Home Quiz জিমনাষ্টিকচ্‌ কুইজ | Gymnastic Quiz

জিমনাষ্টিকচ্‌ কুইজ | Gymnastic Quiz

0

জিমনাষ্টিকচ্‌ কুইজ | Gymnastic Quiz

জিমনাষ্টিকচ্‌ কুইজ  Gymnastic Quiz

জিমনাষ্টিকচ্‌ কুইজ | Gymnastic Quiz 

জিমনাষ্টিকচ্‌ কুইজ | Gymnastic Quiz

প্ৰঃ আন্তৰ্জাতিক জিমনাষ্টিকছ ফেডাৰেচন কেতিয়া গঠন কৰা হয়?

উঃ 1881 চনত।

প্ৰঃ কেতিয়াৰ পৰা অলিম্পিকত জিমনাষ্টিকছত মহিলাই একক শাখাত অংশ গ্ৰহণ কৰিবলৈ লয়?

উঃ 1952 চনৰ অলিম্পিকৰ পৰা।

প্ৰঃ জিমনাষ্টিকছত কাক ‘ৰোমানিয়াৰ বিস্ময় বালিকা’ বুলি কোৱা হয়?

উঃ নাদিয়া কমানেচি।

প্ৰঃ 2000 ছিডনী অলিম্পিকত শেহতীয়াকৈ অন্তৰ্ভূক্ত কৰা জিমনাষ্টিকছৰ বিষয়টো কি?

উঃ ট্রেম্পলিন।

প্ৰঃ জিমনাষ্টিকছৰ পাৰফেক্ট  স্ক’ৰ কিমান?

উঃ দহ।

প্ৰঃ 1972  আৰু 1976 চনৰ অলিম্পিকত 4 টা সোণৰ পদক আৰু 2 টা ৰূপৰ পদক লাভ কৰা খেলুৱৈ জনৰ নাম কি?

উঃ ওলগা কৰবাট।

প্ৰঃ জিমনাষ্টিকছৰ ‘আজো-ককা’ বুলি কাক জনা যায়?

উঃ জোহান গাটচ্‌ মুথছ।

প্ৰঃ ‘Gymnastics for Youth’ নামৰ গ্ৰন্থখনৰ লিখক কোন?

উঃ জোহান গাটচ্‌ মুথছ। 

প্ৰঃ আন্তৰ্জাতিক জিমনাষ্টিকছত পুৰুষ আৰু মহিলাৰ দুটাহে উমৈহতীয়া  বিষয় থাকে? তাৰে এটা হ’ল ভল্টিং হৰ্ছ, আনটো কি?

উঃ ফ্লোৰ  এক্সাৰচাইজ।

প্ৰঃ 2004 চনৰ এথেন্স অলিম্পিকত মহিলাৰ আনইভেন বাৰ শাখাত সোণৰ পদক অৰ্জন কৰা খেলুৱৈ গৰাকীৰ নাম কি?

উঃ এমিলি লেপেনেক।

প্ৰঃ জীৱনজোৰা অৱদানৰ বাবে কোনগৰাকী ভাৰতীয় জিমনাষ্টিকছ খেলুৱৈক 2000 চনত অৰ্জুন বঁটা প্ৰদান কৰা হয়?

উঃ কল্পনা দেৱনাথ।

প্ৰঃ কোনটো বৰ্ষত ফেডাৰেচন ইন্টাৰনেচনেল ডি জিমনাষ্টিকছ ৰিথমিক জিমনাষ্টিকছ বিভাগীয় বিষয় হিচাপে ঘোষণা কৰে?

উঃ 1961 চনত।

প্ৰঃ যদি জিমনাষ্টিক খেলুৱৈ এজনে সঁজুলিৰ ওপৰৰ পৰা পৰি যায় তেন্তে নিম্নতম কিমান পইন্ট কৰ্তন কৰা হয়?

উঃ মুঠ পইন্টৰ পাঁচ-দশমাংশ।

প্ৰঃ বিখ্যাত জিমনাষ্টিকছ খেলুৱৈ নাদিয়া কমানেচিৰ গিৰীয়েক এজন জিমনাষ্টিক খেলুৱৈ। তেওঁ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। তেওঁৰ নাম কি?

উঃ বাৰ্ট ক’নাৰ। 0 0 0

Gymnastics Quizzes

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

জিমনাষ্টিকচ্‌ কুইজ | Gymnastic Quiz 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here