Home Knowledge ইণ্টাৰনেট । Internet

ইণ্টাৰনেট । Internet

0

ইণ্টাৰনেট । Internet

ইণ্টাৰনেট । Internet

ইণ্টাৰনেট, Internet

ইণ্টাৰনেট । Internet 

ইন্টাৰনেট হৈছে তথ্য আদান-প্ৰদানৰ এক অত্যাধুুনিক ব্যৱস্থা। ইণ্টাৰনেটৰ পোনপটীয়া সংজ্ঞা দিবলৈ টান। ইয়াৰ বাবে অলপ ব্যাখ্যা প্ৰয়োজন।

ধৰা হওক, কোনো এটা এলেকাত পাঁচজন টেলিফোন গ্ৰাহক আছে। স্বাভাৱিকতে তেওঁলোকৰ প্ৰত্যেকৰে টেলিফোনৰ একোটা নিজস্ব টেলিফোন নম্বৰো আছে। এই নম্বৰটোক আমি গ্ৰাহক সংকেত সংখ্যা বুলিব পাৰো। এই নম্বৰৰ সহায়ত পাঁচজন গ্ৰাহকে পৰস্পৰৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁলোকৰ এই টেলিযোগাযোগ ব্যৱস্থাৰ সহজ গাঁথনিটোক কোৱা হয় টেলিফোন নেটৱৰ্ক

ইণটাৰনেট ব্যৱহাৰ কৰিবলৈ হ’লে নানা ধৰণৰ কম্পিউটাৰ প্ৰগ্ৰেম চলাবলগীয়া হয়। অৱশ্য ব্যৱহাৰকাৰীয়ে কি প্ৰগ্ৰেম চলাব সেয়া নিৰ্ভৰ কৰে ব্যৱহাৰকাৰীৰ প্ৰয়োজনৰ ধৰণৰ ওপৰত। পৃথিৱীৰ নানা প্ৰান্তৰ অসংখ্য ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে একেলগে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে।  0 0 0.

বিঃ দ্রঃ উক্ত ‘ইণ্টাৰনেট । Internet’ ৰচনাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘বিবিধ তথ্য‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here