আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল | Our School Library Essay in Assamese
আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল (ৰচনা ১)
আৰম্ভণি:
পুথিভঁৰাল হৈছে এখন কোঠালী বা ঘৰ য’ত অধ্যয়নৰ কাৰণে নানান বিষয়ৰ কিতাপ সযত্নে আৰু শৃঙ্খলাবদ্ধভাবে ৰখা হয়। পুথিভঁৰাল অবিহনে কোনো এখন বিদ্যালয়ে পৰিপূৰ্ণ বিদ্যালয়ৰ মৰ্যদা লাভ কৰিব নোৱাৰে। প্ৰায়বোৰ বিদ্যালয়তে থকাৰ দৰে আমাৰ বিদ্যালয়তো এখন আহল-বহল পুথিভঁৰাল আছে।
বিৱৰণ:
আমাৰ বিদ্যালয়ৰ পুথিভঁৰালটো শিক্ষকসকলৰ উমৈহতীয়া কোঠালীটোৰ লগতে অৱস্থিত। ই হৈছে এটি ডাঙৰ কোঠালী য’ত এখন পুথিভঁৰালত থাকিবলগীয়া প্ৰায় সকলোবোৰ আধুনিক সা-সুবিধা আছে। আমাৰ বিদ্যালয়ৰ এজন অধ্যয়নশীল শিক্ষক আমাৰ পুথিভাঁৰলটোৰ তত্বাৱধানত আছে। আমাৰ পুথিভঁৰালখন পৰিচালনা কৰিবলৈ কিছুমান ধ’ৰা-বন্ধা নীতি-নিয়ম আছে।
আমাৰ পুথিভঁৰালখনত কেইবা হাজৰ কিতাপ আছে। পাঠ্যপুথি থকাৰ উপৰিও আমাৰ পুথিভঁৰালখনত বিভিন্ন বিষয়ৰ বহুতো কিতাপ আছে। বিদ্যালয় কতৃপক্ষই আমাৰ অধ্যয়নৰ কাৰণে দৈনিক বাতৰি কাকত আৰু নানান বিষয়ৰ আলোচনীও যোগান ধৰে।
ছাত্ৰ-ছাত্ৰীসকলক পোন্ধৰ দিনৰ কাৰণে কিতাপ প্ৰদান কৰা হয়। দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বিদ্যালয় কতৃপক্ষই এবাৰতে পাঁচোখনকৈ কিতাপ যোগান ধৰে। মই পুথিভঁৰালখনৰ নিয়মীয়া পঢ়োৱৈ। মই মোৰ জিৰণিৰ সময়খিনি পুথিভঁৰালখনত বাতৰি কাকত, আলোচনী আৰু গল্পৰ কিতাপ পঢ়ি কটাওঁ।
সামৰণি:
আমাৰ পুথিভঁৰালখন স্থাপন হোৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক সেৱা আগবঢ়াই আহিছে আৰু এনেদৰে ই জ্ঞান বিস্তাৰত এক সুন্দৰ ভূমিকা গ্ৰহণ কৰিছে। 0 0 0
.
আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল
আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল (ৰচনা ২)
প্ৰৱেশ আৰু পৰিচয়
আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল হৈছে এক গুৰুত্বপূর্ণ স্থান। ইয়াত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ কিতাপ পঢ়াৰ সুবিধা পায়। পুথিভঁৰালৰ প্ৰৱেশদ্বাৰত এক সুন্দৰ নামফলক আছে। ইয়াত পুথিভঁৰালৰ নাম আৰু বিদ্যালয়ৰ নাম লিখা আছে।
পুথিভঁৰালৰ আকাৰ আৰু বিন্যাস
আমাৰ পুথিভঁৰালৰ আকাৰ যথেষ্ট ডাঙৰ। ইয়াত বহু কিতাপ আছে। তাকবোৰত বিভিন্ন বিষয়ৰ কিতাপ সজাই থোৱা হৈছে। পুথিভঁৰালৰ মাজত বহাৰ বাবে টেবুল আৰু মূৰাৰ ব্যৱস্থা আছে। ছাত্ৰ-ছাত্ৰীসকলে ইয়াত বহি পঢ়িব পাৰে।
কিতাপৰ সংগ্ৰহ
আমাৰ পুথিভঁৰালত বিভিন্ন ধৰণৰ কিতাপ আছে। ইয়াত পাঠ্যপুথি, গল্পৰ কিতাপ, বিজ্ঞানৰ কিতাপ, ইতিহাসৰ কিতাপ, আৰু জীৱনী আছে। ইয়াৰ উপৰিও বিভিন্ন আলোচনী আৰু বাতৰি কাকত পোৱা যায়। পুথিভঁৰালৰ কিতাপসমূহ সজাই থোৱা হৈছে যাতে সহজে পোৱা যায়।
পুথিভঁৰালৰ নিয়ম-কানুন
আমাৰ পুথিভঁৰালত কিতাপ পঢ়াৰ আৰু ধাৰ লোৱাৰ নিয়ম আছে। ছাত্ৰ-ছাত্ৰীসকলে পুথিভঁৰালৰ পৰা কিতাপ ধাৰ ল’ব পাৰে। কিন্তু কিতাপ সময়মতে উভতাই দিব লাগে। পুথিভঁৰালত চুপচাপ থাকিব লাগে। কিতাপৰ ক্ষতি কৰিলে শাস্তি পোৱা যায়।
পুথিভঁৰালৰ গুৰুত্ব
আমাৰ বিদ্যালয়ৰ পুথিভঁৰালৰ গুৰুত্ব বহুত। ইয়াত পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান বৃদ্ধি কৰিব পাৰে। পুথিভঁৰালত পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়ৰ বিষয়ে জানিব পাৰে। ইয়াত পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে।
উপসংহাৰ
আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল হৈছে এক গুৰুত্বপূর্ণ স্থান। ইয়াত পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান বৃদ্ধি কৰিব পাৰে। পুথিভঁৰালৰ কিতাপসমূহ সজাই থোৱা হৈছে যাতে সহজে পোৱা যায়। পুথিভঁৰালৰ নিয়ম-কানুন মানি চলা উচিত। পুথিভঁৰালৰ সঠিক ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলে লাভবান হ’ব পাৰে।
আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল (Essay in English 1)
Our School Library
Introduction:
A library is a room or building where various books are carefully and systematically stored for the purpose of study. No school can attain the status of a complete institution without a library. Like most schools, our school also has a well-organized library.
Description:
Our school library is located alongside the teachers’ common room. It is a large room equipped with almost all the modern amenities needed for a library. A dedicated teacher from our school supervises our library. There are certain established rules and regulations for managing our library.
Our library has several thousand books. In addition to textbooks, our library contains numerous books on various subjects. The school authorities also provide daily newspapers and magazines on various topics for our study.
Books are issued to students for fifteen days. For less fortunate students, the school authorities provide up to five books at a time. I am a regular visitor to the library. I spend my spare time reading newspapers, magazines, and storybooks in the library.
Conclusion:
Since its establishment, our library has been serving students and has taken on a beautiful role in the expansion of knowledge. 0 0 0
আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল (Essay in English)
School Library
Introduction
Libraries are places where a variety of old and new books, magazines, newspapers, and other reading materials on subjects like knowledge, science, history, philosophy, literature, art, stories, novels, biographies, etc., are collected and preserved. Knowledge is stored in the pages of books; hence, knowledge-seeking individuals have been using libraries since ancient times to pursue knowledge. In ancient times, various subjects’ books were preserved in monasteries, temples, and pilgrimage sites. Even now, some ancient texts can be found in various monasteries and namghars (community prayer halls) in our country. These also served as libraries at times.
Types:
Libraries are generally of two types—personal or private libraries and public libraries. Scholars, knowledge enthusiasts, and study-focused individuals collect books, magazines, newspapers, etc., according to their interests, which form a private library. Such libraries are not accessible to everyone and do not contain all types of books. On the other hand, public libraries contain all kinds of books and are open to everyone. Schools, colleges, and universities have libraries that students and teachers can use. Additionally, government institutions such as courts, secretariats, and legislatures also have their own libraries. Some public libraries are completely managed by the government, some are managed with government assistance by public organizations, and some are established and managed entirely by the public. Libraries in schools and colleges are managed by the respective institutions or student organizations. There is also a type of library called a “mobile library,” which is managed by the government to promote education and foster a love for learning among the public.
The library of Nalanda University in ancient India is notable. Previously, books were carefully written on palm leaves, bark, etc., and preserving and collecting them was not easy. With the invention of paper and printing, books have become more accessible, and libraries now use scientific methods for collection and preservation. Many large libraries have been established around the world today. Among them are the British Museum Library in London, the Bibliothèque Nationale in Paris, the Moscow City Library in Russia, and the National Library of India in Kolkata.
Need:
Libraries have significant benefits, especially in the dissemination of knowledge and education. Not everyone has the opportunity to acquire knowledge through school and college education alone, and knowledge often diminishes without practice, as the saying goes: “Knowledge fades with inexperience.” However, it is not always possible for everyone to buy all the necessary books. By utilizing public libraries, educated individuals can continue their quest for knowledge. Libraries in schools, colleges, and universities greatly benefit students. School curricula alone are often insufficient for gaining knowledge; some external reading is also necessary. School libraries provide students with access to external books. Teachers can select books based on students’ knowledge, intelligence, and usefulness, which would be more beneficial. The support of libraries is essential for students in colleges and universities. Nowadays, some schools and colleges have set up “book banks” to provide students with textbooks.
Recognizing the importance of libraries, there is growing interest in establishing libraries among us. Our government has set up libraries in district and sub-divisional headquarters. The Rural Development Block and State Social Welfare Department also establish libraries in some villages annually. It has been observed that students in villages are taking initiatives to establish libraries in their own villages. Some of these village libraries receive financial aid from the government. However, the facilities of village and school libraries are not fully utilized by the public and students, mainly due to lack of proper management. In many village libraries, the librarian is often unpaid. When they have time, they open the library, otherwise, it remains closed. Our village people often have more interest in trivial matters than in libraries. Consequently, it is natural that they may not visit such libraries. Moreover, students often take the lead in establishing and managing these libraries. Sometimes, when a few enthusiastic students take initiative, others may not support them, leading to the library’s closure.
The management of school libraries is also not very effective. School libraries often lack a qualified librarian. A teacher is typically given responsibility for the library. Since schools often lack additional staff, the teacher’s workload is heavy, and they may also have to manage the library in the absence of other teachers. In such cases, how can a teacher handle additional responsibilities effectively? Even if they do, how can they manage it properly? Even if a teacher is given one or two periods for library duties, it may not be very beneficial. Like colleges, school libraries also need a qualified librarian for effective management. Village libraries also need government support, including salaries and training for their librarians, to realize their full potential.
Conclusion:
It is the special responsibility of readers to follow the library’s rules. Readers should never violate the rules, especially by failing to return books on time. Bad habits such as damaging books, tearing pages, or marking unnecessary parts should be avoided. Such behaviors are observed in some readers and should not be practiced. For students in schools and colleges to benefit fully from libraries, they must read books and take notes on important information. 0 0 0
বি. দ্র. উক্ত ‘আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল | Our School Library‘ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।
নোট: যদি আপুনি ‘আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল‘ নিবন্ধখনটো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ । 0 0 0
Hope that You would enjoy the essay আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল in English also.
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:






