Home Quiz অর্থবিজ্ঞান কুইজ-৭

অর্থবিজ্ঞান কুইজ-৭

0

অর্থবিজ্ঞান কুইজ-৭ প্ৰশ্নঃ মলমলখাচৰ অৰ্থ কি? উত্তৰঃ মলমলখাচ হ’ল ৰাজ পৰিয়ালৰ লোকে পৰিধান কৰা এক প্ৰকাৰৰ কাপোৰ। অর্থবিজ্ঞান কুইজ-৭ প্ৰশ্নঃ মচলিন মানে কি? উত্তৰঃ মচলিন হ’ল এক প্ৰকাৰৰ উন্নতমানৰ কপাহী কাপোৰ ।

অর্থবিজ্ঞান কুইজ-৭

অর্থবিজ্ঞান কুইজ-৭

অর্থবিজ্ঞান কুইজ-৭

প্ৰশ্নঃ মলমলখাচৰ অৰ্থ কি?

উত্তৰঃ মলমলখাচ হ’ল ৰাজ পৰিয়ালৰ লোকে পৰিধান কৰা এক প্ৰকাৰৰ কাপোৰ ।

প্ৰশ্নঃ মচলিন মানে কি?

উত্তৰঃ মচলিন হ’ল এক প্ৰকাৰৰ উন্নতমানৰ কপাহী কাপোৰ ।

প্ৰশ্নঃ  প্ৰাক স্বাধীনতাৰ সময়ত ভাৰতৰ মানুহৰ প্ৰধান ব্যৱসায় কি আছিল ?

উত্তৰঃ কৃষি।

প্ৰশ্নঃ আমদানিৰ ওপৰত বহুৱা কৰক  কি বোলে ?

উত্তৰঃ শুল্ক।

প্ৰশ্নঃ ভাৰতৰ প্ৰথম ‘আইৰণ এণ্ড ষ্টীল’ উদ্যোগ ক’ত স্থাপন কৰা হয়?

উত্তৰঃ  জামছেদপুৰত।

প্ৰশ্নঃ অৰ্থনীতিৰ প্ৰাথমিক খণ্ডই কি সামৰি লয়?

উত্তৰঃ কৃষি 

প্ৰশ্নঃ  স্বাধীনতাৰ আগতে ভাৰতৰ জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ কিমান আছিল?

উত্তৰঃ ০.৫ % ।  অর্থবিজ্ঞান কুইজ-৭

প্ৰশ্নঃ স্বাধীনতাৰ আগতে ভাৰতৰ মানুহৰ প্ৰত্যাশিত আয়ুস কিমান আছিল?

উত্তৰঃ ৩২ বছৰ।

প্ৰশ্নঃ  সেৱা খণ্ডৰ অন্য নাম কি?

উত্তৰঃ দ্বিতীয় শ্ৰেণীৰ ঔদ্যোগিক খণ্ড।

প্ৰশ্নঃ  ভাৰতৰ ব্যৱসায়িক গঠন কেই খণ্ডত ভাগ কৰা হৈছে?

উত্তৰঃ তিনিটা খণ্ডত।

প্ৰশ্নঃ  টাটা এয়াৰ লাইনচ কোন চনত প্রতিষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৩২ চনত। অর্থবিজ্ঞান কুইজ-৭

প্ৰশ্নঃ  ভাৰতবৰ্ষত কিমান চনত ৰেলপথৰ সূচনা হয়?

উত্তৰঃ ১৮৫০ চনত।

প্ৰশ্নঃ ভাৰতৰ প্ৰথম ৰেলপথটোৱে কোন কোন অঞ্চলক সংলগ্ন কৰিছিল?

উত্তৰঃ  মুম্বাই আৰু থানে।

প্ৰশ্নঃ  ঔপনিবেশিক শাসন কালত ভাৰতৰ মুঠ শ্ৰমিকৰ কিমান অংশ কৃষি খণ্ডত নিয়োজিত আছিল?

উত্তৰঃ ৭০-৭৫ শতাংশ।

প্ৰশ্নঃ  বৃটিছ শাসনকালত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান আছিল?

উত্তৰঃ ৭ শতাংশ।

প্ৰশ্নঃ চুয়েজ খাল কি?

উত্তৰঃ উত্তৰ-পূৱ ইজিপ্তৰ জুয়েজ যোজকৰ মাজেৰে উত্তৰৰ পৰা দক্ষিণলৈ বোৱাই নিয়া এটা কৃত্ৰিম জলপথ।

প্ৰশ্নঃ ‘Poverty and Famine’  পুথিখনৰ ৰচকজন কোন?

উত্তৰঃ অমৰ্ত্য সেন।

প্ৰশ্নঃ ছুয়েজ খালে কোন কোন সাগৰক সংযোগ কৰিছে?

উত্তৰঃ ভূমধ্য সাগৰৰ চেইড বন্দৰ আৰু লোহিত সাগৰৰ ছুয়েজ উপসাগৰক।

প্ৰশ্নঃ  বৃটিছ শাসন কালত ভাৰতবৰ্ষৰ জনসংখ্যা সম্পৰ্কীয় তথ্য পোন প্ৰথমে কোন চনত সংগ্ৰহ কৰা হৈছিল?

উত্তৰঃ ১৮৮১ চনত । 

প্ৰশ্নঃ  কুৰি শতিকাৰ প্ৰথমাৰ্ধত ভাৰতৰ মুঠ জনমূৰি আয়ৰ বছৰি বৃদ্ধিৰ হাৰ কিমান আছিল?

উত্তৰঃ  ০.০৫% অর্থবিজ্ঞান কুইজ-৭

প্ৰশ্নঃ ভাৰতবৰ্ষত কোন চনত ঔদ্যোগিক নীতি আৰম্ভ কৰা হৈছিল?

উত্তৰঃ ১৯৪৮ চনত।

প্ৰশ্নঃ কোন চনত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৫০ চনত।

প্ৰশ্নঃ  ভাৰতবৰ্ষৰ পৰিকল্পনাৰ নিৰ্মাতা কোন?

উত্তৰঃ প্ৰশান্ত চন্দ্ৰ মহলানবিচ।

প্ৰশ্নঃ  পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন?

উত্তৰঃ ভাৰতৰ  প্ৰধান মন্ত্ৰী।

প্ৰশ্নঃ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিককল্পনাৰ মুখ্য উদ্দেশ্য কি?

উত্তৰঃ  ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য হ’ল জীৱনৰ মানদণ্ড উন্নত কৰা, আধুনিকীকৰণ, আত্মনিৰ্ভৰশীলতা আৰু অৰ্থনৈতিক সমতা স্থাপন কৰা।

প্ৰশ্নঃ  বৰ্তমান বিশ্বত প্ৰচলিত থকা তিনিটা অৰ্থনৈতিক ব্যৱস্থা কি কি?

উত্তৰঃ পুঁজিবাদ, সমাজবাদ আৰু মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা।

প্ৰশ্নঃ  স্বাধীনতাৰ সময়ত দেশখনৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক কৃষি নিৰ্ভৰশীল আছিল?

উত্তৰঃ ৭৫%  ।  অর্থবিজ্ঞান কুইজ-৭

প্ৰশ্নঃ অৰ্থনৈতিক সমস্যাৰ তিনিটা ধৰণ কি কি?

উত্তৰঃ  কি উৎপাদন কৰিব, কেনেকৈ উৎপাদন কৰিব আৰু কাৰ বাবে উৎপাদন কৰিব।

প্ৰশ্নঃ  ভাৰতবৰ্ষৰ পৰিকল্পনাক কি পৰিকল্পনা বুলি কোৱা হয়?

উত্তৰঃ পঞ্চবাৰ্ষিক পৰিকল্পনা।

প্ৰশ্নঃ  পৰিপ্ৰেক্ষাত্মক পৰিকল্পনা বুলিলে কি বুজায়?

উত্তৰঃ এটা দীৰ্ঘকালীন (প্ৰায় ২০ বছৰ) পৰিকল্পনাক ‘পৰিপ্ৰেক্ষাত্মক পৰিকল্পনা’ বোলে ।

প্ৰশ্নঃ  ১৯৯০ চনত সেৱা খণ্ডই মুঠ ঘৰুৱা উৎপাদনলৈ কিমান বৰঙণি আগবঢ়াইছিল?

উত্তৰঃ ৪০.৫৯ শতাংশ।

প্ৰশ্নঃ  কি পৰিকল্পনাই পৰিপ্ৰেক্ষাত্মক পৰিকল্পনাৰ ভেটি ৰচনা কৰে?

উত্তৰঃ  পঞ্চবাৰ্ষিক পৰিকল্পনাই।

প্ৰশ্নঃ  মহলানবিচে প্ৰকাশ কৰা মুখপত্ৰখনৰ নাম কি?

উত্তৰঃ  ‘সংখ্যা’।

প্ৰশ্নঃ  ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠান কোনে, ক’ত স্থাপন কৰিছিল?

উত্তৰঃ মহলানবিচে কলকাতাত প্রতিষ্ঠা কৰিছিল।

প্ৰশ্নঃ  বজাৰ বিক্ৰীত উদ্ধৃত বুলিলে কি বুজা?

উত্তৰঃ কৃষি উৎপাদনৰ যিটো অংশ কৃষকসকলে বজাৰত বিক্ৰী কৰে, সেই অংশটোক ‘বজাৰ বিক্ৰীত উদ্ধৃত’ বুলি কোৱা হয়।

প্ৰশ্নঃ লো আৰু তীখাৰ প্ৰকল্প থকা ভাৰতৰ দুখন ঠাইৰ নাম লিখা।

উত্তৰঃ কলকাতা আৰু জামছেদপুৰ।

প্ৰশ্নঃ  বিশ্ব ৰপ্তানি বাণিজ্যত ভাৰতৰ অংশ কিমান?

উত্তৰঃ ০.৪ শতাংশ।

প্ৰশ্নঃ ১৯৫৬ চনৰ ঔদ্যোগিক নীতিত কিমানটা উদ্যোগ ৰাজহুৱা খণ্ডৰ বাবে মুকলি কৰি ৰখা হৈছিল?

উত্তৰঃ  ১৭ টা। অর্থবিজ্ঞান কুইজ-৭

প্ৰশ্নঃ  ১৯৯০ চনত ভাৰতবৰ্ষত কিমান শতাংশ লোক কৃষিকাৰ্যত নিয়োজিত হৈ আছিল?

উত্তৰঃ ৬৫ শতাংশ। 

প্ৰশ্নঃ  ‘ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ ’ কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৫৯ চনত।

প্ৰশ্নঃ ‘People Plan’ কোনে গঠন কৰিছিল?

উত্তৰঃ  এম. এন. ৰয়।

প্ৰশ্নঃ  ক্ষুদ্ৰ উদ্যোগৰ বিনিয়োগৰ পৰিমাণ কিমান?

উত্তৰঃ  এক কোটি।

প্ৰশ্নঃ কোন চনত নতুন অৰ্থনীতি প্ৰচলন কৰা হয়?

উত্তৰঃ ১৯৯১ চনত।

প্ৰশ্নঃ আমদানিকৃত সামগ্ৰীৰ ওপৰত লগোৱা এবিধ কৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ আমদানি শুল্ক।

প্ৰশ্নঃ বিশ্বায়ন বুলিলে কি বুজা?

উত্তৰঃ ‘বিশ্বায়ন’  বুলিলে দেশীয় অৰ্থনীতি আৰু ঘৰুৱা অৰ্থনীতিক বিশ্ব অৰ্থনীতিৰ লগত একত্ৰীকৰণ কৰাক বুজায়।

প্ৰশ্নঃ কোন চনত ভাৰতবৰ্ষই বাহ্যিক ঋণৰ ক্ষেত্ৰত এক জটিল সমস্যাৰ সন্মুখীন হৈছিল?

উত্তৰঃ ১৯৯১ চনত।

প্ৰশ্নঃ  উদাৰ নীতি বুলিলে কি বুজা?

উত্তৰঃ উদাৰ নীতি বুলিলে ব্যৱসায় বাণিজ্য আৰু শিল্প উদ্যোগ স্থাপনৰ ক্ষেত্ৰত চৰকাৰী নিয়ন্ত্ৰণ আৰু অনুজ্ঞাপত্ৰ আদি উঠাই দি প্ৰতিযোগিতামূলক পৰিৱেশ সৃষ্টি কৰাক বুজায়।

প্ৰশ্নঃ  আশীৰ দহকত ভাৰতবৰ্ষত অৰ্থনৈতিক সংকট দেখা দিয়াৰ মূল কাৰণ কি আছিল?

উত্তৰঃ অদক্ষ পৰিচালনা।

প্ৰশ্নঃ বেচৰকাৰীকৰণ বুলিলে কি বুজা?

উত্তৰঃ  ৰাজহুৱা প্রতিষ্ঠান বা চৰকাৰী প্রতিষ্ঠান সমূহ ব্যক্তিগত খণ্ডলৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াকে ‘বেচৰকাৰীকৰণ’ বুলি কোৱা হয়।

প্ৰশ্নঃ  ১৯৯৬ চনত চৰকাৰে কিমানটা ৰাজহুৱা খণ্ডৰ অধীনৰ প্রতিষ্ঠানক বাছি লৈ ‘নৱৰত্ন’ হিচাপে ঘোষণা কৰিছিল?

উত্তৰঃ ৯ টা। অর্থবিজ্ঞান কুইজ-৭

প্ৰশ্নঃ বিশ্ব বাণিজ্য সংগঠন কোন চনত গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৯৫ চনত। 

প্ৰশ্নঃ দশম পাঁচবছৰীয়া পৰিকল্পনাত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ কিমান আছিল?

উত্তৰঃ  ৮  শতাংশ।

প্ৰশ্নঃ  বিশ্ব বাণিজ্য সংস্থাৰ প্ৰথম সদস্য ৰাষ্ট্ৰখনৰ নাম কি?

উত্তৰঃ টংগা।

প্ৰশ্নঃ  বিশ্ব বাণিজ্য সংস্থাৰ সদস্য দেশ কেইখন?

উত্তৰঃ ১৫১ খন।

প্ৰশ্নঃ  বিদেশী বিনিময়ৰ ভাণ্ডাৰ সঞ্চয়ৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ  স্থান কি?

উত্তৰঃ   ষষ্ঠ। অর্থবিজ্ঞান কুইজ-৭

প্ৰশ্নঃ  পুনৰ্গঠনৰ সময়ছোৱাত কৃষি আৰু উদ্যোগৰ বিকাশ বৃদ্ধি হৈছিল নে?

উত্তৰঃ  নহয়, ই হ্রাস পাইছিল।

প্ৰশ্নঃ  বিশ্ব বাণিজ্য সংস্থাৰ উদ্দেশ্য কি?

উত্তৰঃ  বিশ্বৰ সম্পদসমূহৰ সৰ্বাধিক ব্যৱহাৰ নিশ্চিত কৰি নীতিগত বাণিজ্যিক ভিত্তি গঢ়ি তোলা।

প্ৰশ্নঃ ভাৰতীয় ৰিাজৰ্ভ বেংকৰ গুৰুত্বপূৰ্ণ  কাৰ্য  কি?

উত্তৰঃ ভাৰতৰ বিত্তীয় খণ্ড নিয়ন্ত্ৰণ কৰা।

প্ৰশ্নঃ শুল্ক কিয় আৰোপ কৰা হয়?

উত্তৰঃ ঘৰুৱা উদ্যোগসমূহক ৰক্ষণাবেক্ষণ  দিবলৈ শুল্ক আৰোপ কৰা হয়।

প্ৰশ্নঃ কোন চনত ভাৰতবৰ্ষই অৰ্থনৈতিক সংস্কাৰ গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৯৯১ চনত।

প্ৰশ্নঃ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি?

উত্তৰঃ Federal Reserve System.

প্ৰশ্নঃ নব্বৈ দহকত ভাৰতবৰ্ষত অৰ্থনৈতিক সংকটৰ পৰা ৰক্ষা কৰিবলৈ বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে ভাৰতবৰ্ষক কিমান পৰিমাণৰ ঋণ প্ৰদান কৰিছিল?

উত্তৰঃ  ৭ বিলিয়ন ডলাৰ।

প্ৰশ্নঃ   Gulf Crisis (গালফ ক্ৰাইছিছ) কেতিয়া উদ্ভৱ হৈছিল।

উত্তৰঃ ১৯৯০-৯১  চনত। ০ ০ ০

অর্থবিজ্ঞান কুইজ Economics Quiz in English

Basic Economics

1. What is the primary goal of economics as a discipline?
Answer: The primary goal of economics is to study how society uses scarce resources to produce valuable goods and services and distribute them among individuals.

2. Define ‘Opportunity cost’.
Answer: Opportunity cost refers to the value of the next best alternative that is foregone when making a decision.

3. What is a mixed economy?
Answer: A mixed economy is an economic system that combines elements of both capitalism (private ownership) and socialism (government intervention).

4. What are the four factors of production?
Answer: The four factors of production are land, labor, capital, and entrepreneurship.

5. What is the law of demand?
Answer: The law of demand states that, all else being equal, as the price of a good or service decreases, the quantity demanded increases.

6. What is the difference between microeconomics and macroeconomics?
Answer: Microeconomics focuses on individual and firm-level decisions, while macroeconomics examines the overall functioning of the economy, including national income, inflation, and unemployment.

7. Give two examples of non-renewable resources in economics.
Answer: Oil and coal are examples of non-renewable resources.

8. What does GDP mean, and what does it measure?
Answer: GDP stands for gross domestic product, and it measures the total market value of all final goods and services produced within a country over a given period of time.

9. What does “scarcity” mean in economics?
Answer: Scarcity refers to the limited availability of resources to meet the unlimited wants and needs of individuals and society.

10. What is a market economy?
Answer: A market economy is an economic system where economic decisions and pricing are guided by the interactions of citizens and businesses in the marketplace, with little government interference.

Supply and Demand

11. What happens to the demand for a product when its price goes down?
Answer: According to the law of demand, as the price of a product goes down, the demand for that product generally increases.

12. What is the equilibrium price?
Answer: The equilibrium price is the price at which the quantity of a good or service demanded by consumers is equal to the quantity supplied by producers.

13. What is elasticity of demand?
Answer: Elasticity of demand measures how much the quantity demanded of a good changes in response to a change in price.

14. What factors can cause a shift in the supply curve?
Answer: Factors that can shift the supply curve include changes in production technology, input costs, taxes and subsidies, and the number of suppliers.

15. What is surplus in economics?
Answer: A surplus occurs when the quantity supplied of a good or service exceeds the quantity demanded at the current price.

16. Define price ceiling and price floor with examples.
Answer: A price ceiling is a legal maximum price (e.g., rent control), while a price floor is a legal minimum price (e.g., minimum wage).

17. What does it mean if the demand for a product is not elastic?
Answer:  If the demand for a product is not elastic it means that the quantity demanded does not change significantly when the price changes.

18. How ​​does technological advancement affect supply?
Answer:  Technological advancement generally increases supply by making production more efficient, reducing costs and improving product quality.

19. What is the substitution effect?
Answer: The substitution effect occurs when a change in the price of a commodity causes consumers to buy another product.

20. What is the difference between demand-pull and cost-push inflation?
Answer: Demand-pull inflation occurs when the demand for goods and services exceeds supply, causing prices to rise, while cost-push inflation occurs when the cost of production increases, causing firms to raise prices.

Economic Systems and Policies

21. What is the difference between capitalism and socialism?
Answer: In capitalism, the means of production are privately owned, and market forces drive the economy. In socialism, the government owns and controls key industries, with the goal of redistributing wealth.

22. Define fiscal policy.
Answer: Fiscal policy refers to the government’s spending and taxation decisions that are intended to influence economic activity, such as controlling inflation or reducing unemployment.

23. What is monetary policy, and who implements it?
Answer: Monetary policy is the process by which a country’s central bank controls the money supply and interest rates to influence economic activity.

অর্থবিজ্ঞান কুইজ-৭

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ অর্থবিজ্ঞান কুইজ-৭

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here