Home Quiz অলিম্পিক গেম্‌ছ কুইজ

অলিম্পিক গেম্‌ছ কুইজ

0

অলিম্পিক গেম্‌ছ কুইজ | Olympic Games

অলিম্পিক গেম্‌ছ কুইজ  Olympic Games

অলিম্পিক গেম্‌ছ কুইজ, Olympic Games

অলিম্পিক গেম্‌ছ কুইজ | Olympic Games

প্ৰঃ  আধুনিক অলিম্পিক খেল কেতিয়াৰ পৰা আৰম্ভ হয়?

উঃ 1896 চনৰ পৰা।

প্ৰঃ আধুনিক অলিম্পিকৰ পিতৃ বুলি কাক কোৱা হয়।

উঃ বেৰন  পীয়েৰী ডে  ক’বেৰটিন।

প্ৰঃ প্ৰথম আধুনিক অলিম্পিক খেল ক’ত অনুষ্ঠিত হৈছিল?

উঃ এথেন্স।

প্ৰঃ অলিম্পিক  পতাকাত পৰস্পৰ সংযুক্ত কিমানটা বৃত্ত আছে?

উঃ 5 টা।

প্ৰঃ আধুনিক অলিম্পিকৰ মূলমন্ত্ৰ কি?

উঃ চাইটিয়াছ, অলটিয়াছ, ফৰছিয়াছ।

প্ৰঃ ‘অলিম্পিকৰ মূলমন্ত্ৰ ছাইটিয়াছ, অলটিয়াছ, ফৰটিয়াছ’ ৰ অৰ্থ কি?

উঃ বেগবান, উৰ্ধবান, বলবান।

প্ৰঃ কোন চনত ভাৰতে আনুষ্ঠানিকভাৱে অলিম্পিকত অংশ গ্ৰহণ কৰে?

উঃ 1928 চনত।

প্ৰঃ কোন চনৰ পৰা শীতকালীন অলিম্পিক আৰম্ভ হয়?

উঃ 1924 চনৰ পৰা।

প্ৰঃ অলিম্পিকৰ পতাকাৰ পৰস্পৰ সংযুক্ত বৃত্তই কি সূচায়?

উঃ পাঁচখন মহাদেশ।

প্ৰঃ 2012 চনৰ লণ্ডন অলিম্পিকত কিমানখন ৰাষ্ট্ৰই অংশ গ্ৰহণ কৰিছিল?

উঃ 204 খন।

প্ৰঃ কিমান বছৰৰ বিৰতিৰ মূৰত অলিম্পিক খেল অনুষ্ঠিত হয়?

উঃ চাৰি বছৰ।

প্ৰঃ 2012 চনৰ লণ্ডন অলিম্পিকত সৰ্বাধিক পদক বিজেতা দেশখনৰ নাম কি?

উঃ ফ্রান্স।

প্ৰঃ অলিম্পিক ইভেন্টৰ ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয় মহিলা গৰাকীৰ নাম কি?

উঃ পি টি ঊষা।

অলিম্পিক গেম্‌ছ কুইজ, Olympic Games

প্ৰঃ আধুনিক অলিম্পিকৰ পিতৃস্বৰূপ বেৰন পিয়েৰী ডি ক’বেৰটিন কোন দেশৰ লোক?

উঃ ফ্রান্স।

প্ৰঃ অলিম্পিক খেলত অংশ গ্ৰহণ কৰিবৰ বাবে বয়সৰ সর্বোচ্চ সীমা কিমান?

উঃ বয়সৰ সর্বোচ্চ সীমা নিৰ্দ্ধাৰণ কৰা নাই।

প্ৰঃ অলিম্পিক খেলৰ আটাইতকৈ দীৰ্ঘতম দৌৰবিধ কি?

উঃ 50 কিঃমিঃ খোজ কঢ়া।

প্ৰঃ কোনটো চনত অলিম্পিক খেল অনুষ্ঠিত হোৱা নাছিল?

উঃ 1916 চনত (প্ৰথম বিশ্ব যুদ্ধৰ কাৰণে)।

প্ৰঃ অলিম্পিকত অংশ গ্ৰহণ কৰা প্ৰথম মহিলা এথলীট গৰাকী কোন?

উঃ  মেৰী লীলা ৰাও।

প্ৰঃ অলিম্পিকত পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা এথলীট গৰাকীৰ নাম কি?

উঃ কৰ্ণাম মালেশ্বৰী।

প্ৰঃ  আন্তৰ্জাতিক অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উঃ চুইজাৰলেণ্ড।

প্ৰঃ কোন চনৰ পৰা মহিলাক অলিম্পিকত অংশ গ্ৰহণ কৰাৰ বাবে অনুমতি দিয়া হয়?

উঃ 1900 চনৰ পৰা।

প্ৰঃ অলিম্পিক খেলত প্ৰথমজন স্বৰ্ণ পদক বিজয়ীৰ নাম কি?

উঃ জেমছ কন’লি (আমেৰিকা)।

প্ৰঃ শ্বুুটিঙত অলিম্পিক পদক বিজেতা প্ৰথম মহিলা গৰাকী কোন?

উঃ মাৰ্গাৰেট মাৰ্ড’ক (আমেৰিকা)।

প্ৰঃ 2012 চনৰ লণ্ডন অলিম্পিকত ভাৰতে মুঠ কিমানটা পদক লাভ কৰিছিল?

উঃ 6 টা।

প্ৰঃ অলিম্পিক পতাকাৰ আৰ্হি কোনে তৈয়াৰ কৰিছিল?

উঃ পীয়েৰী ডি ক’বাৰটিনে।

প্ৰঃ অলিম্পিকত পুৰুষৰ ক্ৰীড়া এবিধ অন্তৰ্ভূক্ত কৰিবলৈ হ’লে সংশ্লিষ্ট ক্ৰীড়াবিধ অতি কমেও কিমানখন দেশে বিস্তৃতভাৱে অনুশীলন কৰা হ’ব লাগিব?

উঃ 75 খন।

প্ৰঃ 1924 চনত পোন প্ৰথমবাৰৰ বাবে শীতকালীন অলিম্পিক  খেলখন ক’ত অনুষ্ঠিত হৈছিল?

উঃ চাম’নিক্স (ফ্রান্স)।

অলিম্পিক গেম্‌ছ কুইজ, Olympic Games

প্ৰঃ পৰম্পৰাগত অলিম্পিক কেতিয়াৰ পৰা আৰম্ভ হয়?

উঃ খ্ৰীঃপূঃ 776।

প্ৰঃ অলিম্পিকত দুই প্ৰকাৰৰ মল্লযুদ্ধ খেলোৱা হয়। এবিধ হ’ল গ্ৰেকো-ৰোমান প্ৰকাৰ। আন বিধ কি?

উঃ ফ্রী ষ্টাইল।

প্ৰঃ আন্তৰ্জাতিক পৰ্যায়ৰ বহু ক্ৰীড়া সন্নিবিষ্ট প্ৰাচীনতম খেল উৎসৱটো  কি?

উঃ অলিম্পিক।

প্ৰঃ পেনক্ৰেটিয়াম নামৰ প্ৰাচীন অলিম্পিক খেলবিধত দুবিধ আধুনিক খেলৰ বৈশিষ্ট্য আছে। খেল দুবিধ কি?

উঃ মল্লযুদ্ধ আৰু বক্সিং।

প্ৰঃ  1948 চনৰ অলিম্পিকত পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো গোৱা হয়। এই অলিম্পিক ক’ত অনুষ্ঠিত হৈছিল?

উঃ লণ্ডন।

প্ৰঃ অলিম্পিকত আৰ্টিষ্টিক জিমনাষ্টিকত অংশ গ্ৰহণ কৰিবলৈ পুৰুষৰ নিম্নতম বয়স কিমান?

উঃ  ষোল্ল বছৰ।

প্ৰঃ 1964 চনত কোনখন এছীয় মহানগৰে পোন প্ৰথমবাৰৰ বাবে অলিম্পিক খেলৰ আয়োজন কৰে?

উঃ টকিঅ’।

প্ৰঃ 1980 চনত পোন প্ৰথমবাৰৰ বাবে এখন কমিউনিষ্ট দেশে অলিম্পিক আয়োজন কৰে। দেশখনৰ নাম কি?

উঃ ৰাছিয়া। 0 0 0

অলিম্পিক গেম্‌ছ কুইজ, Olympic Games

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

অলিম্পিক গেম্‌ছ কুইজ | Olympic Games 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here