Home Amplification অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ–ভাব সম্প্ৰসাৰণ | Avyashar Nar Karna Pathe...

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ–ভাব সম্প্ৰসাৰণ | Avyashar Nar Karna Pathe Kare Shar

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ

0

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ–ভাব সম্প্ৰসাৰণ | Avyashar Nar Karna Pathe Kare Shar

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ

 

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ–ভাব সম্প্ৰসাৰণ | Avyashar Nar Karna Pathe Kare Shar

অভ্যাসৰ বলত যে কঠিন কামো সহজ হৈ যায় তাকে বুজাবলৈ উক্ত প্ৰবচনটো কোৱা হয়।

তিৰোতা মানুহে অলংকাৰ পৰিধান কৰিবৰ বাবে দুয়োখন কাণৰ পতা বিন্ধা কৰে। এই বিন্ধা অতি সৰু । ইয়াৰ মাজেদি শৰ এপাত সৰকি যাব নোৱাৰে। কিন্তু এনে কিছুমান লোক আছে সিহঁতে কৰ্ণপথেদিও সুকললে পাৰ হৈ যাব পৰাকৈ শৰ মাৰিব পাৰে। অৰ্থাৎ অভ্যাসৰ জৰিয়তে কিছুমান লোকে অসম্ভৱকো সম্ভৱ কৰিব পাৰে।

সেইদৰে আমি যদি একাণপতীয়াকৈ কোনো কাম দীৰ্ঘদিন জুৰি অনুশীলন কৰি থাকো তেন্তে নিশ্চয় অসম্ভৱ যেন লগা কামো সম্ভৱপৰ হয়। 0 0 0

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ—ভাব সম্প্ৰসাৰণ | Avyashar Nar Karna Pathe Kare Shar

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here