আপুনি যদি ‘জীব বিজ্ঞান কুইজ‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । ইয়াত জীব বিজ্ঞান সম্পর্কে বিভিন্ন উৎসৰ পৰা আমি কুইজবোৰ সংগ্রহ কৰিছোঁ আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে কুইজবোৰ ভাল পাব ।
জীব বিজ্ঞান কুইজ
জীব বিজ্ঞান কুইজ
প্ৰঃ বিশ্বৰ আটাইতকৈ ডাঙৰ ফুলপাহ কি?
উঃ জায়েন্টা ৰাফলেছিয়া।
প্ৰঃ অনুজীৱ বিদ্যা (Microbiology) ই কিহৰ বিষয়ে অধ্যয়ন কৰে?
উঃ সুক্ষ্ম অনুজীৱ।
প্ৰঃ পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাপবিধৰ নাম কি?
উঃ আনাকণ্ডা।
প্ৰঃ পৃথিৱীৰ ক্ষুদ্ৰতম মাছ বিধৰ নাম কি?
উঃ পাণ্ডাকা পিগ্মি।
প্ৰঃ আধুনিক বংশগতি বিদ্যাৰ পিতৃ কোন?
উঃ বেটিছন।
প্ৰঃ বিশ্বৰ আটাইতকৈ বিষাক্ত প্ৰাণীবিধ কি?
উঃ বিহকাঁড় ভেকুলী।
প্ৰঃ মাছৰ বিষয়ে অধ্যয়ন কৰা জীৱ বিজ্ঞানৰ বিভাগটোৰ নাম কি?
উঃ মৎস্য বিদ্যা (Ichthyology)।
প্ৰঃ মেৰুদণ্ডী প্ৰাণীৰ দেহত কিমানটা বৃক্ক থাকে?
উঃ দুটা।
প্ৰঃ তেজত সৰ্বাধিক পৰিমাণে থকা কণিকাটি কি?
উঃ নিউট্রোফিল।
প্ৰঃ বৃক্কৰ ভিতৰৰ স্তৰক কি বোলে?
উঃ মেডুলা।
জীব বিজ্ঞান কুইজ
প্ৰঃ বিশ্বৰ প্ৰথম ক্ল’নটো কি?
উঃ ‘ডলি’ নামৰ এটি ভেড়া।
প্ৰঃ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু গধুৰ স্তন্যপায়ী প্ৰাণীটোৰ নাম কি?
উঃ নীলা তিমি মাছ।
প্ৰঃ মূত্ৰাশয় পেশী কেনেধৰণৰ পেশী?
উঃ অনৈচ্ছিক পেশী।
প্ৰঃ একেবাৰে উৰিব নোৱাৰা চৰাইবিধ কি?
উঃ ইমু।
প্ৰঃ প্ৰাণী দেহত লৌহৰ অভাৱ হ’লে কি হয়?
উঃ এনিমিয়া।
প্ৰঃ তেজৰ তৰল অংশক কি বোলে ?
উঃ ৰক্তৰস।
প্ৰঃ কোষৰ আৱিষ্কাৰক কোন?
উঃ ৰবাৰ্ট হুক।
প্ৰঃ কোনবিধ প্ৰাণীৰ আয়ুস আটাইতকৈ কম?
উঃ মে’ ফ্লাই ।
প্ৰঃ ৰক্ত পৰিবহনৰ পিতৃ কোন?
উঃ হার্ভে।
প্ৰঃ আটাইতকৈ ওখ চৰাইবিধ কি?
উঃ উট পক্ষী।
জীব বিজ্ঞান কুইজ
প্ৰঃ আমাৰ দেহত কিমান লিটাৰ তেজ থাকে?
উঃ প্ৰায় 5 লিটাৰ।
প্ৰঃ অস্ত্ৰোপাচাৰৰ পিছত জন্ম হোৱা শিশুক কি বোলে ?
উঃ চিজাৰিয়ান শিশু।
প্ৰঃ সদ্যজাত কেঁচুৱা এটাৰ দেহত কিমানডাল হাড় থাকে?
উঃ 300 ডাল।
প্ৰঃ কোনবিধ প্ৰাণীৰ সৰ্বাধিক সংখ্যক কামিহাড় থাকে?
উঃ সাপ।
প্ৰঃ বিশ্বৰ দ্ৰুততম ধাৱক প্ৰাণীবিধ কি?
উঃ চিতা বাঘ।
প্ৰঃ জলাতংক ৰোগৰ প্ৰতিষেধক তৈয়াৰ কৰা ব্যক্তিজন কোন আছিল?
উঃ লুই পাস্তৰ।
প্ৰঃ ক্ৰম’জ’মবোৰ বংশগতিৰ একক বা জিনৰ বাহক বুলি ভৱিষ্যতবাণী কৰা ব্যক্তিজন কোন?
উঃ ডব্লিও. এছ. কাটন।
প্ৰঃ জীৱন্ত জীৱাশ্ম কি?
উঃ লিমুলাচ।
প্ৰঃ মূত্ৰৰ জৈৱ উপাদান এবিধৰ নাম লিখা।
উঃ ইউৰিয়া।
প্ৰঃ অস্থি কেনেধৰণৰ কলা?
উঃ কঠিন যোগ কলা।
প্ৰঃ প্ৰাণীৰ বৃদ্ধিত সহায় কৰা হৰমোনবিধৰ নাম কি?
উঃ চোমাটোট্ৰ’ফিক হৰম’ন।
জীব বিজ্ঞান কুইজ
প্ৰঃ বংশগতি সম্বন্ধে অধ্যয়ন কৰা জীৱ বিজ্ঞানৰ শাখাটোক কি বোলে?
উঃ জেনেটিক্স ।
প্ৰঃ ৰক্তপূৰ্ণ দেহগহ্বৰক কি বোলে?
উঃ হিমোচিল।
প্ৰঃ স্নায়ুকোষৰ ওলমি থকা অংশটোৰ নাম কি?
উঃ স্নায়ুতন্ত্ৰ।
প্ৰঃ স্তন্যপায়ী প্ৰাণীৰ হৃদপেশী আৰু অস্থিপেশীত থকা লৌহ-প্ৰটিনযুক্ত শ্বাস ৰঞ্জক পদাৰ্থবিধৰ নাম কি?
উঃ মায়োগ্লোবিন।
প্ৰঃ মেৰুদণ্ডী প্ৰাণীৰ বৃদ্ধি নিয়ন্ত্ৰণকাৰী হ’ৰম’নটিৰ নাম কি?
উঃ চোমোটোট্ৰফিন।
প্ৰঃ কোনবিধ প্ৰক্ৰিয়াৰ জৰিয়তে মাক-দেউতাকৰ বৈশিষ্ট্যসমূহ সন্তানলৈ সঞ্চাৰিত হয়?
উঃ বংশগতি।
প্ৰঃ প্ৰাপ্ত বয়স্ক লোকৰ কণিকাৰ সংখ্যা প্ৰতিঘন মিটাৰত কিমান?
উঃ 50 লাখ।
প্ৰঃ তেজৰ চাপ জুখিবলৈ কি আহিলা ব্যৱহাৰ কৰা হয়?
উঃ স্ফিগমেম’মিটাৰ।
প্ৰঃ মানৱ দেহৰ বৃদ্ধিৰ ভাগ কেইটা?
উঃ 5 টা।
প্ৰঃ টাইডাল ভলিউম কাক বোলে?
উঃ এজন সুস্থ মানুহে স্বাভাৱিক শ্বাস-প্ৰশ্বাস কালত যি পৰিমাণৰ বায়ু গ্ৰহণ আৰু বৰ্জন কৰে তাক ‘টাইডাল ভলিউম’ বোলে।
প্ৰঃ এজন প্ৰাপ্তবয়স্ক মানুহে স্বাভাৱিক অৱস্থাত এক মিনিটত গঢ়ে কিমানবাৰ শ্বাস ক্ৰিয়া চলায়?
উঃ 18 বাৰ।
জীব বিজ্ঞান কুইজ
প্ৰঃ হাড়ৰ ক্ষয় সাধন কৰা কোষবিধৰ নাম কি?
উঃ অষ্টিওক্লাষ্ট।
প্ৰঃ হাড়ৰ বাহিৰৰ ফালে থকা আৱৰণক কি বোলে?
উঃ পেৰিঅ’ষ্টিয়াম।
প্ৰঃ ক্ৰ’ম’জ’মত থকা ডি. এন. এ. ৰ সম্পূৰ্ণ নামটো কি?
উঃ ডি অক্ৰিৰিব’ নিউক্লিক এছিড।
প্ৰঃ আমাৰ দেহত গতি কৰা বৈদ্যুতিক আবেগৰ বেগ কিমান?
উঃ 250 মিটাৰ । ঘন্টা।
প্ৰঃ মানুহৰ দেহৰ সাধাৰণ উষ্ণতা কিমান?
উঃ 37⁰ ছেঃ।
প্ৰঃ এজন প্ৰাপ্ত বয়স্ক মানুহৰ দেহত কিমানডাল হাড় থাকে?
উঃ 206 ডাল।
প্ৰঃ মানুহৰ দেহৰ আটাইতকৈ দীঘল হাড়ডাল কি?
উঃ উৰ্বস্থি।
প্ৰঃ প্ৰাণীক শ্বাস প্ৰক্ৰিয়াত কিহে সহায় কৰে?
উঃ মাইট’কন্দ্ৰিয়াই।
প্ৰঃ হৃদস্পন্দন পৰীক্ষা কৰা যন্ত্ৰটোৰ নাম কি?
উঃ ষ্টেথ’স্কোপ।
প্ৰঃ বৃদ্ধি বিপাক আৰু প্ৰজনন তথ্য ক’ত থাকে?
উঃ ডি. এন. এ. ।
জীব বিজ্ঞান কুইজ
প্ৰঃ সৰ্ববৃহৎ অন্তঃস্ৰাৱী গ্ৰন্থিটো কি?
উঃ থাইৰয়ড গ্ৰন্থি।
প্ৰঃ লালটিত থকা উৎসেচকটোৰ নাম কি?
উঃ টায়ালিন।
প্ৰঃ এজন মানুহে সাগৰৰ উপকূলৰ পৰা এভাৰেষ্ট শৃংগলৈ গ’লে কি অনুভৱ কৰিব?
উঃ তেওঁৰ শ্বাস-প্ৰশ্বাস আৰু হৃদ স্পন্দন বৃদ্ধি পাব।
প্ৰঃ জীৱকোষৰ জিনৰ আকস্মিক পৰিৱৰ্তনক কি বোলে?
উঃ মিউটেশ্যন।
প্ৰঃ জীৱনৰ বহিৰাগত বৈশিষ্ট্যক কি বোলে ?
উঃ ফেনোটাইপ।
প্ৰঃ অতিৰিক্ত পৰিশ্ৰমৰ ফলত পেশীকলাত কি এছিড সঞ্চাৰিত হয়?
উঃ লেকটিক এছিড।।
প্ৰঃ মানুহৰ হাড়ত কোনবিধ পদাৰ্থ সঞ্চিত থাকে?
উঃ কেলছিয়াম।
প্ৰঃ অৰ্নিথিন চক্ৰ মানৱ দেহৰ কোনটো অংগত সংঘটিত হয়?
উঃ যকৃতত।
প্ৰঃ শ্বসনত অংশ গ্ৰহণ নকৰা বায়ুক কি বোলে?
উঃ নিষ্ক্ৰিয় বায়ু।
প্ৰঃ কোনবিধ হৰমোনে পাকস্থলীৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে?
উঃ গেচট্রিনে।
প্ৰঃ মানৱ দেহৰ আটাইতকৈ কঠিন পদাৰ্থবিধ কি?
উঃ দাঁতৰ এনামেল।
জীব বিজ্ঞান কুইজ
প্ৰঃ মানৱ দেহৰ আটাইতকৈ টান হাড়ডাল কি?
উঃ হনু অস্থি।
প্ৰঃ কোষ ¸তথ্য কোনে আগবঢ়াইছিল?
উঃ শ্লেইডেন আৰু শ্লোৱান।
প্ৰঃ জীৱদেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণটো কি?
উঃ প্ৰজনন।
প্ৰঃ শৰীৰৰ কোনটো অংগক আদমৰ আপেল বুলি কোৱা হয়?
উঃ লেৰিংছ বা স্বৰযন্ত্ৰ।
প্ৰঃ মানুহৰ দেহৰ কোনটো অংগই গোটেই জীৱন জুৰি নিৰবচ্ছিন্নভাৱে বৃদ্ধি হৈ থাকে?
উঃ চকুৰ লেন্স।
প্ৰঃ মানুহৰ কাণে কিমানৰ পৰা কিমানৰ মাজৰ কম্পনাংক শুনিব পাৰে?
উঃ 20 হাৰ্জৰপৰা 20000 হাৰ্জলৈ।
প্ৰঃ প্ৰাপ্ত বয়স্ক লোকৰ স্বাভাৱিক নাড়ী স্পন্দন কিমান?
উঃ 72 বাৰ (প্ৰতি মিনিটত)।
প্ৰঃ কোনে প্ৰথমে ভাইৰাছ আৱিষ্কাৰ কৰিছিল?
উঃ ইভনেওস্কিয়ে।
প্ৰঃ মানুহৰ শৰীৰত সহজতে হোৱা ভেকুৰজনিত ৰোগবিধ কি?
উঃ খৰ।
প্ৰঃ এতিয়ালৈকে আৱিষ্কৃত হোৱা মানৱ দেহৰ দুৰ্লভ ৰক্ত দল কি?
উঃ এ-এইচ।
প্ৰঃ কোনবিধ চৰায়ে পোনে পোনে সূৰ্যৰ ফালে চাব পাৰে?
উঃ ঈগল।
প্ৰঃ কোনবিধ চৰায়ে পিছফালে উৰিব পাৰে?
উঃ হামিংবাৰ্ড।
জীব বিজ্ঞান কুইজ
প্ৰঃ কোনবিধ চৰায়ে দুবছৰৰ মূৰত এটা কণী পাৰে?
উঃ এলবাট্ৰ’ছ।
প্ৰঃ পলিঅ’, ধনুষ্টংকাৰ, ডিপথেৰিয়া আৰু হুপিংকাহ– এইবোৰ কোনবিধ ভাইৰাচৰ পৰা হয়?
উঃ পলিঅ’।
প্ৰঃ কিহৰ বাবে দৈ গাখীৰৰ সোৱাদ টেঙা হয়?
উঃ এচেটিক এছিড উৎপন্ন হয় বাবে।
প্ৰঃ আহাৰ গুড়ি কৰিবলৈ কোন দাঁত ব্যৱহাৰ হয়?
উঃ পেষক দাঁত।
প্ৰঃ মৌমাখি প্ৰতিপালনক কি বুলি কোৱা হয়?
উঃ মৌ-পালন।
প্ৰঃ মৌমাখিয়ে কিহৰ সহায়ত যোগাযোগ কৰে?
উঃ নৃত্য আৰু ফেৰ’ম’নৰ জৰিয়তে।
প্ৰঃ ঘেহুঁৰ ৰাষ্ট বেমাৰটো কিহে সৃষ্টি কৰে?
উঃ ভেঁকুৰ।
প্ৰঃ পাট পলুৰ প্ৰজননক কি বুলি কোৱা হয়?
উঃ ৰেচম শিল্প।
জীব বিজ্ঞান কুইজ
প্ৰঃ ৰোগ বিয়পাবৰ বাবে আটাইতকৈ বিপদজনক প্ৰাণীটো কি?
উঃ মহ।
প্ৰঃ তিমি মাছ স্তন্যপায়ী শ্ৰেণীৰ অন্তৰ্ভূক্ত কিয়?
উঃ ইহঁতে পোৱালি জন্ম দিয়ে বােব।
প্ৰঃ ভাৰতৰ সেন্ট্রেল ড্ৰাগ ৰিচাৰ্ছ ইনষ্টিটিউট ক’ত অৱস্থিত?
উঃ লক্ষ্মৌত।
প্ৰঃ শৰীৰত হৰম’ন উৎপাদনকাৰী গ্ৰন্থিক কি নামেৰে জনা যায়?
উঃ পিটুইটাৰী।
প্ৰঃ কি হৰম’নৰ অভাৱত ডাইবেটিছ মেলাইটিছ ৰোগ হয়?
উঃ ইনচুলিন।
প্ৰঃ তেজৰ গ্রোপ কেইটা আৰু কি কি?
উঃ চাৰিটা, যথা– A, B, O আৰু AB।
প্ৰঃ কোন গ্রোপৰ লোকে সকলো গ্রোপৰ তেজ ল’ব পাৰে?
উঃ AB গ্রোপৰ লোকে।
প্ৰঃ তেজ কিয় ৰঙা হয়?
উঃ হিম’গ্লবিন থাকে বাবে
জীব বিজ্ঞান কুইজ
প্ৰঃ গাখীৰত থকা শৰ্কৰাবিধ কি?
উঃ লাক্টোজ।
প্ৰঃ কি ভিটামিনৰ অভাৱৰ মানুহ কুকুৰীকণা হয়?
উঃ ভিটামিন AB -ৰ অভাৱৰ বাবে ।
প্ৰঃ কিহৰ দোষৰ বাবে বৰ্ণান্ধ ৰোগটো হয়?
উঃ শঙ্কু (Cones)।
প্ৰঃ কোন স্তৰত ক্ৰম’জম’বোৰ স্পষ্টভাৱে দেখা যায়?
উঃ মধ্য স্তৰত।
প্ৰঃ মানুহৰ শৰীৰত শতকৰা কিমান ভাগ পানী থাকে?
উঃ প্ৰায় 90 ভাগ।
প্ৰঃ কিৱি চৰাইবিধ বিশেষকৈ ক’ত পোৱা যায়?
উঃ নিউজিলেণ্ডত।
প্ৰঃ কিহৰ পৰা কফি আহৰণ কৰা হয়?
উঃ কফি গছৰ বীজৰ পৰা।
প্ৰঃ কোনবিধ হৰম’নৰ অভাৱত মানুহৰ চুলি পকে?
উঃ মোলন’চাইট ষ্টিমুলেটিং হৰম’নৰ ক্ষৰণ কমি গ’লে।
প্ৰঃ পেংগুইন নামৰ চৰাইবিধ বিষেশকৈ ক’ত দেখা পোৱা যায়?
উঃ এন্টাৰ্কটিকাত।
প্ৰঃ কি চৰায়ে উৰিব নোৱাৰে?
উঃ উট চৰাই।
জীব বিজ্ঞান কুইজ
প্ৰঃ কোষৰ আটাইবোৰ ৰাইজ’ম ধবংস হ’লে কি হ’ব?
উঃ প্ৰ’টিন গঠন হ’ব।
প্ৰঃ উদ্ভিদৰ বাবে কেনে ধৰণৰ মাটি উপযোগী?
উঃ জৈৱ পদাৰ্থযুক্ত মাটি।
প্ৰঃ এছকৰি্বক এচিড কি?
উঃ ভিটামিন ছি।
প্ৰঃ ‘Origin of Species’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উঃ চাৰ্লচ ডাৰউইনে।
প্ৰঃ কোনে পেনিচিলিন আৱিষ্কাৰ কৰিছিল?
উঃ আলেকজেণ্ডাৰ ফ্লেমিঙে ।
প্ৰঃ প্ৰ’টিনৰ নিৰ্মাণ তন্ত্ৰ কি?
উঃ এমিন’ এছিড।
প্ৰঃ উদ্ভিদ কোষত পৰ্যাপ্ত পৰিমাণে পোৱা পদাৰ্থটো কি?
উঃ চেলুল’জ।
প্ৰঃ দেহত নীলা তেজ থকা মাছবিধ কি?
উঃ লবষ্টাৰ।
প্ৰঃ মগজু নোহোৱা মাছবিধৰ নাম কি?
উঃ তৰা মাছ।
প্ৰঃ কোষৰ অজৈৱ অংশটো কি?
উঃ ৰিক্তিকা।
প্ৰঃ ক্ৰিকেট খেলৰবেট তৈয়াৰ কৰিবলৈ কি কাঠ ব্যৱহাৰ কৰা হয়?
উঃ উইল’।
প্ৰঃ কোনবিধ চৰাইৰ চকু আটাইতকৈ ডাঙৰ?
উঃ জায়েন্ট স্কুইট। ০ ০ ০
জীব বিজ্ঞান কুইজ
বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ
জীব বিজ্ঞান কুইজ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- অর্থবিজ্ঞান
- অর্থনীতি
- বিজ্ঞান কুইজ
- আৱিষ্কাৰ কুইজ
- পদার্থ বিজ্ঞান কুইজ
- ৰসায়ন বিজ্ঞানৰ কুইজ
- জীবন বিজ্ঞান কুইজ ..