Home Amplification কিনা হাঁহৰ ঠোঁটলৈকে মঙহ–ভাব সম্প্ৰসাৰণ | Kina Hanhar Thutloike Mangha

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ–ভাব সম্প্ৰসাৰণ | Kina Hanhar Thutloike Mangha

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ

0

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ-ভাব সম্প্ৰসাৰণ

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ–ভাব সম্প্ৰসাৰণ | Kina Hanhar Thutloike Mangha

টকা খৰচ কৰি ক্ৰয় কৰা বস্তুৰ সর্বোচ্চ  সদ্ব্যৱহাৰৰ বিষয়ে ক’বলৈ যাওঁতে উক্ত কথাফাকি ব্যক্ত কৰা হয়।

হাঁহ এবিধ চৰাই। ইয়াক মানুহে পালন কৰে। হাঁহৰ মঙহ  বৰ উপাদেয়। মানুহে ইয়াক বিভিন্নভাৱে ৰন্ধন কৰি খায়। বিয়া-সবাহতো হঁহাৰ মঙহ  খাদ্য সম্ভাৰত স্থান দিয়া হয়। ভৈয়ামৰ অসমীয়া মানুহে মঙহৰ বাবেই  হাঁহ পোহে যদিও চহৰ অঞ্চলৰ মানুহে হাঁহ পোহা দেখা নাযায়। উপাদেয় গুণৰ বাবে মানুহে বজাৰৰ পৰা হাঁহ কিনি আনে। হাঁহৰ ঠোঁট মঙহ হিচাপে খাব নোৱাৰি; কিন্তু মানুহে ইয়াৰ উপাদেয় গুণৰ বাবে লগতে টকা খৰচ কৰি ক্ৰয় কৰাৰ বাবে ইয়াৰ ঠোঁটোলৈকে মঙহ উলিয়াব বিচাৰে। অৰ্থাৎ টকাৰে কিনি অনা হাঁহৰ মঙহৰ  সর্বোত্তম  ব্যৱহাৰ হোৱাটো বিচাৰে। 

সেইদৰে মানুহে টকাৰে ক্ৰয় কৰা যিকোনো বস্তুৰ সর্বোত্তম  সেৱা লাভ কৰিবলৈ চেষ্টা কৰে। 0 0 0

কিনা হাঁহৰ ঠোঁটলৈকে মঙহ —ভাব সম্প্ৰসাৰণ _ Kina Hanhar Thutloike Mangha

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here