Home Biographies উইলিয়াম থমছন কেলভিন | William Thomson Kelvin

উইলিয়াম থমছন কেলভিন | William Thomson Kelvin

0

উইলিয়াম থমছন কেলভিন | William Thomson Kelvin

উইলিয়াম থমছন কেলভিন  William Thomson Kelvin

 

উইলিয়াম থমছন কেলভিন | William Thomson Kelvin

উইলিয়াম থমছন কেলভিন (William Thomson Kelvin) এজন  ইংৰাজ বিজ্ঞানী আৰু আৱিষ্কাৰক আছিল। ১৮২৮ চনৰ ২৬ জুনত তেওঁৰ জন্ম হয়। পঢ়া-শুানত অতি চোকা কেলভিনে মাত্ৰ ২২ বছৰ বয়সতে ইংলেণ্ডৰ গ্লাছগো বিশ্ববিদ্যালয়ৰ প্ৰকৃতি বিজ্ঞানৰ অধ্যাপক হয়। তেওঁ ১৮৪৬ চনৰ পৰা ১৮৯৯ চনলৈকে সুদীৰ্ঘ ৫৩ বছৰ অধ্যাপনা আৰু গৱেষণা কৰে। উষ্ণতাৰ পৰম মান উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত। এই স্কেল ‘কেলভিন স্কেল’ নামেৰে প্ৰখ্যাত। আমেৰিকা আৰু ইংলেণ্ডৰ টেলিগ্ৰাফ সংযোগ সাধনত আটলাণ্টিক মহাসাগৰৰ তলত বৈদ্যুতিক তাঁৰ সন্নিৱেশৰ সফল পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ বাবে তেওঁ অবিস্মৰণীয় কৃতিত্ব অৰ্জন কৰে। সঠিক আৰু সূক্ষ্ম বৈজ্ঞানিক যন্ত্ৰ-পাতি নিৰ্মাণত অতুলনীয় দক্ষতা প্ৰদৰ্শন কৰা উইলিয়াম থমছন কেলভিনে ১৯০৭ চনৰ ১৭ ডিচেম্বৰত মৃত্যু বৰণ কৰে। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

বি. দ্র. উক্ত ‘উইলিয়াম থমছন কেলভিন | William Thomson Kelvin ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here