Home Knowledge অসমৰ ৰাজ্যপালসকলৰ তালিকা

অসমৰ ৰাজ্যপালসকলৰ তালিকা

0

অসমৰ ৰাজ্যপালসকলৰ তালিকা

অসমৰ ৰাজ্যপালসকলৰ তালিকা

 

অসমৰ ৰাজ্যপালসকলৰ তালিকা

অসমৰ ৰাজ্যপালসকলৰ তালিকা

ৰাজ্যপালৰ নাম ———– কাৰ্যকাল

হেনৰী জোছেফ টুইনাম—-1938 – 1939

ৰবাৰ্ট নীল ৰেইড—-1939 – 1942

এনড্ৰিউ গৌৰলে ক্ল—-1942- 1946

ৰেডেৰিক চালমাৰ্ছ ব’ৰ্ন—-1946 – 1946

হেনৰী ফ’লি নাইট—-1946 – 1946

এনড্ৰিউ গৌৰলে ক্ল—-1946 – 1947

মহম্মদ আকবৰ হাইদৰী—-1947 – 1948

ৰোনাল্ড ফেঞ্চিছ—-1948 – 1949

শ্ৰী প্ৰকাশ—-1949 – 1950

জয়ৰাম দাস দৌলতৰাম—-1950 – 1956

চৈয়দ ফজল আলি—-1956 – 1959

চক্ৰেশ্বৰ প্ৰসাদ সিনহা—-1959 – 1959

শ্ৰী প্ৰকাশ—-1959 – 1959

সত্যৱন্ত মাল্লান্না শ্ৰীনাগেশ—-1961 – 1962

বিষ্ণু সহায়—-1962 – 1968

ব্রজ কুমাৰ নেহৰু—-1968 – 1970

পি কে স্বামী—-1970 – 1971

ব্রজ কুমাৰ নেহৰু—-1971 – 1973

লালন প্ৰসাদ সিং—-1973 – 1981

প্ৰকাশ মেহৰোট্ৰা—-1981 – 1984

টি এছ মিশ্ৰ—-1984 – 1984

ভীষ্ম নাৰয়ণ সিং—-1984 – 1989

হৰিদেউ যোশী—-1989 – 1989

আনিচেট্টি ৰঘুবীৰ—-1989 – 1990

দেবীদাস ঠাকুৰ—-1990 – 1991

লোকনাথ মিশ্ৰ—-1991 – 1997

শ্ৰীনিবাস কুমাৰ সিংহা—-1997 – 2003

অজয় সিং—-2003 – 2008

শিৱচৰণ মাথুৰ—-2008 – 2009

চৈয়দ চিবতে ৰাজী—-2009 – 2009

জানকী বল্লভ পাটনায়ক—-2009 – 2014

পদ্মনাভা বালকৃষ্ণ আচাৰ্য—-2014 – 2016

বানুৱাৰিলাল পুৰোহিত—-2016 – । ০ ০ ০

অসমৰ ৰাজ্যপালসকলৰ তালিকা

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here