Home Biography আমজাদ আলি খান | Amzad Ali Khan

আমজাদ আলি খান | Amzad Ali Khan

0

আমজাদ আলি খান

আমজাদ আলি খান Amzad Ali Khan

 

আমজাদ আলি খান | Amzad Ali Khan

আমজাদ আলি খান | Amzad Ali Khan

আমজাদ আলি খান (Amzad Ali Khan) আছিল ভাৰতীয় সৰোদবাক। ১৯৫৪ চনৰ ৯ অক্টোবৰত মধ্যপ্ৰদেশৰ গোৱালিয়ৰত তেওঁ জন্ম গ্ৰহণ কৰে। পিতৃ আছিল প্ৰসিদ্ধ সৰোদবাদক হাফিজ আলি খান। সৰুৰে পৰা পিতৃৰ ওচৰতে সৰোদ বাদনৰ শিক্ষা লাভ কৰে আৰু পিতৃৰ লগতে বিভিন্ন ঠাইত সৰোদ বাদনৰ অনুষ্ঠান পৰিৱেশন কৰি মাত্ৰ ১২ বছৰ বয়সতে এককভাৱে অনুষ্ঠান পৰিৱেশন কৰিব পৰা হয়। ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ সোঁৱৰণত ক্ৰমে ‘ৰাগ প্ৰিয়দৰ্শিনী’ আৰু ‘ৰাগ কমলাশ্ৰী নামৰ দুটা জনপ্ৰিয় ৰাগৰ সৃষ্টি কৰে। আমজাদ আলি খানৰ আন কেইটামান উল্লেখযোগ্য সংগীত-সুৰ ৰচনা হ’ল শিৱালি, হৰিপ্ৰিয়া কানাড়া, কিৰণ ৰঞ্জিনী, সুহাগ ভৈৰৱ, শুলক্ষ্মী, ললিত ধ্বনি, শ্যামশ্ৰী আৰু জৱাহৰ মঞ্জিশ্ৰী। 

ভাৰতীয় শাস্ত্ৰীয় সংগীতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আমজাদ আলি খানে লাভ কৰিছে বহুকেইটা সন্মান আৰু পুৰস্কাৰ। ইয়াৰ ভিতৰত ‘পদ্মশ্ৰী’, ‘সংগীত-নাটক একাডেমী বঁটা’, ‘ইউনেস্কো বঁটা’, ‘কলাৰত্ন’, ‘সাৰোদ সম্ৰাট’ আদি উল্লেখযোগ্য। ১৭৭৫ চনত অসমৰ জীয়ৰী খ্যাতনামা ভাৰতনাট্যম শিল্পী শুভলক্ষ্মী বৰুৱাৰ লগত বিবাহ আৰু কালক্ৰমত দুটি পুত্ৰ সন্তানৰ (অনম আৰু অয়ন) পিতৃ হয়। পিতৃৰ দৰে পুত্ৰ অমন আৰু অয়নেও সৰোদ বাদনত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। ০ ০ ০

Read More: অসমীয়া ৰচনা শিক্ষা

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here