Home Essay ঘোঁৰা ৰচনা | Horse Essay in Assamese

ঘোঁৰা ৰচনা | Horse Essay in Assamese

0

 ঘোঁৰা ৰচনা | Horse Essay

ঘোঁৰা ৰচনা   Horse Essay in Assamese

ঘোঁৰা | Horse

ঘোঁৰা ৰচনা | Horse Essay in Assamese

পৰিচয়: ঘোঁৰা এবিধ চাৰিঠেঙীয়া  জন্তু। পৃথিৱীৰ প্ৰায় সকলো দেশতে ঘোঁৰা পোৱা  যায়। ঘোঁৰা ঘৰচীয়া জন্তু যদিও বনৰীয়া ঘোঁৰাও পোৱা যায়।

আকৃতি: ঘোঁৰা বৰ শক্তিশালী জন্তু। ই দেখিবলৈ সুন্দৰ। ইয়াৰ গাটো নোমেৰে ঢকা। ইয়াৰ দুখন কাণ আছে। কাণ দুখন থিয়। ঘোঁৰাৰ  শিং নাই। ইয়াৰ ডিঙিটো  দীঘল। ঘোঁৰাৰ ডিঙিত দীঘল দীঘল নোম আছে। এইেবাৰক ‘কেশৰ’ বোলে । ঘোঁৰাৰ দুপাৰি দাঁত আছে। ইয়াৰ খুৰা আছে যদিও খুৰােবাৰ ফটা নহয়।

প্ৰকৃতি: ঘোঁৰাই বৰ বেগাই দৌৰিব পাৰে।  ই পৰিশ্ৰমী । ঘোঁৰা ত্ৰিশৰ পৰা চল্লিশ বছৰমান জীয়াই থাকে। মাইকী ঘোঁৰা বছৰত এবাৰকৈ পোৱালি দিয়ে। ঘোঁৰা নানা বৰণৰ আছে, যেনে – ৰঙা, কলা, মুগা, বগা ইত্যাদি।

খাদ্য: ঘোঁৰা তৃণেভাজী জীৱ। ই ঘাঁহ, বুট, মাহ, দানা, গছৰ পাত আদি খাই জীয়াই থাকে।

উপকাৰিতা: ঘোঁৰা বৰ উপকাৰী জন্তু। আগৰ যুগত ঘোঁৰাৰ দ্বাৰা বোজা  কঢ়িওৱা হৈছিল আৰু মানুহে এঠাইৰ পৰা আন ঠাইলৈ ঘোঁৰাৰে ভ্ৰমণ কৰিছিল। ঘোঁৰা যুদ্ধতো ব্যৱহাৰ কৰা হৈছিল। ৰাছিয়া আৰু ইংলণ্ডৰ মানুহে ঘোঁৰাৰে  হাল বায়। 

সামৰণি:ঘোঁৰা এবিধ বৰ উপকাৰী জন্তু। আমি পোহনীয়া ঘোঁৰাৰ যত্ন লোৱা উচিত। ০ ০ ০

Read More: অসমীয়া ৰচনা শিক্ষা

ঘোঁৰা ৰচনা

বি. দ্র. উক্ত ‘ঘোঁৰা ৰচনা | Horse Essay ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত। ঘোঁৰা ৰচনা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here