Home Knowledge অসমীয়া ভাষা সাহিত্য জগতত প্রথম

অসমীয়া ভাষা সাহিত্য জগতত প্রথম

0

অসমীয়া ভাষা সাহিত্য জগতত প্রথম

অসমীয়া ভাষা সাহিত্য জগতত প্রথম

 

অসমীয়া ভাষা সাহিত্য জগতত প্রথম

অসমীয়া ভাষা সাহিত্য জগতত প্রথম 

বিষয———————–ব্যক্তি

অসমীয়া ভাষাৰ প্ৰথম নাটক—– শংকৰদেৱৰ ‘চিহ্নযাত্ৰা’।

অসমীয়া ভাষাত প্ৰথম কাব্য নাটক ৰচিয়তা—–শংকৰদেৱ (ৰুক্মিনী হৰণ)।

প্ৰথম অসমীয়া চৰিত পুথিৰ লেখক—–দৈত্যাৰি ঠাকুৰ।

প্ৰথম অসমীয়া জ্যোতিষ শাস্ত্ৰৰ পুথি—– ‘জ্যোতিষ পুথি’।

প্ৰথম অসমীয়া ছপা বুৰঞ্জী—–কাশীনাথ তামুলী ফুকনৰ ’আসাম বুৰঞ্জী’।

প্ৰথম অসমীয়া ছপা উপন্যাস—–পদ্মনাথ গোহাঞি বৰুৱাৰ ‘লাহৰী’।

প্ৰথম অসমীয়া চুটিগল্প লিখক—–লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰথম অসমীয়া কথা-কবিতা ৰচয়িতা—– যতীন্দ্ৰনাথ দুৱৰা।

প্ৰথম অসমীয়া গদ্য ৰচক—–ভট্টদেৱ।

প্ৰথম অসমীয়া কবিতা পুথি—–হেম স্বৰস্বতীৰ ‘প্রহ্লাদ চৰিত’।

প্ৰথম কৃষি সম্পৰ্কীয় কিতাপ—–নাৰয়ণ চন্দ্ৰ বৰুৱাৰ ‘কৃষিতত্ত্ব’।

প্ৰথম অসমীয়া কৃষি আলোচনী—–‘আসাম কৃষক’।

প্ৰথম অসমীয়া ছাত্ৰী আলোচনী—–‘ছাত্ৰী অৰ্ঘ’।

প্ৰথম অসমীয়াত ‘ৰামায়ণ‘ অনুবাদক—–মাধৱ কন্দলি।

অসমীয়া ভাষাৰ প্ৰথম বাতৰি কাকত —– ‘অৰুনোদয়’।

প্ৰথম তিনিদিনীয়া বাতৰি কাকত—– ‘অসমীয়া’।

প্ৰথম অসমীয়া বিজ্ঞান আলোচনী—–পশু পালন’ (১৯২৪)।

প্ৰথম ছন্দত ৰচিত অসমীয়া নাটক —– চন্দ্ৰধৰ বৰুৱাৰ ‘মেঘনাথ বধ’। অসমীয়া ভাষা সাহিত্য জগতত প্রথম 

প্ৰথম সাদিনীয়া সংবাদ পত্ৰ—– ‘আসাম মিহিৰ’ (১৮৭২ )।

প্ৰথম অসমীয়া শিশু আলোচনী—– ল’ৰা বন্ধু।

প্ৰথম শিক্ষানুষ্ঠানিক পত্ৰিকা—– ‘প্ৰভাত’।

প্ৰথম ৰাজনৈতিক বাতৰি কাকত—– ‘এডভোকেট অফ আসাম’।

প্ৰথম অসমীয়া অনাতাঁৰ নাটক—– ‘বীণ বৰাগী’।

প্ৰথম অসমীয়া পত্ৰোপন্যাস—–বিষ্ণু কিংকৰ কলিতাৰ ‘চিন্তা’।

প্ৰথম অসমীয়া ডিটেকটিভ উপন্যাস ৰচিয়তা—–কুমুদেশ্বৰ বৰ ঠাকুৰ।

প্ৰথম অসমীয়া পষেকীয়া আলোচনী—– ‘জয়ন্তী’ (১৯৪৬ চন)।

প্ৰথম ইংৰাজী-অসমীয়া শব্দকোষ ৰচিয়তা—–শ্ৰীমতী এছ. আৰ. ৱাৰ্ড।

প্ৰথম অসমীয়া অমিত্ৰাক্ষৰ ছন্দত কবিতা ৰচিয়তা—–ৰমাকান্ত চৌধুৰী। অসমীয়া ভাষা সাহিত্য জগতত প্রথম 

প্ৰথম অসমীয়া সাহিত্য একাডেমীৰ পুৰস্কৃত উপন্যাস—–বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘ইয়াৰুইঙ্গম’।

প্ৰথম অসমীয়া হাস্য-ৰসাত্মক নাটক—–‘কানীয়াৰ কীৰ্তন’।

প্ৰথম অসমীয়া ছপা পুথি—–বাইেবল।

জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস—–  ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’।

প্ৰথম যথাৰ্থ ঐতিহাসিক উপন্যাস—–লক্ষ্মীনাথ বেজবৰুৱাৰ ‘পদুম কুঁৱৰী’।

প্ৰথম অসমীয়া গদ্যৰ নিদৰ্শন পোৱা যায়—–শংকৰদেৱৰ অংকীয়া নাটসমূহত।

প্ৰথম অসমীয়া হাস্য-ব্যঙ্গ গ্ৰন্থ—–লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’।

অসমীয়া ভাষাৰ প্ৰথম গণিতৰ পুথি—–বকুল কায়স্থৰ ‘কিতাৱত মঞ্জৰী’ ( ষষ্টাদশ শতিকা)।

সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া কবিতাৰ পুথি—– যতীন্দ্ৰ নাথ দুৱৰাৰ ‘বনফুল’।

প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী—–বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘চুইজাৰলেণ্ড ভ্ৰমণ’। অসমীয়া ভাষা সাহিত্য জগতত প্রথম 

প্ৰথম অসমীয়া মহিলা লেখিকাৰ পূৰ্ণাঙ্গ পুথি—–পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধৰ্মাৰ উপাখ্যান’।

ইংৰাজী উপন্যাসৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস—– ৰজনীকান্ত বৰদলৈৰ ‘নিৰ্মল ভকত’।

প্ৰথম আধুনিক জীৱন চৰিত ৰচিয়তা—–গুণাভিৰাম বৰুৱাৰ ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত’।

প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতা—–হেম চন্দ্ৰ গোস্বামীৰ ‘প্ৰিয়তমাৰ চিঠি’।

প্ৰথম সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ নাটক অনুবাদ কৰোঁতা—–  লম্বোদৰ বৰা (কালিদাসৰ ‘শকুন্তলা’)।

ইংৰাজী ভাষাৰ পৰা প্ৰথম অনুদিত হোৱা নাটক—–‘ভ্ৰমৰঙ্গ’ (উইলিয়াম শ্বেক্সপীয়েৰৰ  ‘Comedy of Errors’)।

শ্ৰীমন্ত শংকৰদেৱৰ ‘কীৰ্তন ঘোষা’ প্ৰথম ছপা কৰোঁতা—– হৰিবিলাস আগৰৱালা।

অসমীয়া ভাষাৰ বিষয়ে লিখা প্ৰথম অসমীয়া লেখক—–আনন্দৰাম ঢেকিয়াল ফুকন (গ্ৰন্থখনৰ নাম- ‘A Few Remarks on Assamese Language’।

অসমীয়া ভাষাৰ প্ৰথম অভিধান—–মাইলচ ব্রনচনৰ ‘Dictionary in Assamese and English’  ।

প্ৰথম অসমীয়া ভাষাৰ ব্যাকৰণ—–ৰবিন্সন চাহাবৰ ‘A Grammar of Assamese Language’

প্ৰথম অসমীয়ালৈ অনুদিত ইংৰাজী উপন্যাস—–‘যাত্ৰিকৰ যাত্ৰা’ (জন বনিয়নৰ ‘Pilgrims Progress’ ৰ অনুবাদ)।

ৰমন্যাস যুগৰ প্ৰথম অসমীয়া কবি, সাহিত্যিক—–চন্দ্ৰ কুমাৰ আগৰৱালা।

প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত—– ‘দৈনিক বাতৰি’ (১৯৩৭ চন)।

প্ৰথম অসমীয়া সম্পাদকৰ সম্পাদনত ওলোৱা ইংৰাজী সাদিনীয়া কাকত—– ‘আসাম নিউজ’ (১৮৮২)।

প্ৰথম অসমীয়া চিত্ৰ নাট্য হিচাপে ওলোৱা কিতাপ—–‘চিকমিক বিজুলী’।

প্ৰথম অসমীয়া ৰাজবংশাৱলীৰ পুথি—–সূৰ্যখড়ি দৈৱজ্ঞ ৰচিত ‘সমুদ্ৰ নাৰায়ণৰ বংশাৱলী’।

প্ৰথম অসমীয়া ব্যঙ্গ আলোচনী—– ‘বিহলঙনী’।

প্ৰথম অসমীয়া সাপ্তাহিক আলোচনী—– ‘নৱযুগ’ (১৯৯৬ চন)।

সাধাৰণ জ্ঞান সম্পৰ্কীয় প্ৰথম অসমীয়া পুথি—–চাইফুদ্দিন আহম্মেদৰ ‘জানানে’। অসমীয়া ভাষা সাহিত্য জগতত প্রথম 

প্ৰথম অসমীয়া ভাষাৰ তিনিদিনীয়া বাতৰি কাকত—– ‘অসম বাতৰি’।

কথাছবিৰ ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাস—–ৰজনীকান্ত বৰদলৈৰ ‘মনোমতী’।

বঙালী ভাষাৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম উপন্যাস—–  ‘এলোকেশী বেশ্যাৰ দেশ’ (অনুবাদক শ্ৰী আৰু শ্ৰীমতী এ. কে. গাৰ্ণি)।

প্ৰথম অসমীয়া মহিলা আলোচনী—– ‘ঘৰ জেউতী’।

প্ৰথম অসমীয়া ভাষাত বুৰঞ্জী লিখক —– হলিৰাম ঢেকিয়াল ফুকন।

অসমৰ বাহিৰত প্ৰকাশ হোৱা প্ৰথম অসমীয়া আলোচনী—–  ‘জোনাকী’।

অসম সাহিত্য সভাৰ প্ৰথম সদস্য—–কৃষ্ণকান্ত সন্দিকৈ।

অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰথম সম্পাদক—– চন্দ্ৰধৰ বৰুৱা।

অসম সাহিত্য সভাৰ প্ৰথম সভানেত্ৰী—–নলিনীবালা দেৱী।

অসমীয়া ভাষাৰ প্ৰথম ব্যঙ্গ আলোচনী—–‘কাৰ্টুন’।

অসমীয়া ভাষাত প্ৰথম মিনি আলোচনী—– ‘বিন্দু’।

প্ৰথম অসমীয়া গীত পুথি—–‘গীতাৱলী’।

প্ৰথম অসমীয়া সংগীতৰ পুথি—–লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সংগীত কোষ’।

প্ৰথম অসমীয়া গদ্যৰ পুথি ৰচিয়তা—–বকুল কায়স্থ।

প্ৰথম অসমীয়া মহিলা লেখিকা—–পদ্মাৱতী দেৱী ফুকননী।

অসমীয়া ভাষাৰ প্ৰথম নিদৰ্শন পোৱা যায়—–চৰ্যা পদবোৰত (খ্ৰীষ্টীয় অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত)।

অসমীয়া ভাষাৰ প্ৰথম সাধু কথাৰ পুথি—–এলিজা ব্রাউনৰ ‘সাধুৰ পুথি’। অসমীয়া ভাষা সাহিত্য জগতত প্রথম 

বিশ্বৰ বিভিন্ন ভাষাৰ প্ৰথম অসমীয়া গল্প সংকলন—– ‘বিশ্ব গল্প চয়নিকা’ (১৯৩৬ চনত প্ৰকাশ হয়)।

অসমীয়া লেখকে বাংলা ভাষাত লিখা প্ৰথম কিতাপ—–হলিৰাম ঢেকিয়াল ফুকনৰ ‘আসাম বুৰঞ্জী’।

অসমীয়া ভাষাৰ প্ৰথম পুৰণি পুথি সংগ্ৰাহক—–হেমচন্দ্ৰ গোস্বামী।

আধুনিক অসমীয়া প্ৰথম সমালোচনাত্মক গ্ৰন্থ—–লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শংকৰদেৱ’।

অসমৰ প্ৰথম দহদিনীয়া বাতৰি কাকত—–‘অপৰূপ’।

দুটা ভাষাত প্ৰকাশিত প্ৰথম সাপ্তাহিক কাকত—–‘আসাম নিউজ’। অসমীয়া ভাষা সাহিত্য জগতত প্রথম 

কেৱল মহিলাৰ বাবে প্ৰকাশিত বাতৰি কাকত—–‘উৰুলি’।

চাহ বাগানৰ পটভূমিত ৰচিত প্ৰথম উপন্যাস—–ৰাস্না বৰুৱাৰ ‘সেউজী পাতৰ কাহিনী’।

কথা-ছবিৰ ৰূপ দিয়া প্ৰথম অসমীয়া চুটি গল্প—–কমলেশ্বৰ চলিহাৰ ‘ৰূপহী’।

আলোচনীত খণ্ড খণ্ডকৈ প্ৰকাশ পোৱা প্ৰথম অসমীয়া উপন্যাস—– পদ্মনাথ গোহাঞি বৰুৱাৰ ‘ভানুমতী’।

প্ৰথম অসমীয়া আত্মজীৱনী—–লম্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’।

প্ৰথম অসমীয়া ইয়াৰ বুক—–‘অসম ইয়াৰ বুক’ (প্ৰথম প্ৰকাশ ২০০২)।

বৈষ্ণৱ সাহিত্যৰ প্ৰথম পুথি—–মহাপুৰুষ শংকৰদেৱৰ ‘হৰিশ্চন্দ্ৰ উপাখ্যান’।

ৰামায়ণৰ কাহিনীক লৈ ৰচনা কৰা প্ৰথম অসমীয়া নাটক—–  শংকৰদেৱৰ ‘ৰামবিজয়’।

প্ৰথম জ্ঞানপীঠ বঁটা পোৱা অসমীয়া উপন্যাস—–বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’।

প্ৰথম অসমীয়া ভাষাৰ অভিধান লিখা অসমীয়াজন—–যদুৰাম ডেকা বৰুৱা। 0 0 0 অসমীয়া ভাষা সাহিত্য জগতত প্রথম

অসমীয়া ভাষা সাহিত্য জগতত প্রথম, অসমীয়া ভাষা সাহিত্য জগতত প্রথম

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

অসমীয়া ভাষা সাহিত্য জগতত প্রথম , অসমীয়া ভাষা সাহিত্য জগতত প্রথম , অসমীয়া ভাষা সাহিত্য জগতত প্রথম 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here