Home Biographies ইভ | Eve

ইভ | Eve

0
ইভ | Eve
ইভ  Eve

ইভ | Eve

ইভ (Eve) বাইবেলৰ অ’ল্ড টেষ্টামেণ্টত বৰ্ণিত ঈশ্বৰসৃষ্ট প্ৰথম মানৱী। তাই  মানৱ জাতিৰ মাতৃৰূপে স্বীকৃত। হিব্রূ ভাষাত এই নামটোৰ অৰ্থ ‘সৰ্বজীৱৰ মাতৃ’। প্ৰথম আদাম (Adam)ক সৃষ্টি কৰাৰ পাছত নিঃসংগ আদমৰ সংগী হিচাপে ঈশ্বৰে আদমৰ কামিহাড়ৰ পৰা ইভক সৃষ্টি কৰে।  প্ৰথম দৰ্শনতেই আদাম ইভৰ সৌন্দৰ্যত আকৃষ্ট হৈ সংগী হিচাপে গ্ৰহণ কৰে। ইছলাম আৰু ইহুদী ধৰ্মগ্ৰন্থতো ইভৰ উল্লেখ আছে। আৰবী আৰু হিব্রূ ভাষাত ইভ ‘হাৱা’ নামে পৰিচিত। বাইবেলৰ জেনেছিছ অংশত থকা বৰ্ণনা মতে ইভে চয়তানৰ প্ৰৰোচনাত বেহেস্তত থকা নিষিদ্ধ ফল ভক্ষণ কৰে আৰু  তাইৰ প্ৰৰোচনাত পিছত আদামেও এই  ফল  ভক্ষণ কৰাত ঈশ্বৰে দুয়োকে পৃথিৱীত পেলাই দিয়ে। মানৱ প্ৰকৃতিত বিভিন্ন ৰিপুৰ আৱিৰ্ভাৱ সেই নিষিদ্ধ ফল ভক্ষণৰ  ফল বুলি বাইবেলত বৰ্ণিত হৈছে। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

বি. দ্র. উক্ত ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here