Home Literary Criticism কিতাবুল আঘানি । Kitabul Aghani

কিতাবুল আঘানি । Kitabul Aghani

0

 কিতাবুল আঘানি । Kitabul Aghani

কিতাবুল আঘানি । Kitabul Aghani

কিতাবুল আঘানি

কিতাবুল আঘানি । Kitabul Aghani

আৰবী কবিতাৰ এক বলিষ্ঠ আৰু বহুল সমাদৃত সংকলন হৈছে ‘কিতাবুল আঘানি’। গ্ৰন্থখন আবুল ফাৰাজ ইস্পাহানী নামৰ গৱেষক এজনে আব্বাচী শাসনকালত সংকলন কৰিছিল।  গ্ৰন্থখন বহুকেইখন খণ্ডত বিভক্ত। ‘কিতাবুল আঘানি’ গ্ৰন্থখনৰ প্ৰতিটো খণ্ডই একোটা সুকীয়া সুকীয়া বিষয়ৰ কবিতাৰ লগতে ইতিহাস, সংস্কৃতি, ধৰ্ম আদি বিষয়ো স্থান পাইছিল। প্ৰাচীন আৰবী সাহিত্য, সংস্কৃতি, সভ্যতা, ধৰ্ম, ৰাজনীতি আদি বিভিন্ন বিষয়ৰ গৱেষণাৰ ক্ষেত্ৰত  ‘কিতাবুল আঘানি’ গ্ৰন্থখন এক প্ৰধান সম্বল হিচাপে  বিবেচিত হৈ আহিছে।  ০ ০ ০.

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here