জোনাকী ৰাতি | Jonaki Rati

0

জোনাকী ৰাতি | Jonaki Rati

জোনাকী ৰাতি Jonaki Rati

 

জোনাকী ৰাতি

—ৰাব্বি মছৰুৰ

নতুনকৈ পাত মেলা জামু গছৰ  দৰে

বসন্তৰ কোলালৈ নামি আহিছিল

জোনাকী ৰাতিটো

হাঁতোৰা লগোৱা এটি কৃত্ৰিম বাঘৰ দৰে

থাপ মাৰি ধৰিছিল বুকুৰ উম

এতিয়া এহাতত তেজৰ বসন্ত

আনটোত গোট মাৰি বৰফ হোৱা তেজৰ চেকা।

জোনাকী ৰাতিটো এতিয়া ওলমিছে 

কোলাহলপূৰ্ণ অন্ধকাৰত।

আমিবোৰ বন্ধী বাকহীন নিস্তব্দ নীৰৱতাত। ০ ০ ০

Read More: পৃথিৱীৰ আৰু মোৰ

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here