Home Amplification অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট কণীবোৰ ভঙ্গাই পেলাই বাহো ...

অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট কণীবোৰ ভঙ্গাই পেলাই বাহো কৰিলো নষ্ট —ভাৱ সম্প্ৰসাৰণ

অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট কণীবোৰ ভঙ্গাই পেলাই বাহো কৰিলো নষ্ট

0
অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট কণীবোৰ ভঙ্গাই পেলাই বাহো কৰিলো নষ্ট —ভাৱ সম্প্ৰসাৰণ

অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট কণীবোৰ ভঙ্গাই পেলাই বাহো কৰিলো নষ্ট ---ভাৱ সম্প্ৰসাৰণ

অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট কণীবোৰ ভঙ্গাই পেলাই বাহো কৰিলো নষ্ট

অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট কণীবোৰ ভঙ্গাই পেলাই বাহো কৰিলো নষ্ট —ভাৱ সম্প্ৰসাৰণ

উক্ত ফকৰা যোজনাটিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে অজ্ঞানী বা মূৰ্খক সজ উপদেশ দিলে সিহঁতে ভুল বুজি উপকাৰীৰহে অনিষ্ট সাধন কৰে।

উক্ত ফকৰাটি হৈছে দৃষ্টান্তমূলক উপদেশ বাণী। দৃষ্টান্তত কোৱা হৈছে যে বান্দৰ অতি মূৰ্খ প্ৰাণী। বৰষুণত তিতি-বুৰি কষ্ট পোৱা বান্দৰবোৰক  এবাৰ  চৰাই বিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজি থাকিবলৈ উপদেশ দিছিল।  কিন্তু মূৰ্খ বান্দৰবোৰে বিদ্ৰূপ কৰা বুলি ভাবি টোকোৰা চৰাইৰ বাহত সোমাই গৈ কণীবোৰ  ভাঙি পেলাই দি বাহবোৰ  নষ্ট কৰিলে।  টোকোৰা চৰাইবোৰে  বান্দৰেবাৰক সজ উপদেশ দিয়াত নিজৰহে ঘোৰ অনিষ্ট হ’ল।

এই দৃষ্টান্তৰ  দ্বাৰা ইয়াকে বুজোৱা হৈছে যে মূৰ্খ বা অজ্ঞানীক উপযাচি  উপদেশ দিব নালাগে।  সিহঁতক সজ উপদেশ দিলেও ভুল বুজি উপদেশ দিওতাজনৰহে অনিষ্ট সাধন কৰে। 0 0 0

অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট কণীবোৰ ভঙ্গাই পেলাই বাহো কৰিলো নষ্ট

(ইংৰাজীত)

Give Advice to the Ignorant and He will be Your Enemy

The proverb implies that when good advice is given to the ignorant or foolish, they misunderstand it and cause harm to the benefactor.

The proverb is an illustrative advice. The parable says that monkeys are very stupid animals. The crows once advised the monkeys, who were suffering from getting wet in the rain, to make nests. But the foolish monkeys thought it was a joke and went into the crow’s nest and broke the eggs and destroyed the nests. The crows gave the monkey good advice to their own harm.

This illustration shows that we should not advise a foolish or ignorant person. If they are given good advice, but they misunderstand it and harm the one who gives it.

N.B. If you like the article, ‘অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট কণীবোৰ ভঙ্গাই পেলাই বাহো কৰিলো নষ্ট’, please share your thoughts. We welcome any kind of feedback. Thank you for your reading.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here