Home Amplification কৰ্তব্য মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্রভু–ভাব সম্প্ৰসাৰণ | Kartabya Manuhr Aradya...

কৰ্তব্য মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্রভু–ভাব সম্প্ৰসাৰণ | Kartabya Manuhr Aradya Devta Aaru Dandadari Pravu

কৰ্তব্য মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্রভু

0

কৰ্তব্য মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্রভু-ভাব সম্প্ৰসাৰণ

কৰ্তব্য মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্রভু

কৰ্তব্য মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্রভু

কৰ্তব্য মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্রভু—ভাব সম্প্ৰসাৰণ | Kartabya Manuhr Aradya Devta Aaru Dandadari Pravu

‘কৰ্তব্য মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্ৰভু।’ নিষ্ঠা  সহকাৰে কৰ্তব্য কৰি গ’লে যে আমি জীৱনত সফল হ’ব পাৰো সেয়া বুজাবলৈ উক্ত কথাফাকি কোৱা হয়। 

‘আৰাধ্য’ মানে আৰাধনা বা পূজা কৰিবলগীয়া বস্তু অৰ্থাৎ দেৱতা। মানুহে মনৰ আশা পূৰ্ণ কৰিবলৈ বা সুখ শান্তি কামনা কৰি দেৱতাক পূজা-সেৱা কৰে। কিন্তু দেৱতাক পূজা কৰি মানুহে জীৱনত সফল পাৰে নে নোৱাৰে সেয়া ক’ব নোৱাৰি। কিন্তু নিয়মিতভাৱে নিষ্ঠা সহকাৰে যদি আমি আমাৰ কৰ্তব্য কৰি যাব পাৰো তেন্তে নিশ্চিত সফলতা লাভ কৰিব পাৰো। আমি যদি বিশ্ব ইতিহাস অধ্যয়ন কৰো তেন্তে দেখা পাম যে জীৱনত সফলতা লাভ কৰা আৰু মানৱ সভ্যতালৈ অৱদান আগবঢ়োৱা সকলো ব্যক্তিয়েই কৰ্তব্যপৰায়ণ আছিল আৰু কৰ্তব্যৰ দ্বাৰাইহে সিহঁতে জীৱনত সফল হৈছিল। কৰ্তব্যক অৱহেলা কৰি অকল দেৱতাক পূজা কৰি জীৱনত সফলতা লাভ কৰা বা মানৱ সভ্যতালৈ অৱদান আগবঢ়াবলৈ লৈ সক্ষম হোৱা এজন ব্যক্তিৰ নামো আমি ইতিহাসত নাপাওঁ। সহজ কথাত কৰ্তব্যই আমাৰ দণ্ডাধাৰী প্ৰভুৰ দৰে। আমি কৰ্তব্য কৰি গ’লে কৰ্তব্যই আমাক সফল কৰে।

সেয়ে কৰ্তব্যক আৰাধ্য দেৱতা আৰু দণ্ডাধাৰী প্ৰভু বুলি ক’ব পাৰি। 0 0 0

কৰ্তব্য মানুহৰ আৰাধ্য দেৱতা আৰু দণ্ডধাৰী প্রভু — ভাব সম্প্ৰসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here