Home Biography কাৰ্ল মাক্স। Karl Marx

কাৰ্ল মাক্স। Karl Marx

0

কাৰ্ল মাক্স। Karl Marx

কাৰ্ল মাক্স। Karl Marx

 

 

কাৰ্ল মাক্স। Karl Marx

কাৰ্ল মাক্স (Karl Marx: 1818-1883) এজন জাৰ্মান দাৰ্শনিক, বিখ্যাত ‘ডাচ্‌ কেপিটেল’ নামৰ গ্ৰন্থৰ প্ৰণেতা, সমাজবাদ আৰু সাম্যবাদী দৰ্শনৰ পিতৃ। অতি দুখীয়া পৰিয়ালত তেওঁৰ জন্ম হৈছিল। কিন্তু তেওঁ আছিল জ্ঞানৰ এজন  ঐকান্তিক নীৰৱ সাধক। জাৰ্মানীৰ বিপ্লৱী দলৰ লগত জড়িত থকা বাবে চৰকাৰে তেওঁক দেশান্তৰিত কৰে। তেওঁ কিছুদিন ফ্ৰান্সত আশ্ৰয় লয় যদিও পিছলৈ ইংলণ্ডৰ নাগৰিকত্ব গ্ৰহণ কৰে। ইংলণ্ডত থকা কালছোৱাত তেওঁ ব্রিটিছ মিউজিয়াম লাইব্রেৰিত গোটেই দিন কিতাপ পঢ়ি কটাইছিল। তেওঁৰ নিজৰ কোনো বৃত্তি নাছিল বাবে হিতাকাঙ্খী বন্ধুৰ পৰা পোৱা সামান্য সহায়ৰ জৰিয়তে পৰিয়াল পোহপাল দিছিল। ল’ৰা-ছোৱালীক খুওৱাৰ বাবে তেওঁ নিজৰ ঘৈনীয়েকৰ অলংকাৰো বিক্ৰী কৰিব লগা হৈছিল। তেওঁ গোটেই জীৱন দৰিদ্ৰতাৰ মাজেদি যাপন কৰি ১৮৮৩ চনত মৃত্যু বৰণ কৰে। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

বি. দ্র. উক্ত ‘কাৰ্ল মাক্স । Karl Marx ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here