ই-মেইল। E-mail
ই-মেইল।E-mail
ই-মেইল। E-mail
ই-মেইল মানে ইলেকট্ৰনিক মেইল। ই চিঠি-পত্ৰ, বা-বাতৰি, অন্যান্য নথি-পত্ৰ কম্পিউটাৰৰ মাধ্যমেৰে প্ৰেৰণ, গ্ৰহণ, সংৰক্ষণ আৰু বিতৰণ কৰিব পৰা এক অত্যাধুনিক ব্যৱস্থা। বিভিন্ন ঠাইৰ বিভিন্ন কম্পিউটাৰৰ মাজত সংযোগ স্থাপনৰ ক্ষেত্ৰত এনে ‘ডাক-ব্যৱস্থা’ ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈছে।
মাথোঁ কেইটামান ছেকেণ্ডৰ ভিতৰতে নিৰাপদ আৰু নিশ্চিত সংযোগ স্থাপনৰ সুন্দৰ মাধ্যম হ’ল ই-মেইল। ইয়াৰ ঠিকনাটো সাধাৰণতে ডাক সেৱাতকৈ কিছু সুকীয়া। এনে ঠিকনাৰে পৃথিৱীৰ যিকোনো ঠাইৰ অনুৰূপ ঠিকনাৰ লগত কম্পিউটাৰৰ জৰিয়তে নিমিষতে সংযোগ স্থাপন, বাৰ্তা-বিনিময়, ছবি আদি প্ৰেৰণ-গ্ৰহণ কৰিব পাৰি। 0 0 0.
বিঃ দ্রঃ উক্ত ‘ই-মেইল।E-mail’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিবিধ তথ্য‘ গ্রন্থৰ পৰা লোৱা হৈছে।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: