Home Kabita আকৌ প্ৰেমৰ স্তৱক | Akou Premor Stavak

আকৌ প্ৰেমৰ স্তৱক | Akou Premor Stavak

0

আকৌ প্ৰেমৰ স্তৱক | Akou Premor Stavak

আকৌ প্ৰেমৰ স্তৱক  Akou Premor Stavak

আকৌ প্ৰেমৰ স্তৱক | Akou Premor Stavak

আকৌ প্ৰেমৰ স্তৱক

ৰাব্বি মছৰুৰ

মাথো আৰু এখোজ গ’লেই 

ফৰকাল আকাশৰ চোতাল

মাথো এখোজ গ’লেই 

হয়তো বাস্তৱ মোৰ বৰ্তমান

হায! বহুতো খোজ আহি আহি

ভাগৰি পৰা মই ক্লান্ত কবি।

 

আশাত বৰশী বোৱাৰ দৰে

মই বৈ আছো তোমাৰ হৃদয়

মোৰ বুকুত

এন্ধাৰ হেন গভীৰ ৰণোন্মত্ত  ৰাতিতো। ০ ০ ০

Read More: পৃথিৱীৰ আৰু মোৰ

আকৌ প্ৰেমৰ স্তৱক | Akou Premor Stavak

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here