Home Knowledge ইণ্টাৰপোল । Interpol

ইণ্টাৰপোল । Interpol

0

ইণ্টাৰপোল । Interpol

ইণ্টাৰপোল । Interpol

 

ইণ্টাৰপোল । Interpol

ইণ্টাৰপোল । Interpol 

আন্তজাৰ্তিক অপৰাধ আৰু অপৰাধীসকলক দমন কৰিবৰ অৰ্থে গঠিত এক আন্তজাৰ্তিক পুলিচ সংগঠনৰ নাম হৈছে ‘ইন্টাৰেপাল’। আন্তজাৰ্তিক চোৰাং ব্যৱসায়, বিমান অপহৰণ, বেংক জালিয়াতি আদি যিবোৰ কামত একাধিক দেশৰ স্বাৰ্থ হানিৰ সম্ভৱনা থাকে, তেনেবোৰ অপৰাধ আৰু অপৰাধীক দমন কৰাই ইণ্টৰপোলৰ ঘাই উদ্দেশ্য। ১৯২৩ চনত ভিয়েনা পুলিচৰ মুৰববী জ’হান স্ক’বাৰৰ উদ্যোগত ভিয়েনাত ইণ্টাৰপোলৰ গঠন হয়। প্ৰথম অৱস্থাত সংগঠনটোৰ সদস্যৰ সংখ্যা আছিল ২২। জন্ম হোৱাৰ পাঁচ বছৰৰ পাছতেই অৱশ্যে হিটলাৰে সংগঠনটো ভংগ কৰি দিয়ে। দ্বিতীয় মহাসমৰৰ শেষ হোৱাৰ পাছত পেৰিছত ১৯৪৬ চনত এই সংগঠনক পুনৰুজ্জীৱিত কৰা হয়। সম্প্ৰতি ফ্ৰান্সৰ লিঅ’ চহৰত এই সংগঠনৰ মুখ্য কাৰ্যালয় অৱস্থিত। বৰ্তমান বিশ্বৰ ১৭৭ খন দেশ ইণ্টানপোলৰ সদস্য। ১৯৩৮ চনৰ পৰাই ভাৰত ইয়াৰ সদস্য হৈ আছে। 0 0 0.

বিঃ দ্রঃ উক্ত  ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিবিধ তথ্য‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here