ইণ্টাৰপোল । Interpol
ইণ্টাৰপোল । Interpol
ইণ্টাৰপোল । Interpol
আন্তজাৰ্তিক অপৰাধ আৰু অপৰাধীসকলক দমন কৰিবৰ অৰ্থে গঠিত এক আন্তজাৰ্তিক পুলিচ সংগঠনৰ নাম হৈছে ‘ইন্টাৰেপাল’। আন্তজাৰ্তিক চোৰাং ব্যৱসায়, বিমান অপহৰণ, বেংক জালিয়াতি আদি যিবোৰ কামত একাধিক দেশৰ স্বাৰ্থ হানিৰ সম্ভৱনা থাকে, তেনেবোৰ অপৰাধ আৰু অপৰাধীক দমন কৰাই ইণ্টৰপোলৰ ঘাই উদ্দেশ্য। ১৯২৩ চনত ভিয়েনা পুলিচৰ মুৰববী জ’হান স্ক’বাৰৰ উদ্যোগত ভিয়েনাত ইণ্টাৰপোলৰ গঠন হয়। প্ৰথম অৱস্থাত সংগঠনটোৰ সদস্যৰ সংখ্যা আছিল ২২। জন্ম হোৱাৰ পাঁচ বছৰৰ পাছতেই অৱশ্যে হিটলাৰে সংগঠনটো ভংগ কৰি দিয়ে। দ্বিতীয় মহাসমৰৰ শেষ হোৱাৰ পাছত পেৰিছত ১৯৪৬ চনত এই সংগঠনক পুনৰুজ্জীৱিত কৰা হয়। সম্প্ৰতি ফ্ৰান্সৰ লিঅ’ চহৰত এই সংগঠনৰ মুখ্য কাৰ্যালয় অৱস্থিত। বৰ্তমান বিশ্বৰ ১৭৭ খন দেশ ইণ্টানপোলৰ সদস্য। ১৯৩৮ চনৰ পৰাই ভাৰত ইয়াৰ সদস্য হৈ আছে। 0 0 0.
বিঃ দ্রঃ উক্ত ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিবিধ তথ্য‘ গ্রন্থৰ পৰা লোৱা হৈছে।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: