে
সদ্য প্রস্ফূটিত ফুল
মোৰ আকাশৰ ইপাৰে-সিপাৰে
ৰামধেনুৰ কাষে কাষে।
বাজি উঠে, বাজি উঠে মোৰ
নিঃসাৰ...
আমাৰ এদল শিল্পীৰ প্ৰয়োজন | Amar Edol Shilpir Proyojan
আমাৰ এদল শিল্পীৰ প্ৰয়োজন | Amar Edol Shilpir Proyojan
আমাৰ এদল শিল্পীৰ প্ৰয়োজন
আমাৰ এদল শিল্পীৰ প্ৰয়োজন
--ৰাব্বি মছৰুৰ
আমাৰ এদল শিল্পীৰ প্ৰয়োজন
হৃদয়ত শুভ্ৰ পোছাক পৰিহিতা এদল সঁচা...
প্ৰেমৰ স্তৱক | Premor Stavak
প্ৰেমৰ স্তৱক | Premor Stavak
প্ৰেমৰ স্তৱক
--ৰাব্বি মছৰুৰ
প্ৰেমৰ মানেনো কি?
নিশ্চয় শিলে শিলে ঘৰ্ষণ খাই জ্বলি উঠা
অগ্নিস্ফুলিঙ্গ
মূহুৰ্তৰ উত্তেজনাত উত্তাল মাৰি ওফন্দি উঠা
সাগৰৰ ঢৌ
হয়তোবা!
পাহাৰৰ শিলদ’ল ভাগি নামি...
ফুল | Phool
ফুল | Phool
ফুল
--ৰাব্বি মছৰুৰ
এতিয়াও বাজি উঠা নাই বাঁহীটো
কাইলৈ সূৰ্যোদয়ৰ দিন
হয়তোবা স্বয়ংক্ৰিয়ভাবেই উদ্গীৰিত হ’ব জ্বালামূখীটো
শিল্পী হাতৰ তৰোৱালৰ চিকমিকনিত
মূৰ দাঙি ওলাই আহিব
আকাশ নীলা ৰামধেনু।
কবিৰ হাতত অঞ্জলি...
এজন কবিৰ কথাৰে | Ajon Kabir Kathare
এজন কবিৰ কথাৰে | Ajon Kabir Kathare
এজন কবিৰ কথাৰে | Ajon Kabir Kathare
এজন কবিৰ কথাৰে
--ৰাব্বি মছৰুৰ
মই এজন সাধাৰণ কবি
হাতত মোৰ শূন্যতা
মই ৰাতিৰ আকাশৰ তলত...
প্ৰেয়সী | Preyosi
প্ৰেয়সী | Preyosi
প্ৰেয়সী
--ৰাব্বি মছৰুৰ
মোৰ এজনী প্ৰেয়সী আছে
তাইক তুমি সকলোতে পাবা
তোমাৰ চাৰি আলিৰ চুকত
ৰাতিৰ চাৰিওটা প্ৰহৰত
শিল ভাঙি থকা অথবা মাটিৰ চপৰা মূৰত লৈ বনুৱা কৰা।
তুমি...
আকবৰ | Akbar
আকবৰ | Akbar
আকবৰ | Akbar
আকবৰ (Akbar) আছিল তৃতীয় মোগল সম্ৰাট। তেওঁৰ সম্পূৰ্ণ নাম আছিল আবুল ফতে জালালউদ্দিন মহম্মদ আকবৰ। ১৫৪২ চনৰ ১৫ অক্টোবৰত সিন্দু...
অভীপ্সা | Avipsha
অভীপ্সা | Avipsha
অভীপ্সা
--ৰাব্বি মছৰুৰ
আকৌ আহিব
বিশুদ্ধ বোলেৰে বলা
ৰিব ৰিব বতাহ
আৰু আমাৰ প্ৰতিশ্ৰুত স্বাধীনতা ।
আকৌ উদিত হ’ব
নীলিমাৰ বুকুত
শান্তি সূৰ্য
গোটেই মেদিনী জুৰি
বিকিৰণ কৰিব আলোৰ দ্যুতি
আৰু ঘূৰাই আনিব
আমাৰেই...
আজি ৰাতিটোৰ বাবে | Aji Ratitur Babe
আজি ৰাতিটোৰ বাবে | Aji Ratitur Babe
আজি ৰাতিটোৰ বাবে
--ৰাব্বি মছৰুৰ
আজি ৰাতিটোৰ বাবে মোক দিয়া
এপলক হেঙুল সময়
হাওঁফাওঁত সুমুৱাই লওঁ বিশুদ্ধ বতাহ
আতঁৰক বুকুৰ পৰা
হাহাকাৰ কৰি ফুৰা...
সপোনত তুমি | Saponat Tumi
সপোনত তুমি | Saponat Tumi
সপোনত তুমি | Saponat Tumi
সপোনত তুমি
--ৰাব্বি মছৰুৰ
যোৱা ৰাতি মই তোমাক সপোনত লগ পালো
তুমি নতুনকৈ কইনা সাজিছা
আৰু মই পুৰণি পোছাকযোৰ নতুনকৈ...
অন্তিম অনুৰোধ | Antim Anurudh
অন্তিম অনুৰোধ | Antim Anurudh
অন্তিম অনুৰোধ | Antim Anurudh
অন্তিম অনুৰোধ
--ৰাব্বি মছৰুৰ
(“নামাৰিবা নামাৰিবা
পাৰা যদি মৃত্যুক অৱৰুদ্ধ কৰা।”)
হে বন্ধুসকল,
শোণিত লোহিত কণাৰ প্ৰতিদানেৰে গঢ়া
আইৰ চোতাল ৰক্তাক্ত নকৰিবা
পাৰা...
প্ৰিয়া তুমি | Priya Tumi
প্ৰিয়া তুমি | Priya Tumi
প্ৰিয়া তুমি
--ৰাব্বি মছৰুৰ
নিৰ্জন ৰাতিৰ তৰাবোৰলৈ চাই
এটি পলক ভাবিছানে তুমি- এই নিঃস্ব কবিক?
চকুলো টুকিছা জানো তুমি -
পূৰ্ণিমাৰ দগমগ্ জোনটিলৈ নিথৰে চাই?
হয়তোবা...
চোলা | Chola
চোলা | Chola
চোলা
--ৰাব্বি মছৰুৰ
আহা,
আমাৰ ৰংচঙ্গীয়া চোলাবোৰ খুলি থওঁ
আমাৰ ৰঙীন চোলাবোৰৰ বুটামবোৰো ৰঙীন
ৰঙীন ইয়াৰ কলাৰ, ইয়াৰ সন্মুখভাগ, ইয়াৰ পিছভাগ
পদ-পথৰ ৰঙা-কলা, হালধীয়া অথবা মটীয়া ৰঙৰ ধূলি...
আকৌ | Akou
আকৌ | Akou
আকৌ | Akou
আকৌ
--ৰাব্বি মছৰুৰ
মই আকৌ অৰণ্যৰ মাজত সোমাই পৰিলো
ৰাতিৰ অন্ধকাৰ ভাঙি সোমাই আহিল
মই পাহৰিব খোজা অতীত কাহিনীৰ যুৱৰাণী।
মই আলফুলে অথচ শংকাতুৰ ভয়ত...




















