Home Amplification ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায়-ভাব সম্প্ৰসাৰণ

ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায়-ভাব সম্প্ৰসাৰণ

ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায়

2
ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায়-ভাব সম্প্ৰসাৰণ
ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায়-ভাব সম্প্ৰসাৰণ

 

ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায়

ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায়–ভাব সম্প্ৰসাৰণ

“ঘঁহি থাকিলে শিলো ক্ষয় যায়” কথাষাৰ পটন্তৰ হিচাপে সততে কোৱা হয়। কোনো কাম একেলেথাৰিয়ে কৰি থাকিলে যে সফল হ’ব পাৰি সেয়া বুজাবলৈ উক্ত কথাফাকি ব্যক্ত কৰা হয়।

শিল অতি টান বস্তু। ইয়াক সহজে ভাঙিব নোৱাৰি বা ক্ষয় নিয়াব নোৱাৰি। কিন্তু এনে কঠিন শিলকো যদি নিয়মিত ঘঁহি থকা হয় তেন্তে লাহে লাহে ই ক্ষয়প্ৰাপ্ত হয়। সেইদৰে কোনো কঠিন বা ডাঙৰ  যেন ভবা কাম অসাধ্য বুলি ভাবি এৰি নিদি যদি ধৈৰ্য আৰু অধ্যাৱসায়ৰ সৈতে নিয়মিত কৰি থকা হয় তেন্তে ই নিশ্চয় সম্ভৱ হয়।  অৱশ্যে  কিছুমান কাম আছে যাক সিদ্ধ কৰিবলৈ হ’লে সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন। মুৰ্খ লোকে এনে পৰিশ্ৰমসাধ্য আৰু সময়সাধ্য কামত লাগি থাকিবলৈ ভয় পাই এবাৰ দুবাৰ চেষ্টা কৰিয়েই এৰি দিয়ে বা তেনে কামৰ পৰা হাত সাৰি থাকে। কিন্তু কাম যিমান যিমানেই কঠিন আৰু পৰিশ্ৰমসাধ্য হয় তাৰ ফলাফলো সিমানে মধুৰ হয়। গতিকে ঘঁহোতে ঘঁহোতে শিল ক্ষয় যোৱাৰ দৰে নিয়মিত কৰি গ’লে কঠিন কামতো সফলতা লাভ কৰিব পাৰি। 0 0 0

ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায় —ভাব সম্প্ৰসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here