Home Quiz আৱিষ্কাৰ কুইজ

আৱিষ্কাৰ কুইজ

0

আৱিষ্কাৰ কুইজ

আৱিষ্কাৰ কুইজ

 

আৱিষ্কাৰ কুইজ

আৱিষ্কাৰ কুইজ

প্ৰঃ বিজুলী বাতি কোনে উদ্ভাৱন কৰিছিল?

উঃ টমাচ আলভা এডিচন (আমেৰিকা)।

প্ৰঃ ফাউন্টেইন পেন কোনে উদ্ভাৱন কৰিছিল?

উঃ লুই এডচন ৱাটাৰমেন (আমেৰিকা)।

প্ৰঃ গ্ৰামোফোন কোনে উদ্ভাৱন কৰিছিল?

উঃ ইমিল বাৰ্লিনাৰ (আমেৰিকা)।

প্ৰঃ চিলাই মেচিন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ইলিয়াচ হাও (আমেৰিকা)।

প্ৰঃ ছেন্টিগ্ৰেড স্কেল কোনে আৱিষ্কাৰ কৰিছিল?

উঃ এণ্ডাৰচন ছেলছিয়াচ (চুইডেন)।

প্ৰঃ ভাপ ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জেমচ ৱাট (স্কটলেণ্ড)।

আৱিষ্কাৰ কুইজ

প্ৰঃ ফোনোগ্ৰাফ কোনে উদ্ভাৱন কৰিছিল?

উঃ টমাচ আলভা এডিচন (আমেৰিকা)।

প্ৰঃ টেলিফোন কোনে উদ্ভাৱন কৰিছিল?

উঃ আলেকজেণ্ডাৰ গ্ৰাহাম বেল (স্কটলেণ্ড)।

প্ৰঃ ডিনামাইট কোনে আৱিষ্কাৰ কৰিছিল?

উঃ আলফ্রেড নবেল (চুইডেন)।

প্ৰঃ ছপা যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ যোহান গুটেনবাৰ্গ (জাৰ্মানী)।

প্ৰঃ ৰাইফল কোনে আৱিষ্কাৰ কৰিছিল?

উঃ যোছেফ কটাৰ (জাৰ্মানী)।

প্ৰঃ বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জন ডেনিচ (ইংলণ্ড)।

প্ৰঃ ডায়নামো কোনে আৱিষ্কাৰ কৰিছিল?

উঃ মাইকেল ফেৰাডে (ইংলণ্ড)।

প্ৰঃ এবেকাচ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ বেবিলন (ইৰাক)।

আৱিষ্কাৰ কুইজ

প্ৰঃ শ্বৰ্টহেণ্ড কোনে আৱিষ্কাৰ কৰিছিল?

উঃ আইজাক পিটমেন (ইংলণ্ড)।

প্ৰঃ অক্সিজেন কোনে উদ্ভাৱন কৰিছিল?

উঃ যোচেফ প্ৰিছলি (বৃটেইন)।

প্ৰঃ ক্ল’ৰোফৰ্ম কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জেমচ ইয়ং ছিমছন (স্কটলেণ্ড)।

প্ৰঃ টেলিগ্ৰাফ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ এছ এফ ব্রিজ মৰ্চ (আমেৰিকা)।

প্ৰঃ বীজ গণিত কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ডিঅ’ফেন্টাছ (গ্ৰীচ)।

প্ৰঃ জ্যামিতি কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ইউক্লিড (গ্ৰীচ)।

প্ৰঃ নিৰাপদ চাকি কোনে আৱিষ্কাৰ কৰিছিল?

উঃ হামফ্রে ডেভি (ইংলণ্ড)।

প্ৰঃ প্ৰেচাৰ কুকাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ডেনিচ পেপিন (ফ্রান্স)।

প্ৰঃ পেণ্ডুলাম ঘড়ী কোনে আৱিষ্কাৰ কৰিছিল?

উঃ খ্ৰীষ্টিয়ান হাইজেন (নেদাৰলেণ্ড)।

আৱিষ্কাৰ কুইজ

প্ৰঃ বেৰোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ইভানচেলিষ্টা টৰিচেলি (ইটালী) ।

প্ৰঃ হাইড্ৰজেন কোনে উদ্ভাৱন কৰিছিল?

উঃ হেনৰী কেভেনডিচ (বৃটেইন)।

প্ৰঃ নাইট্ৰ’জেন কোনে উদ্ভাৱন কৰিছিল?

উঃ ডেনিয়েল ৰাডাৰফৰ্ড (বৃটেইন)।

প্ৰঃ ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল?

উঃ ৰুডলফ ডেবেল (জাৰ্মানী)।

প্ৰঃ ৰিফ্রিজেৰেটৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ফাৰ্দিনান্দ কাৰে (ফ্রান্স)।

প্ৰঃ ছেপটি পিন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ৱাল্টাৰ হান্ট (আমেৰিকা)।

প্ৰঃ নিৰাপদ জুইশালা কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জন লেণ্ডষ্টৰ্ম, জন কেপিং (চুইডেন)

প্ৰঃ আধুনিক জুইশালা কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জন ৱাকাৰ (ইংলণ্ড)।

আৱিষ্কাৰ কুইজ

প্ৰঃ আধুনিক বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল?

উঃ মেকমিলান (স্কটলেণ্ড)।

প্ৰঃ মাধ্যাকৰ্ষণ শক্তি কোনে আৱিষ্কাৰ কৰিছিল?

উঃ আইজাক নিউটন (ইংলণ্ড)।

প্ৰঃ টেলিভিচন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জন লোগি বেয়াৰ্ড (স্কটলেণ্ড)

প্ৰঃ উৰাজাহাজ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ উইলবাৰ ৰাইট আৰু অৰবিল ৰাইট (আমেৰিকা)

প্ৰঃ টেপ ৰেকৰ্ডাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ভালডেমাৰ পলচন (ডেনমাৰ্ক)।

প্ৰঃ চাবমেৰিন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ কাৰ্ণেলিচ ডেবেল (পৰ্তুগাল)

প্ৰঃ আধুনিক চাবমেৰিন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ডেভিড বুশ্বনেল (আমেৰিকা)

প্ৰঃ গ্ৰহৰ গতি সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জোহান কেপলাৰ (জাৰ্মানী)।

প্ৰঃ তললৈ গতি কৰা বস্তুৰ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ গেলিলিঅ’ গেলিলি (ইটালী)।

আৱিষ্কাৰ কুইজ

প্ৰঃ থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ গেলিলিঅ’ গেলিলি (ইটালী)

প্ৰঃ পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ আলেকজেণ্ডাৰ ফেvমিং

প্ৰঃ জীৱ বিৱৰ্তনবাদ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ চাৰ্লচ ডাৰউইন (ইংলণ্ড)

প্ৰঃ সূৰ্য সৌৰজগতৰ কেন্দ্ৰ বুলি কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ক’পাৰনিকাচ (পোলেণ্ড)।

প্ৰঃ ট্রেনজিষ্টৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জন বাৰ্ডিন, ৱাল্টাৰ ব্রাটেইন (আমেৰিকা)।

প্ৰঃ নাইলন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ৱালেঞ্চ কেৰোদৰচ (আমেৰিকা)।

প্ৰঃ লগাৰিথিম কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জন নেপিয়াৰ (স্কটলেণ্ড)

প্ৰঃ টেলিস্কোপ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ হানছ লিপাৰছে (নেদাৰলেণ্ডছ)

প্ৰঃ নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জেমচ চেডউইক (বৃটেইন)

প্ৰঃ প্ৰট’ন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ আৰ্নেষ্ট ৰাডাৰফ’ৰ্ড

প্ৰঃ আপেক্ষিকতাবাদ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ এলবাৰ্ট আইনষ্টাইন (জাৰ্মানী)।

প্ৰঃ ইউৰেনিয়াম কোনে আৱিষ্কাৰ কৰিছিল?

উঃ মাৰ্টিন ক্লপৰ্থ (জাৰ্মানী)।

প্ৰঃ অ’জন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ খ্ৰীষ্টিয়ান স্কনবেইন (জাৰ্মানী)।

আৱিষ্কাৰ কুইজ

প্ৰঃ বিদ্যুৎ চুম্বকীয় আবেশ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ মাইকেল ফেৰাডে (বৃটেইন)।

প্ৰঃ এলুমিনিয়াম কোনে আৱিষ্কাৰ কৰিছিল?

উঃ হেনছ খ্ৰীষ্টিয়ান অষ্টেড (ডেনমাৰ্ক)।

প্ৰঃ কোনে পোন প্ৰথমতে প্ৰতিফলক দূৰবীণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল?

উঃ নিউটন।

প্ৰঃ ইউৰেনাচ গ্ৰহ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ উইলিয়াম হাৰ্চেল (বৃটেইন)।

প্ৰঃ ৰেডিয়াম কোনে আৱিষ্কাৰ কৰিছিল?

উঃ মেৰী কুৰী, পিয়েৰী কুৰী (ফ্রান্স)।

প্ৰঃ ইলেক্ট্রন  কোনে আৱিষ্কাৰ কৰিছিল?

উঃ চাৰ জোছেফ টমছন (বৃটেইন)।

প্ৰঃ তেজক্ৰিয়তা কোনে আৱিষ্কাৰ কৰিছিল?

উঃ এন্টোইন বেকাৰেল (ফ্রান্স)।

প্ৰঃ পোহৰৰ বিদ্যুৎ চুম্বকীযা তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল?

উঃ মেক্সৱেল।

প্ৰঃ হেলিকপ্টাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ চিৰকস্কি।

প্ৰঃ এয়াৰ কণ্ডিশ্বনাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ কেৰিয়াৰ।

প্ৰঃ কোন জন বিজ্ঞানীয়ে পোহৰৰ তৰঙ্গ তত্ত্ব আগবঢ়াইছিল।

উঃ খ্ৰীষ্টিয়ান হাইজেন।

আৱিষ্কাৰ কুইজ

প্ৰঃ কোনজন বিজ্ঞানীয়ে পোন প্ৰথমতে পোহৰৰ বেগ নিৰ্ধাৰণ কৰিছিল?

উঃ লুই-ফিজাউ।

প্ৰঃ গেছ লাইট কোনে আৱিষ্কাৰ কৰিছিল?

উঃ মাৰ্ড’ক।

প্ৰঃ মহাজাগতিক ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল?

উঃ আৰ. এ. মিলিকান।

প্ৰঃ সূৰ্যৰ  পোহৰত সাতোটা ৰঙ  থাকে বুলি কোনে আৱিষ্কাৰ কৰিছিল?

উঃ নিউটন।

প্ৰঃ ৰবট কোনে আৱিষ্কাৰ কৰিছিল?

উঃ কাৰ্ল কােপক।

প্ৰঃ বেকে লাইট কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জে. এল. বেয়াৰ্ড।

প্ৰঃ লিফ্‌ট কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ই. আটিছ।

প্ৰঃ বজ্ৰপাত পৰিবাহী কোনে আৱিষ্কাৰ কৰিছিল?

উঃ বেঞ্জামিন ফ্রেঙ্কলিন।

প্ৰঃ ৰঞ্জন ৰশ্মি কেনে আৱিষ্কাৰ কৰিছিল?

উঃ ৰঞ্জন।

প্ৰঃ পাৰাযুক্ত থাৰ্মেমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ফাৰেণ হাইট।

প্ৰঃ এন্টেনা কোনে আৱিষ্কাৰ কৰিছিল?

উঃ আলেকজেণ্ডাৰ প’পভ।

প্ৰঃ কোনে প্ৰথমে সেউজ গৃহৰ প্ৰভাৱ আৱিষ্কাৰ কৰিছিল?

উঃ জোছেফ ফৰিয়াৰ।

প্ৰঃ পদাৰ্থৰ আকৰ্ষণ কৰিব পৰা ধৰ্মক কোনে বিদ্যুৎ নামেৰে নামাকৰণ কৰিছিল?

উঃ উইলিয়াম গিলবাৰ্ট।

আৱিষ্কাৰ কুইজ

প্ৰঃ ডি. ডি. টি. কোনে আৱিষ্কাৰ কৰিছিল?

উঃ পলমিলাৰ।

প্ৰঃ হহুঁৱা গেছ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জে. প্ৰিষ্টলী।

প্ৰঃ আধুনিক পাৰমাণৱিক তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জন ডেল্টন।

প্ৰঃ ওপঙা বস্তুৰ সূত্ৰ কোনে  আৱিষ্কাৰ কৰিছিল?

উঃ আৰ্কিমিডিছ।

প্ৰঃ চেলফোন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ চাৰ্লছ ক্ৰছ।

প্ৰঃ এককোষী প্ৰাণী কোনে আৱিষ্কাৰ কৰিছিল?

উঃ এ. লিউয়েনহুক।

প্ৰঃ সোতৰ শতিকাৰ আৰম্ভণিতে মানৱ শৰীৰৰ বিষয়ে উইলিয়াম হার্ভে কি আৱিষ্কাৰ কৰিছিল?

উঃ ৰক্ত পৰিবহন।

প্ৰঃ মিছা কথা ধৰা পেলোৱা যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জন লাৰ্চেন।

প্ৰঃ অশ্ৰু গেছ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ডাঃ ভন টেপেন।

প্ৰঃ এ. চি. মটৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ মিক’লা টেছলা।

প্ৰঃ কোকা কোলা কোনে উদ্ভাৱন কৰিছিল?

উঃ ডাঃ জে. এছ. পেম্বাৰটন।

প্ৰঃ ‘জাইৰস্কপ’কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জিন ফকাল্ট।

প্ৰঃ গেছৰ গতি তত্ত্ব কোনে আৱিষ্কাৰ কৰিছিল?

উঃ আৰ. বয়াল।

প্ৰঃ জলাতংক ৰোগৰ প্ৰতিষেধক বেজী কোনে আৱিষ্কাৰ কৰিছিল?

উঃ লুই পাস্তৰ।

আৱিষ্কাৰ কুইজ

প্ৰঃ বেলুন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ মন্টগলফাৰ ব্রদাৰ্চ।

প্ৰঃ ৰসায়ন বিজ্ঞানত পোন প্ৰথমে কোনে নবেল বঁটা লাভ কৰে?

উঃ জে. এইচ ভল্টহভ।

প্ৰঃ পেৰাচুট কোনে আৱিষ্কাৰ কৰিছিল?

উঃ এফ ব্রনকাৰ্ড।

প্ৰঃ জেট ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল?

উঃ এফ. হুইটলি।

প্ৰঃ লাউড স্পীকাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ এণ্ডাৰছন।

প্ৰঃ হিলিয়াম গেছ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ লকাৰ।

প্ৰঃ পৰমাণু বোমা কোনে আৱিষ্কাৰ কৰিছিল?

উঃ অট’হান।

প্ৰঃ বৈদ্যুতিক পাংখা কোনে আৱিষ্কাৰ কৰিছিল?

উঃ এছ. হুইলাৰ।

প্ৰঃ বৈদ্যুতিক মটৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ নিক’লা টেছলা।

প্ৰঃ সৰু আইৰ ছিটা কোনে আৱিষ্কাৰ কৰিছিল?

উঃ এডৱাৰ্ড জেনাৰ।

প্ৰঃ পানী যে এবিধ যৌগ, মৌল নহয়– সেয়া  কোনে আৱিষ্কাৰ কৰিছিল?

উঃ  এইচ. কেভিণ্ডিজ।

প্ৰঃ অতি বেঙুনীয়া ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জে. ডব্লিও ৰিটাৰ।

প্ৰঃ অনুজীৱ বিদ্যাৰ জনক বুলি কাক কোৱা হয়?

উঃ লুই পাস্তৰ।

প্ৰঃ আধুনিক হোমিঅ’পে থিক চিকিৎসা বিদ্যাৰ জনক কোন?

উঃ হেনিমেন।

প্ৰঃ মধুমেহ ৰোগৰ চিকিৎসাত ইনচুলিনৰ প্ৰয়োজনীয়তা কোনে আৱিষ্কাৰ কৰে?

উঃ বেন্টিং।

প্ৰঃ গেছ ষ্টোভ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ জেমছ শ্বাৰ্প।

প্ৰঃ ভিডিঅ’ গেম কোনে আৱিষ্কাৰ কৰিছিল?

উঃ এন. বুশ্বনেল।

প্ৰঃ পাৰমাণৱিক ঘড়ী কোনে আৱিষ্কাৰ কৰিছিল?

উঃ উইলিয়াম এফ. লিবিব।

প্ৰঃ জুই নুমুৱা যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ ডাঃ গডফ্রে।

প্ৰঃ কাৰ্বন কাগজ কোনে আৱিষ্কাৰ কৰিছিল?

উঃ আৰ. ৱেজউড। ০ ০ ০

আৱিষ্কাৰ কুইজ

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ 

আৱিষ্কাৰ কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here