Home Biographies আমেৰিগো ভেছপুচি। Amerigo Vespucci

আমেৰিগো ভেছপুচি। Amerigo Vespucci

0

আমেৰিগো ভেছপুচি। Amerigo Vespucci

আমেৰিগো ভেছপুচি। Amerigo Vespucci

 

আমেৰিগো ভেছপুচি। Amerigo Vespucci

ভেছপুচি (Amerigo Vespucci) আছিল ইটালীৰ এজন  ব্যৱসায়ী, নাবিক আৰু অভিযাত্ৰী। ১৪৫৪ চনত ইটালীৰ ফ্লোৰেন্সত তেওঁৰ জন্ম হয়। পিছত তেওঁ স্পেইনলৈ যায় আৰু ক্ৰমে মোছিছি আৰু ছেভাইল চহৰত বসবাস কৰিবলৈ লয়। কিছুদিন তাৰে বেংক এটাৰ এজেণ্টৰূপে কাম কৰাৰ উপৰিও খ্ৰীষ্টাফাৰ কলম্বাছ নামৰ এজন অভিযাত্ৰীৰ নৌযাত্ৰাৰ বয়-বস্তু যোগানৰ ঠিকাদাৰ আছিল। তেওঁ ১৪৯৯ চনত সমুদ্ৰ অভিযান চলাই আমাজন নদীৰ মোহনাত উপস্থিত হয়গৈ। ইয়াৰ পাছত দক্ষিণ আমেৰিকাৰ উত্তৰৰ উপকূলৱৰ্তী দ্বীপবোৰ পৰিভ্ৰমণ কৰি ১৫০০ চনত স্পেইনলৈ উভতি আহে। তেওঁৰ এই দীৰ্ঘ নৌযাত্ৰাৰ বিষয়ে এটা সুন্দৰ টোকাও লিখিছিল। কলম্বাছে আৱিষ্কাৰ কৰা দেশখন কলম্বাছে ভবাৰ দৰে যে ভাৰত বা এছিয়াৰ অংশ নহয়, ভেছপুচিয়েই সেই কথা প্ৰথমে ঘোষণা কৰে। জাৰ্মান ভূগোলবিদ মাৰ্টিন ৱাল্ডছিমুলাৰে তেওঁৰ ‘কছমোগ্ৰাফি ইণ্ট’ডাকটিঅ’ শীৰ্ষক গ্ৰন্থত ভেছপুছিৰ সন্মানাৰ্থে নতুনকৈ আৱিষ্কৃত সেই ভূখণ্ডক ‘আমেৰিকা’ বুলি নামাকৰণ কৰে। তেওঁৰ নামানুসাৰে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা, দুয়োখন মহাদেশৰেই নামকৰণ কৰা হয় ‘আমেৰিকা’ বুলি  ১৫১২ চনত আমেৰিগো ভেছপুচিৰ মৃত্যু। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

.

বি. দ্র. উক্ত ‘আমেৰিগো ভেছপুচি । Amerigo Vespuccip ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here