Home Amplification এপাচি শাকত এটা জালুক–ভাব সম্প্ৰসাৰণ | Apachi Shakat Eta Jaluk

এপাচি শাকত এটা জালুক–ভাব সম্প্ৰসাৰণ | Apachi Shakat Eta Jaluk

এপাচি শাকত এটা জালুক

0

 

এপাচি শাকত এটা জালুক

এপাচি শাকত এটা জালুক

এপাচি শাকত এটা জালুক–ভাব সম্প্ৰসাৰণ | Apachi Shakat Eta Jaluk

‘এপাচি শাকত এটা জালুক’: কথাফাকি অসমীয়া মানুহে সততে কোৱা এক প্ৰবচন। য’ত বহুত বস্তুৰ প্ৰয়োজন তেনে স্থলত সামান্য বস্তুৰ উপস্থিতি বুজাবলৈ উপলুৱা কৰি উক্ত প্ৰৱচনফাকি মতা হয়।

শাক মানুহৰ এবিধ ভাল খাদ্য। শাক খালে হজম শক্তি বৃদ্ধি হয়, পেট  খোলোচা হয়, চকুৰ দৃষ্টি শক্তি বৃদ্ধি পায়  ইত্যাদি বহুত উপকাৰ পোৱা যায়। কিন্তু শাক ৰান্ধোতে কোনো মচলা দিয়া নহয়। কাৰণ মচলা দিলে হোনো শাকৰ উপকাৰিতা হ্রাস পায়। কিন্তু শাকত জলকীয়া দিয়া হয়। কাৰণ জলকীয়া অবিহনে শাক খাব নোৱাৰি অৰ্থাৎ সোৱাদহীন হয়। ৰান্ধিবলৈ লোৱা শাক যিমানেই বেছি হ’ব জলকীয়াৰ পৰিমাণো সিমানে বেছি হ’ব লাগে। কিন্তু এপাচি অৰ্থাৎ বহুত পৰিমাণৰ শাকত যদি মাত্ৰ এটা  জালুক দিয়া হয়, সেয়া কোনো কামত নাহে। জলকীয়া অবিহনে কোনেও সেই শাক নাখাব। গতিকে জলীয়াহীন শাক ৰন্ধা মানে সেইবোৰ  কোনোও নোখোৱাৰ বাবে কোনো কামত নাহিব। 

ঠিক তেনেদৰে য’ত যিমান পৰিমাণৰ বস্তুৰ প্ৰয়োজন ঠিক সেই পৰিমাণৰ যোগান দিয়া উচিত। প্ৰয়োজনতকৈ অধিক কম হ’লে সেইখিনৰ কোনো সদ্ব্যৱহাৰ নহৈ নষ্টহে হয়। 0 0 0

এপাচি শাকত এটা জালুক —ভাব সম্প্ৰসাৰণ | Apachi Shakat Eta Jaluk

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here