Home Biography আদ্ৰে মেৰি এম্পিয়েৰ | Andre Marie Ampere

আদ্ৰে মেৰি এম্পিয়েৰ | Andre Marie Ampere

0

আদ্ৰে মেৰি এম্পিয়েৰ | Andre Marie Ampere

আদ্ৰে মেৰি এম্পিয়েৰ  Andre Marie Ampere

 

আদ্ৰে মেৰি এম্পিয়েৰ

আদ্ৰে মেৰি এম্পিয়েৰ | Andre Marie Ampere

আদ্ৰে মেৰি এম্পিয়েৰ (Andre Marie Ampere) আছিল এজন ফৰাচী পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ। ১৭৭৫ চনৰ ২২ জানুৱাৰীত ফ্ৰান্সৰ লিয়নত তেওঁৰ জন্ম হয়।  লিয়ন আৰু পেৰিচত শিক্ষা লাভ কৰি তেওঁ বিদ্যুৎ আৰু চুম্বকত্বৰ ওপৰত গৱেষণা কৰি বিজ্ঞান জগতত প্ৰভূত অৱদান ৰাখে। তেওঁ উদ্ভাৱন কৰা সুপ্ৰসিদ্ধ ‘এম্পিয়েৰ নিয়ম’ৰ দ্বাৰা বিদ্যুৎ প্ৰবাহ আৰু চুম্বক গতিৰ দিশ নিৰ্ণয় কৰিব পাৰি। পোহৰ বিজ্ঞান, আণৱিক তত্ত্ব, মনস্তত্ত্ব আদি বিষয়তো তেওঁৰ দক্ষতা আছিল। তেওঁ বিজ্ঞানৰ দৰ্শন সম্পৰ্কে এলানি চিন্তা-গধূৰ প্ৰৱন্ধও ৰচনা কৰিছিল। তেওঁ বিদ্যুৎ গতি বিজ্ঞান নামৰ শাখাটোৰ জনকৰূপে স্বীকৃত। আদ্ৰে মেৰি এম্পিয়েৰৰ সন্মানাৰ্থে  চলবিদ্যুতৰ ব্যৱহাৰিক এককটোৰ নাম ৰখা হৈছে ‘এম্পিয়েৰ’ আৰু বিদ্যুৎ জোখা  যন্ত্ৰৰ নাম ৰখা হৈছে ‘এম্পিয়েৰ মিটাৰ’, সংক্ষেপে ‘এমিটাৰ’। 

১৮৪৬ চনৰ ১০ জুনত এইজন মহান বিজ্ঞানীৰ মৃত্যু হয়। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here