Home Quiz এছিয়ান গেম্‌ছ কুইজ | Asian Games Quiz

এছিয়ান গেম্‌ছ কুইজ | Asian Games Quiz

0

এছিয়ান গেম্‌ছ কুইজ | Asian Games Quiz

এছিয়ান গেম্‌ছ কুইজ  Asian Games Quiz

 

এছিয়ান গেম্‌ছ কুইজ,  Asian Games Quiz

এছিয়ান গেম্‌ছ কুইজ | Asian Games Quiz

প্ৰঃ  কেতিয়াৰ পৰা এছিয়ান গেমছৰ  শুভাৰম্ভ হয়?

উঃ 1951 চনত।

প্ৰঃ প্ৰথম এছিয়ান গেমছত কেইখন দেশে ভাগ লৈছিল?

উঃ 11 খন দেশে।

প্ৰঃ প্ৰথম এছিয়ান গেমচত কিমানবিধ খেল অন্তৰ্ভূক্ত কৰা হৈছিল?

উঃ 6 বিধ।

প্ৰঃ এছিয়ান গেমছৰ মূলমন্ত্ৰ কি ?

উঃ ‘সদায় আগলৈ ধাৱমান হোৱা।’

প্ৰঃ কোনখন দেশে এছিয়ান গেমছ আয়োজন কৰিছিল?

উঃ ভাৰত।

প্ৰঃ প্ৰথম এছিয়ান গেমছত সৰ্বাধিক পদক পোৱা দেশখনৰ নাম কি?

উঃ জাপান।

প্ৰঃ এছিয়ান গেমছত ব্যৱহৃত বৃত্তাকাৰ ট্রেকৰ নিৰূপিত দূৰত্ব কিমান?

উঃ 400 মিটাৰ।

প্ৰঃ কোনখন দেশক এছিয়ান গেমছৰ জন্মদাতা বুলি জনা যায়?

উঃ ভাৰত।

প্ৰঃ 2006 চনৰ ডোহা এছিয়ান গেমছত ভাৰতে কিমানটা পদক লাভ কৰিছিল?

উঃ 53 টা।

প্ৰঃ বেংককত অনুষ্ঠিত হোৱা 13 তম এছিয়ান গেমছৰ শ্লোগানটো কি আছিল?

উঃ বাধাহীন বন্ধুত্ব।

এছিয়ান গেম্‌ছ কুইজ,  Asian Games Quiz

প্ৰঃ প্ৰথম এছিয়ান গেমছত ভাৰতে কিমানটা সোণৰ পদক অৰ্জন কৰিছিল?

উঃ 15 টা।

প্ৰঃ কোন চনত এছিয়ান গেমছত ভলীবল অন্তৰ্ভূক্ত হয়?

উঃ 1958।

প্ৰঃ কোন চনত এছিয়ান গেমছত বাস্কেটবল অন্তৰ্ভূক্ত হয়?

উঃ 1951 চনত।

প্ৰঃ কোনখন এছিয়ান গেমছত কাবাডী খেলক অন্তৰ্ভূক্ত কৰা হয়?

উঃ 1990 (বেইজিং)।

প্ৰঃ 2002 চনত অনুষ্ঠিত চতুৰ্দশ এছিয়ান গেমছত মহিলাৰ 400 মিটাৰ ৰিলে দৌৰত সোণৰ পদক পোৱা দলটোৰ ভাৰতীয় এথলীট গৰাকীৰ নাম কি?

উঃ সোমা বিশ্বাস।

প্ৰঃ 1998 চনত অনুষ্ঠিত ত্ৰয়োদশ এছিয়ান গেমছত 1500 মিটাৰ ট্রেক আৰু ফিল্ড ইভেন্টত সোনৰ পদক পোৱা প্ৰথম ভাৰতীয় গৰাকীৰ নাম কি?

উঃ জ্যোতিৰ্ময়ী শিকদাৰ।

প্ৰঃ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা এথলীট গৰাকীৰ নাম কি?

উঃ কমলজিৎ সান্ধু।

প্ৰঃ প্ৰথম এছিয়ান গেমছ উদ্বোধন কৰা ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি?

উঃ  ড০ ৰাজেন্দ্ৰ প্ৰসাদ।

প্ৰঃ 2006 চনৰ ডোহা এছিয়ান গেমছত কিমানবিধ খেল অন্তৰ্ভূক্ত কৰা হৈছিল?

উঃ 39 বিধ। 0 0 0 

এছিয়ান গেম্‌ছ কুইজ,  Asian Games Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here