Home Amplification জননী আৰু জন্মভূমি স্বৰ্গতকৈয়ো শ্রেষ্ঠ–ভাব সম্প্ৰসাৰণ | Janani Aaru Janmavumi Sargatkoio Shreshth

জননী আৰু জন্মভূমি স্বৰ্গতকৈয়ো শ্রেষ্ঠ–ভাব সম্প্ৰসাৰণ | Janani Aaru Janmavumi Sargatkoio Shreshth

জননী আৰু জন্মভূমি স্বৰ্গতকৈয়ো শ্রেষ্ঠ

0

জননী আৰু জন্মভূমি স্বৰ্গতকৈয়ো শ্রেষ্ঠ

 

জননী আৰু জন্মভূমি স্বৰ্গতকৈয়ো শ্রেষ্ঠ

জননী আৰু জন্মভূমি স্বৰ্গতকৈয়ো শ্রেষ্ঠ–ভাব সম্প্ৰসাৰণ | Janani Aaru Janmavumi Sargatkoio Shreshth

‘জননী’ শব্দই জন্মধাতৃ আই আৰু ‘জন্মভূমি’ শব্দৰ দ্বাৰা স্বদেশক বুজোৱা হৈছে। জননী আৰু জন্মভূমিৰ মহত্ব আৰু তাৎপৰ্যৰ বিষয়ে বুজাবলৈ উক্ত কথাফাকি সঘনে উদ্ধৃত কৰা হয়। 

পৃথিৱীৰ সকলো মানুহ আৰু সকলো আত্মীয়তকৈ জন্মধাতৃ আই হ’ল শ্রেষ্ঠ। কিয়নো আইয়ে আমাক জন্ম দিয়াৰ উপৰিও বুকুৰ গাখীৰ খুৱাই অতি কষ্ট কৰি ডাঙৰ-দীঘল কৰিছে। আইৰ মুখৰ পৰা আমি মাতৃভাষাটো শিকি লৈছো। আইয়েই প্ৰকৃতিৰ গছ-গছনি, তৰু-লতা, নদ-নদী আদিৰ লগত পৰিচয় কৰাই দিছে। অৰ্থাৎ আমাৰ জীৱনৰ সকলো প্ৰয়োজনীয় মৌলিক শিক্ষা আইৰ পৰাই লাভ কৰিছো। আইয়ে বহু সময়ত নিজে নাখাই আমাক খুৱাইছে, নিজে উজাগৰে থাকি আমাক টোপনি নিয়াইছে। সেয়ে আইৰ স্থান সকলোৰে ওপৰত।

সেইদৰে নিজৰ জন্মভূমিও বিশ্বৰ অন্যান্য সকলো স্থানতকৈ শ্রেষ্ঠ। কাৰণ আমি জন্ম গ্ৰহণ কৰা দেশখনতে আমি প্ৰয়োজনীয় সকলো বিদ্যা লাভ কৰিছো। ইয়াৰ খাদ্য, ফলমূল আদি খাই ডাঙৰ-দীঘল হৈছো। নিজৰ দেশখনে আমাৰ বাবে অসংখ্য বস্তুৰ যোগান ধৰিছে। জীৱন-ধাৰণৰ কলা-কৌশল, সভ্যতা, সংস্কৃতিৰ শিক্ষা  আদি স্বদেশৰ পৰাই লাভ কৰিছো। স্বদেশৰ মানুহৰ পৰা যি মৰম, ভালেপাৱা, সহায়-সহযোগ পাওঁ সেয়া আন কোনো দেশতে নাপাওঁ। সেয়ে নিজৰ জন্মভূমি অতিকে আপোন আৰু বিশ্বৰ সকলো ঠাইতকৈ শ্রেষ্ঠ।

আমি স্বৰ্গৰ বিষয়ে কিতাপ-পত্ৰত পঢ়িবলৈ  পাইছো যদিও সেয়া আমাৰ পঞ্চইন্দ্ৰিয়ৰ অগোচৰত আছে। তাৰ অস্তিত্বই কিমান সঁচা সেয়াও এক ৰহস্য। সেয়ে বাস্তৱত আমাৰ বাবে জননী আৰু জন্মভূমি স্বৰ্গতকৈয়ো শ্রেষ্ঠ। 0 0 0

জননী আৰু জন্মভূমি স্বৰ্গতকৈয়ো শ্রেষ্ঠ

(ইংৰাজী)

Mother and Motherland are Greater than Paradise

Introduction

The saying “Mother and motherland are greater than paradise” encapsulates the profound respect and reverence one holds for their mother and homeland. This phrase underscores the intrinsic value and emotional significance of these two entities, placing them above even the most idyllic concept of paradise. By examining the superficial and deeper meanings of this proverb, we can appreciate the depth of its message and its cultural and emotional resonance.

Superficial Meaning

On a superficial level, the proverb emphasizes the unparalleled importance of one’s mother and motherland. A mother is often seen as a symbol of unconditional love, care, and sacrifice. Similarly, the motherland represents one’s roots, culture, and identity. By stating that these are greater than paradise, the proverb suggests that no utopian place or ideal can surpass the significance and emotional connection one has with their mother and homeland.

Deeper Meaning

Delving deeper, the proverb can be seen as a reflection of values and priorities. It speaks to the idea that material or superficial pleasures, often associated with the concept of paradise, are secondary to the deep-seated bonds and responsibilities we have towards our mother and homeland. This saying encourages a sense of duty, respect, and gratitude. It reminds us that the nurturing and foundational role of a mother, along with the cultural and historical ties to our homeland, are integral to our identity and existence.

Furthermore, the proverb may also allude to the sacrifices and struggles endured by mothers and those who fight for their motherland. It highlights the notion that the comforts and pleasures of paradise are not as meaningful as the sacrifices made by these entities. This deeper interpretation calls for recognition and honor of the contributions and significance of mothers and the motherland in shaping our lives and futures.

Conclusion

“Mother and motherland are greater than paradise” is a profound saying that elevates the importance of familial and national ties above all else. By acknowledging the superficial and deeper meanings, we understand the emotional and cultural weight carried by this proverb. It serves as a reminder of the deep respect, gratitude, and responsibility we owe to our mothers and our homeland, emphasizing their irreplaceable roles in our lives.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here