আপুনি যদি ‘অসমৰ চাহ উদ্যোগ কুইজ Assam Tea Industry Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ফুটবল কুইজ। Football Quizবোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
অসমৰ চাহ উদ্যোগ কুইজ, Assam Tea Industry Quiz
অসমৰ চাহ উদ্যোগ কুইজ
প্ৰঃ অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হয়?
উঃ 1823 চনত।
প্ৰঃ চাহৰ বৈজ্ঞানিক নাম কি?
উঃ কেমেলিয়া চিনেনচিছ।
প্ৰঃ চাৰ আলেকজেণ্ডাৰ ব্রোচ চাহাবে কোন জনজাতিৰ লোকসকলৰ পৰা অসমত চাহৰ অৱস্থিতি জানিব পাৰিছিল?
উঃ চিংফৌসকলৰ পৰা।
প্ৰঃ অসমীয়া চাহৰ পিতৃস্বৰূপ কোন?
উঃ চাৰ আলেকজেণ্ডাৰ ব্রোচ।
প্ৰঃ ‘ফিনাপ’ কি?
উঃ চিংফৌসকলে চাহ পাতৰ পৰা তৈয়াৰ কৰা এবিধ পানীয়ক ‘ফিনাপ’ বুলি কোৱা হয়।
প্ৰঃ অসমত বছৰি কিমান পৰিমাণৰ চাহ উৎপাদিত হয়?
উঃ 400 মিলিয়ন কিলোগ্ৰাম।
প্ৰঃ ‘গুৱাহাটী চাহ নিলাম কেন্দ্ৰ’টো কিমান চনত স্থাপন কৰা হয়?
উঃ 1970 চনত।
প্ৰঃ ‘গুৱাহাটী চাহ নিলাম কেন্দ্ৰ’টোৰ প্রতিষ্ঠাপক কোন?
উঃ ধৰ্মানন্দ দাস।
প্ৰঃ ভাৰতত উৎপাদন হোৱা মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদন হয়।
উঃ 55 শতাংশ।
প্ৰঃ প্ৰথম চাহ খেতি আৰম্ভ কৰা অসমীয়াজন কোন?
উঃ জগন্নাথ বৰুৱা।
প্ৰঃ ‘অসম চাহ উৎসৱ’ কেতিয়া পালন কৰা হয়?
উঃ প্ৰতি বছৰ 26 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈ ‘অসম চাহ উৎসৱ’ পালন কৰা হয়।
প্ৰঃ বৰ্তমানলৈ অসমত সৰ্বমুঠ কিমানখন চাহ বাগিছা আছে?
উঃ 1012 টা।
প্ৰঃ ‘গুডৰিক চাহ উদ্যোগ’টো ক’ত প্রতিষ্ঠিত হৈছিল?
উঃ দৰং জিলাত।
প্ৰঃ ‘টোকলাই চাহ গৱেষণাগাৰ’ কোন চনৰ পৰা কাৰ্যকৰী কৰা হয়?
উঃ 1912 চনৰ পৰা।
অসমৰ চাহ উদ্যোগ কুইজ
প্ৰঃ অসমৰ প্ৰথম চাহ উদ্যোগ কোনটো?
উঃ দি আসাম কোম্পানী।
প্ৰঃ ভাৰতৰ বৃহত্বম চাহ উদ্যোগ প্রতিষ্ঠান কোনটো?
উঃ কাকজান চাহ উদ্যোগ।
প্ৰঃ অসমৰ কোন জনজাতিৰ লোকসকলে অসমত প্ৰথমতে চাহ খেতিৰ প্ৰচলন কৰিছিল?
উঃ চিংফৌসকলে (দৰৱ হিচাপে ব্যৱহাৰ কৰিবলৈ)।
প্ৰঃ কোনজন অসমীয়াই বাণিজ্যিকভাৱে চাহ খেতি আৰম্ভ কৰিছিল?
উঃ মণিৰাম দেৱানে।
প্ৰঃ পৃথিৱীৰ সবাতোকৈ বেছি চাহ উৎপাদন কৰা অঞ্চলটোৰ নাম কি?
উঃ উজনি অসম।
প্ৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰটো ক’ত অৱস্থিত?
উঃ যোৰহাটৰ টোকলাইত।
প্ৰঃ ব্রিটিছসকলে অসমত স্থাপন কৰা প্ৰথম চাহ উদ্যোগটোৰ নাম কি?
উঃ চাবুৱা চাহ প্রতিষ্ঠান।
প্ৰঃ অসমত চাহ খেতিৰ দুটা মুখ্য পদ্ধতি কি কি?
উঃ চি. টি. চি ( C.T.C.) আৰু অৰথ’ডক্স (Orthodox)।
প্ৰঃ চি.টি.চি. সম্পূৰ্ণ নামটো কি?
উঃ Cutting, Tearing and Curling.
অসমৰ চাহ উদ্যোগ কুইজ
প্ৰঃ ‘ইনষ্টান্ট টি’ (Instant Tea) কি?
উঃ গৰম বা ঠাণ্ডা পানীত অতি সহজে পমি যোৱা সোণ বৰণীয়া চাহৰ মিহি গুৰিক ‘ইনষ্টান্ট টি’ বুলি কোৱা হয়।
প্ৰঃ দি তেজপুৰ টি কোম্পানী কোন জিলাত?
উঃ দৰং জিলাত।
প্ৰঃ পৃথিৱীত মুঠ উৎপাদিত চাহৰ কিমান শতাংশ অসমত উৎপাদন হয়?
উঃ 1/ 6 ভাগ।
প্ৰঃ পৃথিৱীৰ সবাতোকৈ পুৰণি আৰু এচিয়াৰ সৰ্ববৃহৎ চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি?
উঃ টোকলাই চাহ গৱেষণা কেন্দ্ৰ (অসমৰ যোৰহাটত)।
প্ৰঃ ভাৰতৰ সৰ্ববৃহৎ চাহ বাগিছাখনৰ নাম কি আৰু ইয়াৰ মাটিকালি কিমান?
উঃ কাকজান চাহ প্রতিষ্ঠান, ইয়াৰ মাটিকালিৰ পৰিমাণ 1373 হেক্টৰ ।
প্ৰঃ ‘কাকজান চাহ প্রতিষ্ঠান’ অসমৰ কোন জিলাত?
উঃ শোণিতপুৰ জিলাত।
প্ৰঃ ৱাৰেণ টি কোম্পানী কোন জিলাত?
উঃ ডিব্রূগড় জিলাত।
প্ৰঃ পৃথিৱীৰ সৰ্ববৃহৎ চাহ নিলাম কেন্দ্ৰ কোনটো?
উঃ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (স্থাপন কৰা হয় 1970 চনত)।
প্ৰঃ অসম চাহ নিগম কেতিয়া গঠন কৰা হয়?
উঃ 1973 চনত।
প্ৰঃ বিশ্বনাথ টি কোম্পানী কোন জিলাত অৱস্থিত?
উঃ দৰং জিলাত। ০ ০ ০
Assam Tea Industry Quiz
Q. When was tea discovered in Assam?
A. In 1823.
Q. What is the scientific name of tea?
A. Camellia sinensis.
Q. From which tribe did Sir Alexander Broch learn of the presence of tea in Assam?
A. From the Tsingfao.
Q. Who is the father of Assamese tea?
A. Sir Alexander Broch.
Q. What is ‘finap’?
A. A drink made from tea leaves by the Tsingfao is called ‘finap’
Q. How much tea is produced in Assam annually?
A. 400 million kg.
Q. In which year was the Guwahati Tea Auction Center established?
A. In the 1970s.
Q. Who is the founder of the Guwahati Tea Auction Centre?
A. Dharmananda Das.
Q. What percentage of the total tea produced in India is produced in Assam?
A. 55 per cent.
Q. Who was the first Assamese to start tea cultivation?
A. Jagannath Baroua.
Q. When is the ‘Assam Tea Festival’ celebrated?
A. The ‘Assam Tea Festival’ is celebrated from 26th December to 28th December every year.
Q. How many tea plantations are there in Assam at present?
A. 1012 pieces.
Q. Where was the Goodrick Tea Industry established?
A. In Darang district.
Q. From which year was the ‘Toklai Tea Research Laboratory’ implemented?
A. Since 1912.
Assam Tea Industry Quiz
Q. What was the first tea industry in Assam?
A. The Assam Company.
Q. Which is the largest tea industry in India?
A. Kakjan Tea Industry.
Q. Which tribe of Assam was the first to introduce tea cultivation in Assam?
A. The Tsingfaus (to use as medicine).
Q. Which Assamese started tea cultivation commercially?
A. Maniram Dewane.
Q. What is the name of the region that produces the most tea in the world?
A. South Assam.
Q. Where is the North East Tea Research Center located?
A. In Toklai, Jorhat.
Q. What is the name of the first tea industry established by the British in Assam?
A. Chabua Tea Establishment.
Q. What are the two main methods of tea cultivation in Assam?
A. C.S. T.S. C. ( C.T.C.) and Orthodox.
Q. What is the CTC? What is the full name?
A. Cutting, Tearing and Curling.
Assam Tea Industry Quiz
Q. What is ‘Instant Tea’?
A. Instant tea is a fine powder of golden tea that dissolves very easily in hot or cold water.
Q. The Tezpur Tea Company is in which district?
A. In Darang district.
Q. What percentage of the total tea produced in the world is produced in Assam?
A. 1/ 6 parts.
Q. What is the name of the oldest tea research center in the world and the largest in Asia?
A. Toklai Tea Research Center (in Jorhat, Assam).
Q. What is the name of the largest tea plantation in India and what is its area?
A. Kakjan Tea Establishment, with an area of 1373 hectares.
Q. Kakjan Tea Institute is located in which district of Assam?
A. In Sonitpur district.
Q. In what district is the Warren Tea Company?
A. In Dibrugarh district.
Q. Which is the largest tea auction center in the world?
A. Guwahati Tea Auction Center (established in 1970).
Q. When was the Assam Tea Corporation formed?
A. In 1973.
Q. Bishwanath Tea Company is located in which district?
A. In Darang district.0 0 0
নোট: যদি আপুনি উক্ত ‘অসমৰ চাহ উদ্যোগ কুইজ Assam Tea Industry Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- অর্থবিজ্ঞান
- অর্থনীতি
- বিজ্ঞান কুইজ
- আৱিষ্কাৰ কুইজ
- পদার্থ বিজ্ঞান কুইজ
- ৰসায়ন বিজ্ঞানৰ কুইজ
- জীবন বিজ্ঞান কুইজ
- অসমৰ চাহ উদ্যোগ কুইজ ..