ইভ | Eve
ইভ (Eve) বাইবেলৰ অ’ল্ড টেষ্টামেণ্টত বৰ্ণিত ঈশ্বৰসৃষ্ট প্ৰথম মানৱী। তাই মানৱ জাতিৰ মাতৃৰূপে স্বীকৃত। হিব্রূ ভাষাত এই নামটোৰ অৰ্থ ‘সৰ্বজীৱৰ মাতৃ’। প্ৰথম আদাম (Adam)ক সৃষ্টি কৰাৰ পাছত নিঃসংগ আদমৰ সংগী হিচাপে ঈশ্বৰে আদমৰ কামিহাড়ৰ পৰা ইভক সৃষ্টি কৰে। প্ৰথম দৰ্শনতেই আদাম ইভৰ সৌন্দৰ্যত আকৃষ্ট হৈ সংগী হিচাপে গ্ৰহণ কৰে। ইছলাম আৰু ইহুদী ধৰ্মগ্ৰন্থতো ইভৰ উল্লেখ আছে। আৰবী আৰু হিব্রূ ভাষাত ইভ ‘হাৱা’ নামে পৰিচিত। বাইবেলৰ জেনেছিছ অংশত থকা বৰ্ণনা মতে ইভে চয়তানৰ প্ৰৰোচনাত বেহেস্তত থকা নিষিদ্ধ ফল ভক্ষণ কৰে আৰু তাইৰ প্ৰৰোচনাত পিছত আদামেও এই ফল ভক্ষণ কৰাত ঈশ্বৰে দুয়োকে পৃথিৱীত পেলাই দিয়ে। মানৱ প্ৰকৃতিত বিভিন্ন ৰিপুৰ আৱিৰ্ভাৱ সেই নিষিদ্ধ ফল ভক্ষণৰ ফল বুলি বাইবেলত বৰ্ণিত হৈছে। ০ ০ ০
Read More: বিশ্ব ব্যক্তি পৰিচয়
বি. দ্র. উক্ত ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: