Home Quiz গলফ্‌ কুইজ | Golf Quiz

গলফ্‌ কুইজ | Golf Quiz

0

গলফ্‌ কুইজ | Golf Quiz

গলফ্‌ কুইজ Golf Quiz

 

গলফ্‌ কুইজ, Golf Quiz

গলফ্‌ কুইজ | Golf Quiz

প্ৰঃ কোন দেশত গল্‌ফ খেলৰ জন্ম হয়?

উঃ স্কটলেণ্ড।

প্ৰঃ গলফ খেলা খেল পথাৰখনক কি বুলি কোৱা হয়?

উঃ ক’ৰ্ছ।

প্ৰঃ গল্‌ফ হোলটোৰ ব্যসাৰ্ধ কিমান?

উঃ 4.25 ইঞ্চি।

প্ৰঃ এখন গলফ টুৰ্ণামেন্টত জিকি খেলুৱৈজনে এটা সেউজীয়া জেকেট পৰিধান কৰিবলৈ লয়। এই টুৰ্ণামেন্টখনৰ নাম কি?

উঃ আগাস্তা মাষ্টাৰৰ্চ।

প্ৰঃ স্কটলেণ্ডত অৱস্থিত এখন গলফ ক’ৰ্ছক ‘গলফৰ আৱাসগৃহ’ হিচাপে বিবেচনা কৰা হয়। এই গলফ ক’ৰ্ছখনৰ নাম কি?

উঃ চেন্ট এণ্ডিউ।

প্ৰঃ ৰেগুলেছন গলফ ক’ৰ্ছত থকা হোলৰ সংখ্যা কিমান?

উঃ ওঠৰটা।

গলফ্‌ কুইজ

প্ৰঃ অন্যতম বিশ্ব প্ৰসিদ্ধ গলফ টুৰ্ণামেন্ট ‘ইউ এছ, মাষ্টাৰ্ছ’ কোনখন ক’ৰ্ছত অনুষ্ঠিত হয়?

উঃ আগাস্তা।

গলফ্‌ কুইজ

প্ৰঃ পূৰ্বতে গলফ বলৰ ভিতৰত কি ভৰোৱা হৈছিল?

উঃ পাখি।

প্ৰঃ 2002 চনত আঠটা খিতাপ দখল কৰি মহিলাৰ গলফ চাৰ্কিটত গ্ৰেণ্ডশ্লাম সমাপ্ত কৰা প্ৰথম মহিলা গলফাৰ গৰাকীৰ নাম কি?

উঃ ইৰিণা ব্রাৰ।

প্ৰঃ বিখ্যাত গল্‌ফাৰ টাইগাৰ উড্‌ছ কোন দেশৰ নাগৰিক?

উঃ আমেৰিকা।

প্ৰঃ 2003  চনত জাপানত অনু্ি‌ষ্ঠিত চানটৰি অ’পেন চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰা প্ৰথম ভাৰতীয় পেচাদাৰী গলফ খেলুৱৈজনৰ নাম কি?

উঃ জ্যোতি ৰান্ধাৱা।

প্ৰঃ ব্রিটিছ অ’পেন গলফ চেম্পিয়নশ্বিপত প্ৰদান কৰা ট্ৰফীটোৰ নাম কি?

উঃ ক্লাৰেট জাগ।

প্ৰঃ 2004 চনৰ ‘ইউ এছ পি জি এ টুৰত খেলা প্ৰথম ভাৰতীয় খেলুৱৈ গৰাকী কোন?

উঃ অৰ্জুন আটৱাল।   ০ ০ ০

Golf Quizzes

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here